প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২০ৰ টকিঅ’ পেৰাঅলিম্পিকত অংশগ্ৰহণ কৰা আৰু বিশ্ব দৰবাৰত দেশক সন্মানিত কৰা ভাৰতীয় পেৰাঅলিম্পিকৰ চেম্পিয়নসকলক সাক্ষাৎ কৰে
তেওঁলোকৰ সাক্ষাতৰ এয়া কেইখনমান আকৰ্ষণীয় আলোকচিত্ৰ
![](https://cdn.narendramodi.in/cmsuploads/0.16721600_1631162590_684-1-suhas-ly.jpg)
ভাৰতৰ বহু প্ৰতিভাশালী খেলুৱৈ সুহাশ এল ৱাইৰ পিঠিত ঠপৰিয়াই
![](https://cdn.narendramodi.in/cmsuploads/0.05260100_1631163880_684-5-krishna-nagar.jpg)
কৃষ্ণ নগৰৰ সৈতে মেডেল পে চৰ্চা
![](https://cdn.narendramodi.in/cmsuploads/0.66047400_1631163277_684-4-palak-kohli.jpg)
তৰুণ পলক কোহলি আৰু তেওঁৰ অনুপ্ৰেৰণামূলক যাত্ৰা
![](https://cdn.narendramodi.in/cmsuploads/0.99172900_1631167717_684-6-farman.jpg)
শাকিনা খাতুন আৰু প্ৰশিক্ষক ফাৰমান বাশ্বাৰ সৈতে কথোপকথন
![](https://cdn.narendramodi.in/cmsuploads/0.04208600_1631167726_684-7-sakina.jpg)
ভাৰত্তোলনবিদ শাকিনা খাতুনৰ সৈতে কথোপকথন
![](https://cdn.narendramodi.in/cmsuploads/0.76527000_1631163087_684-3.jpg)
সমবেতভাৱে ঐতিহাসিক সাফল্য উদযাপন
![](https://cdn.narendramodi.in/cmsuploads/0.58317900_1631162898_684-2-medalists-gifting-an-autographed-stole.jpg)
বিজেতাসকলক অনুপ্ৰেৰিত কৰা নেতাজনলৈ অটোগ্ৰাফ সম্বলিত শ্ব’ল প্ৰদান