চীনৰ ষ্টেট কাউন্সেলৰ তথা প্রতিৰক্ষা মন্ত্রী জেনেৰেল ৱেই ফিংঘেই আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে।

|

প্রধানমন্ত্রী মোদীয়ে প্রতিৰক্ষা আৰু সামৰিক ক্ষেত্রত আদান-প্রদানকে ধৰি ভাৰত আৰু চীনৰ মাজত সকলো পৰ্যায়ত উন্নত যোগাযোগ বৃদ্ধিৰ বিষয়ত প্রশংসা কৰে।

ভাৰত-চীন সম্পর্কক বিশ্বৰ সুস্থিৰতা ৰক্ষাৰ এক গুৰুত্বপূর্ণ বিষয় হিচাপে উল্লেখ কৰি প্রধানমন্ত্রীয়ে কয় যে সীমান্তত শান্তি আৰু সুস্থিৰতা বজাই ৰখা ভাৰত আৰু চীন উভয়েই সজাগতা আৰু পৰিপক্কতাৰ ইংগিত বহন কৰাৰ লগতে প্রয়োজনত নিজৰ মাজত সকলো ধৰণৰ মতনৈক্য দূৰ কৰি এনে বিতর্কৰ পৰা আতৰি থকাৰ কথাও প্রধানমন্ত্রীয়ে উল্লেখ কৰে।

|

প্রধানমন্ত্রী মোদীয়ে শেহতীয়াকৈ চীনৰ ৰাষ্ট্রপতি জি জিনপিঙৰ সৈতে উহান. কুইনডাও আৰু জোহান্সবার্গত বৈঠকত মিলিত হোৱাৰ কথাও স্মৰণ কৰে।

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
'Goli unhone chalayi, dhamaka humne kiya': How Indian Army dealt with Pakistani shelling as part of Operation Sindoor

Media Coverage

'Goli unhone chalayi, dhamaka humne kiya': How Indian Army dealt with Pakistani shelling as part of Operation Sindoor
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 মে’ 2025
May 20, 2025

Citizens Appreciate PM Modi’s Vision in Action: Transforming India with Infrastructure and Innovation