Quote“বিশ্বজুৰি যোগাভ্যাস কৰা লোকৰ সংখ্যা বাঢ়িছে”
Quote“যোগৰপৰা অনুভূত পৰিবেশ, শক্তি আৰু অভিজ্ঞতা আজি জম্মু-কাশ্মীৰত অনুভৱ হৈছে”
Quote“আজি বিশ্বই এক নতুন যোগ অৰ্থনীতিৰ উত্থান দেখিবলৈ পাইছে”
Quote“বিশ্বই যোগক বিশ্বৰ কল্যাণৰ এক প্ৰভাৱশালী উপায় হিচাপে গণ্য কৰিছে”
Quote“যোগে আমাক বৰ্তমান মুহূৰ্তত জীয়াই থাকিবলৈ সহায় কৰে”
Quote“যোগে সমাজত ইতিবাচক পৰিৱৰ্তন সাধনৰ নতুন পথ প্ৰশস্ত কৰিছে”
Quote“যোগে আমাৰ কল্যাণ চৌপাশৰ জগতখনৰ কল্যাণৰে সংপৃক্ত হোৱাৰ কথাটো অনুভৱ কৰাইছে”
Quoteপ্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু-কাশ্মীৰৰ শ্ৰীনগৰত ১০ম আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ (IYD) কাৰ্য্যসূচী সম্বোধন কৰে। প্ৰধানমন্ত্ৰীগৰাকীয়ে আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস উদযাপন কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদান আৰু যোগাসনত অংশগ্ৰহণ কৰে।

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসত মোৰ যোগ আৰু ধ্যানৰ ভূমি কাশ্মীৰত উপস্থিত থকাৰ সৌভাগ্য হৈছে। কাশ্মীৰ আৰু শ্ৰীনগৰৰ পৰিবেশ, শক্তি, অভিজ্ঞতাই আমাক যোগৰপৰা অনুভূত শক্তি অনুভৱ কৰায়। যোগ দিৱসত দেশৰ সকলো ৰাইজৰ লগতে বিশ্বৰ প্ৰতিটো কোণত যোগাভ্যাস কৰা সকললৈ কাশ্মীৰ ভূমিৰপৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।

বন্ধুসকল,

আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসে ১০ বছৰীয়া ঐতিহাসিক যাত্ৰা সম্পূৰ্ণ কৰিছে। মই ২০১৪ত ৰাষ্ট্ৰসংঘত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱস পালনৰ প্ৰস্তাৱ আগবঢ়াইছিলোঁ। ভাৰতৰ এই প্ৰস্তাৱত ১৭৭ খন দেশে সমৰ্থন জনাইছিল, যি এক অভিলেখ আছিল। তেতিয়াৰপৰাই যোগ দিৱসত নতুন অভিলেখ ৰচনা হৈ আহিছে। ২০১৫ত দিল্লীৰ কৰ্তব্য পথত ৩৫ হাজাৰ লোকে একেলগে যোগাভ্যাস কৰিছিল, এয়াও বিশ্ব অভিলেখ আছিল। যোৱা বছৰ আমেৰিকা যুক্তৰাষ্ট্ৰস্থিত ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্য্যালয়ত যোগ দিৱস উদযাপনৰ কাৰ্য্যসূচীৰ নেতৃত্ব প্ৰদানৰ সুযোগ পাইছিলোঁ, ইয়াত ১৩০ খনৰো অধিক দেশৰ লোকে অংশগ্ৰহণ কৰিছিল। যোগৰ এই যাত্ৰা আজিও অব্যাহত আছে। আয়ুষ বিভাগে ভাৰতত যোগ সাধকসকলৰ বাবে যোগ প্ৰমাণীকৰণ ব’ৰ্ড স্থাপন কৰিছে। মই আনন্দিত যে আজি দেশৰ ১০০ খনৰো অধিক প্ৰতিষ্ঠানে এই ব’ৰ্ডৰ স্বীকৃতি লাভ কৰিছে। বিদেশৰ দহ প্ৰতিষ্ঠানেও এই ব’ৰ্ডৰপৰা স্বীকৃতি লাভ কৰিছে।

