প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে জেনেৰেল বিপিন ৰাৱাট এগৰাকী অসামান্য সৈনিক আছিল। “এজন সঁচা দেশপ্ৰেমী ৰাৱাটে আমাৰ সশস্ত্ৰ বাহিনী আৰু সুৰক্ষা আহিলাৰ আধুনিকীকৰণত যথেষ্ট অৰিহণা আগবঢ়াইছিল। কৌশলগত বিষয়ত তেওঁৰ অন্তৰ্দৃষ্টি আৰু দৃষ্টিভংগী অসাধাৰণ আছিল। তেওঁৰ মৃত্যুৱে মোক গভীৰভাৱে ব্যথিত কৰিছে। ঔম শান্তি“, প্ৰধানমন্ত্ৰী মোদীয়ে লগতে কয়।
প্ৰধানমন্ত্ৰী মোদীয়ে তদুপৰি কয়, “ভাৰতৰ প্ৰথমজন চিডিএছ হিচাপে জেনেৰেল ৰাৱাটে প্ৰতিৰক্ষা সংস্কাৰৰাজিকে ধৰি আমাৰ সশস্ত্ৰ বাহিনীৰে সম্পৰ্কীয় ভিন্ন দিশত কাম কৰিছিল। তেওঁ সেনাত সেৱা আগবঢ়োৱাৰ এক সমৃদ্ধ অভিজ্ঞতা আহৰণ কৰিছিল। ভাৰতে তেওঁৰ অসামান্য সেৱাক কেতিয়াও পাহৰি নাযায়।“
I am deeply anguished by the helicopter crash in Tamil Nadu in which we have lost Gen Bipin Rawat, his wife and other personnel of the Armed Forces. They served India with utmost diligence. My thoughts are with the bereaved families.
— Narendra Modi (@narendramodi) December 8, 2021
Gen Bipin Rawat was an outstanding soldier. A true patriot, he greatly contributed to modernising our armed forces and security apparatus. His insights and perspectives on strategic matters were exceptional. His passing away has saddened me deeply. Om Shanti. pic.twitter.com/YOuQvFT7Et
— Narendra Modi (@narendramodi) December 8, 2021
As India’s first CDS, Gen Rawat worked on diverse aspects relating to our armed forces including defence reforms. He brought with him a rich experience of serving in the Army. India will never forget his exceptional service.
— Narendra Modi (@narendramodi) December 8, 2021