প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে বিশ্বৰ আটাইতকৈ দীঘল নদী ভ্ৰমণ অভিযান‘গংগা বিলাস’ হৈছে আমাৰ সাংস্কৃতিক শিপাৰ সৈতে সংযোগ স্থাপন আৰু ভাৰতবৰ্ষৰ চহকী বৈচিত্ৰ্য-সংস্কৃতিৰ সুন্দৰ দিশআৱিষ্কাৰ কৰাৰ এক অনন্য সুযোগ।
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ টুইটৰ উত্তৰ দি প্ৰধানমন্ত্ৰীয়ে টুইট কৰে;
"আমাৰ সাংস্কৃতিক শিপাৰ সৈতে সংযোগ স্থাপন আৰু ভাৰতৰ বৈচিত্ৰ্যৰ সুন্দৰ দিশবোৰ আৱিষ্কাৰ কৰাৰ এয়া এক অনন্য সুযোগ।"
This is a unique opportunity to connect with our cultural roots and discover beautiful aspects of India’s diversity. https://t.co/zylIIgRMdO
— Narendra Modi (@narendramodi) January 11, 2023