 

|

বন্ধুসকল,

আজি বিশ্বজুৰি যোগাসন কৰা লোকৰ সংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি পাইছে, লগতে যোগৰ প্ৰতি আকৰ্ষণো বৃদ্ধি পাইছে। যোগৰ উপযোগিতাৰ বিষয়ে জনসাধাৰণ ক্ৰমাৎ পতিয়ন গৈছে। বিশ্বৰ যিকোনো ঠাইতে বিশ্ব নেতাসকলক লগ পোৱা মাত্ৰেকে তেওঁলোক মোৰ সৈতে সততে যোগাসনৰ বিষয়ে কথা পাতে। সমগ্ৰ বিশ্বৰ জ্যেষ্ঠ নেতাসকলে মোৰ লগত সদায় যোগ সম্পৰ্কে আলোচনা কৰে আৰু অত্যন্ত কৌতূহলেৰে প্ৰশ্ন কৰে। বহু দেশৰ দৈনন্দিন জীৱনৰ অংগ হৈ পৰিছে যোগ। ২০১৫ত তুৰ্কমেনিস্তানত এটা যোগ কেন্দ্ৰ উদ্বোধনৰ কথা মনত আছে। আজি তাত যোগ বহু জনপ্ৰিয় হৈ পৰিছে। তুৰ্কমেনিস্তানৰ চিকিৎসা বিশ্ববিদ্যালয়তো যোগ চিকিৎসাক পাঠ্যক্ৰমৰ অন্তৰ্ভুক্ত কৰা হৈছে। আনকি ছৌদি আৰৱে নিজৰ শিক্ষা ব্যৱস্থাত যোগাসনক অন্তৰ্ভুক্ত কৰিছে। মংগোলীয় যোগ ফাউণ্ডেচনৰ অধীনত মংগোলিয়াত কেইবাখনো যোগাসন বিদ্যালয় স্থাপন কৰা হৈছে। ইউৰোপীয় দেশসমূহতো যোগৰ প্ৰৱণতা দ্ৰুতগতিত বৃদ্ধি পাইছে। আজি জাৰ্মানীৰ প্ৰায় ডেৰ কোটি লোক যোগ সাধক হৈ পৰিছে। আপোনাসৱৰ মনত পৰিছে নে, ফ্ৰান্সৰ এগৰাকী ১০১ বছৰীয়া মহিলা যোগ শিক্ষয়িত্ৰীক এইবাৰ ভাৰতে পদ্মশ্ৰী বঁটা প্ৰদান কৰিছে। তেওঁ কেতিয়াও ভাৰতলৈ অহা নাই যদিও তেওঁ ওৰেটো জীৱন যোগৰ প্ৰচাৰৰ বাবে নিজকে উৎসৰ্গা কৰিছে। আজি বিশ্বৰ প্ৰধান প্ৰতিষ্ঠান আৰু বিশ্ববিদ্যালয়সমূহে যোগৰ ওপৰত গৱেষণাৰে গৱেষণা পত্ৰ প্ৰকাশ কৰিছে।

বন্ধুসকল,

যোৱা দহ বছৰত যোগৰ সম্প্ৰসাৰণে যোগৰে জড়িত ধাৰণা সলনি কৰিছে। সীমিত সীমাৰ বাহিৰত এতিয়া যোগৰ উন্মেষ ঘটিছে। নতুন যোগ অৰ্থনীতিৰ উত্থান বিশ্বই প্ৰত্যক্ষ কৰিছে। ভাৰতত হৃষীকেশ আৰু কাশীৰপৰা কেৰালালৈ যোগ পৰ্যটনৰ এক নতুন ধাৰা দেখা গৈছে। প্ৰামাণিক যোগাসন শিকাৰ বাবেই সমগ্ৰ বিশ্বৰপৰা পৰ্যটক ভাৰতলৈ আহিছে। যোগ ৰিট্ৰিট আৰু যোগ ৰিজৰ্ট স্থাপন কৰা হৈছে। বিমানবন্দৰ আৰু হোটেলত যোগাসনৰ বাবে নিৰ্দিষ্ট সুবিধা কৰা হৈছে। বজাৰত দেখা গৈছে যোগাসনৰ বাবে ডিজাইনাৰ পোছাক আৰু আহিলা। জনতাই এতিয়া নিজৰ ফিটনেছৰ বাবে ব্যক্তিগত যোগ প্ৰশিক্ষক নিয়োগ কৰিছে। কৰ্মচাৰীৰ সুস্থতাৰ পদক্ষেপৰ অংশ হিচাপে কোম্পানীসমূহেও যোগাসন আৰু মননশীলতা কাৰ্য্যসূচী আৰম্ভ কৰিছে। এই সকলোবোৰে যুৱক-যুৱতীসকলৰ বাবে নতুন সুযোগ আৰু কৰ্মসংস্থাপনৰ সৃষ্টি কৰিছে।

