প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী পিভি নৰসিংহ ৰাও গাৰুক ভাৰত ৰত্ন প্ৰদান কৰা হ’ব বুলি ঘোষণা কৰে৷

তেওঁ উল্লেখ কৰে যে প্ৰধানমন্ত্ৰী হিচাপে শ্ৰী নৰসিংহ ৰাওৰ কাৰ্যকালত কেইবাটাও উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছিল, যিয়ে ভাৰতক বিশ্ব বজাৰৰ বাবে মুকলি কৰি দিয়াৰ লগতে অৰ্থনৈতিক উন্নয়নৰ এক নতুন যুগৰ পোষকতা কৰিছিল।

টুইটাৰৰ এক পোষ্টত প্ৰধানমন্ত্ৰীয়ে কয়ঃ

“জনাবলৈপাই আনন্দিত হৈছো যে আমাৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্ৰী পি ভি নৰসিংহ ৰাও গাৰুক ভাৰত ৰত্নৰে সন্মানীত কৰা হ’ব৷

এগৰাকী বিশিষ্ট পণ্ডিত আৰু ৰাষ্ট্ৰনেতা হিচাপে নৰসিংহ ৰাও গাৰুৱে বিভিন্ন পদবীত ভাৰতৰ প্ৰতি অপৰিসীম সেৱা আগবঢ়াইছিল। অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ আৰু বিধায়ক হিচাপে বহু বছৰ ধৰি কৰা কামৰ বাবে তেওঁক সমানে স্মৰণ কৰা হয়। তেওঁৰ দূৰদৰ্শী নেতৃত্বই ভাৰতক অৰ্থনৈতিকভাৱে উন্নত কৰি তোলাত সহায় কৰিছিল, দেশৰ সমৃদ্ধি আৰু বৃদ্ধিৰ বাবে এক সুদৃঢ় ভেটি স্থাপন কৰিছিল।

প্ৰধানমন্ত্ৰী হিচাপে নৰসিংহ ৰাও গাৰুৰ কাৰ্যকালত কেতবোৰ উল্লেখযোগ্য পদক্ষেপ গ্ৰহণ কৰা হৈছিল যিয়ে ভাৰতক বিশ্বৰ বজাৰৰ বাবে মুকলি কৰি দিয়াৰ লগতে অৰ্থনৈতিক উন্নয়নৰ নতুন যুগৰ পোষকতা কৰিছিল। তদুপৰি, ভাৰতৰ বৈদেশিক নীতি, ভাষা আৰু শিক্ষা খণ্ডলৈ তেওঁৰ অৱদানসমূহে ভাৰতক গুৰুত্বপূৰ্ণ পৰিৱৰ্তনৰ মাজেৰে পৰিচালিত কৰাই নহয়, ইয়াৰ সাংস্কৃতিক আৰু বৌদ্ধিক ঐতিহ্যকো সমৃদ্ধ কৰা এজন নেতা হিচাপে তেওঁৰ বহুমুখী উত্তৰাধিকাৰক আলোকপাত কৰে।"

 

 

  • krishangopal sharma Bjp December 29, 2024

    नमो नमो 🙏 जय भाजपा 🙏🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
  • krishangopal sharma Bjp December 29, 2024

    नमो नमो 🙏 जय भाजपा 🙏🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
  • krishangopal sharma Bjp December 29, 2024

    नमो नमो 🙏 जय भाजपा 🙏🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹🌹
  • Raju Saha April 15, 2024

    joy Shree ram
  • Pawan Jain April 13, 2024

    नमो नमो
  • Pradhuman Singh Tomar April 13, 2024

    BJP
  • Pradhuman Singh Tomar April 13, 2024

    BJP
  • Pradhuman Singh Tomar April 13, 2024

    BJP
  • Pradhuman Singh Tomar April 13, 2024

    BJP
  • ROYALINSTAGREEN April 05, 2024

    i request you can all bjp supporter following my Instagram I'd _Royalinstagreen 🙏🙏
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's defence exports surge to record Rs 23,622 crore in 2024-25: Rajnath

Media Coverage

India's defence exports surge to record Rs 23,622 crore in 2024-25: Rajnath
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
PM reflects on Navratri's sacred journey with worship of Maa Ambe
April 02, 2025

The Prime Minister Shri Narendra Modi today reflected on Navratri’s sacred journey with worship of Maa Ambe. Urging everyone to listen, he shared a prayer dedicated to the forms of Devi Maa.

In a post on X, he wrote:

“नवरात्रि में मां अम्बे की उपासना सभी भक्तों को भावविभोर कर देती है। देवी मां के स्वरूपों को समर्पित यह स्तुति अलौकिक अनुभूति देने वाली है। आप भी सुनिए…”