ঐতিহাসিক দুদিনীয়া বাংলাদেশ ভ্ৰমণসসূচীৰ সময়ত বাংলাদেশৰ বৈদেশিক মন্ত্ৰী ড০ এ. কে. আব্দুল মমিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷ দুয়োগৰাকী নেতাই দুয়োখন দেশৰ সৌহাদ্যপূৰ্ণ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ লগতে সাৰ্বভৌমত্ব, সমতা, পাৰস্পৰিক বিশ্বাস আৰু বুজাবুজিভিত্তিক এক ব্যাপক কৌশলগত সহযোগিতাৰ সন্দৰ্ভত আলোচনা কৰে৷
Dr. AK Abdul Momen, the Foreign Minister of Bangladesh called on PM @narendramodi in Dhaka. pic.twitter.com/csVUDkK9nc
— PMO India (@PMOIndia) March 26, 2021