 

|

বন্ধুসকল,

এইবাৰ আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ বিষয়বস্তু হৈছে ‘নিজৰ আৰু সমাজৰ বাবে যোগাসন’। আজি বিশ্বই যোগক বিশ্বৰ কল্যাণৰ বাবে এক প্ৰভাৱশালী উপায় হিচাপে গণ্য কৰিছে। যোগে আমাক বৰ্তমানৰ মুহূৰ্তত জীয়াই থকাত সহায় কৰে। ই আমাক আমাৰ গভীৰ অনুভৱেৰে সংযুক্ত কৰে। ই মন, শৰীৰ আৰু আত্মাৰ মাজত ঐক্যতানৰ সঞ্চাৰ কৰে। যোগে আমাক উপলব্ধি কৰাত সহায় কৰে যে আমাৰ কল্যাণ আমাৰ চৌপাশৰ জগতখনৰ কল্যাণৰে সংপৃক্ত। আমাৰ অভ্যন্তৰ শান্ত হৈ থাকিলে আমিও বিশ্বত ইতিবাচক প্ৰভাৱ পেলাব পাৰোঁ।

বন্ধুসকল,

যোগ কেৱল এটা শাখা নহয়, বৰঞ্চ এক বিজ্ঞানো। তথ্য বিপ্লৱৰ এই যুগত য’ত সকলোতে তথ্য সম্পদ উভৈনদী হৈ পৰিছে, তেনে পৰিবেশত এটা বিষয়ত মনোনিৱেশ কৰাটো আমাৰ বাবে এক প্ৰত্যাহ্বান হিচাপে পৰিগণিত হৈছে। যোগে ইয়াৰ সমাধানো দিয়ে। আমি জানো যে একাগ্ৰতা হৈছে মানুহৰ মনৰ সৰ্বাধিক শক্তি। যোগ আৰু ধ্যান-ধাৰণাৰ জৰিয়তেও এই ক্ষমতা বৃদ্ধি পায়। সেয়েহে সেনাবাহিনীৰপৰা ক্ৰীড়ালৈকে যোগাসনক অন্তৰ্ভুক্ত কৰা হৈছে। মহাকাশচাৰীসকলক তেওঁলোকৰ মহাকাশ কাৰ্য্যসূচীৰ প্ৰশিক্ষণৰ অংশ হিচাপে যোগ আৰু ধ্যানৰ প্ৰশিক্ষণো প্ৰদান কৰা হয়। ইয়াৰ ফলত কাৰ্য্যক্ষমতা আৰু সহনশীলতা বৃদ্ধি পায়। আজিকালি বহু কাৰাগাৰত কাৰাবাসীসকলকো যোগাসনৰ প্ৰশিক্ষণ প্ৰদান কৰা হয়, যাতে তেওঁলোকে ইতিবাচক চিন্তাত মনোনিৱেশ কৰিব পাৰে। যোগে সমাজত ইতিবাচক পৰিৱৰ্তনৰ পথ প্ৰশস্ত কৰি তুলিছে।

 

|

বন্ধুসকল,

যোগৰপৰা পোৱা প্ৰেৰণাই আমাৰ ইতিবাচক প্ৰচেষ্টাক সুদৃঢ় কৰি ৰাখিব বুলি মোৰ বিশ্বাস।

বন্ধুসকল,

বৰষুণৰ ফলত আজি অনুষ্ঠানৰ আৰম্ভণি কিছু পলম হৈছে যদিও কালিৰেপৰা যোগৰ প্ৰতি আকৰ্ষণ আৰু জম্মু-কাশ্মীৰৰ বিশেষকৈ শ্ৰীনগৰৰ জনতাই যি উৎসাহেৰে যোগাসন কৰিবলৈ আগ্ৰহী হৈ আছে, সেয়া দেখিবলৈ পাইছোঁ। এয়া জম্মু-কাশ্মীৰৰ পৰ্যটনৰ অগ্ৰগতি সাধনৰ এক সুযোগ। এই কাৰ্য্যসূচীৰ পিছতে যোগাসনৰে জড়িত লোকসকলক নিশ্চয় লগ পাম। বৰষুণৰ বাবে আজি আমি ইয়াত অনুষ্ঠানটো অনুষ্ঠিত কৰিবলগীয়া হ’ল। অৱশ্যে জম্মু-কাশ্মীৰৰ ৫০-৬০ হাজাৰ লোকে যোগ কাৰ্য্যসূচীত অংশগ্ৰহণ কৰাটো মই এক বৃহৎ সাফল্য বুলি গণ্য কৰোঁ আৰু ইয়াৰ বাবে জম্মু-কাশ্মীৰৰ জনসাধাৰণক অভিনন্দন জনাইছোঁ। আপোনালোক সকলোলৈকে আকৌ এবাৰ যোগ দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। বিশ্বৰ সকলো যোগপ্ৰেমীলৈ মোৰ শুভেচ্ছা জ্ঞাপন জনালোঁ।

আপোনালোকক অশেষ ধন্যবাদ!

 

  • Shubhendra Singh Gaur March 23, 2025

    जय श्री राम ।
  • Shubhendra Singh Gaur March 23, 2025

    जय श्री राम
  • Dheeraj Thakur January 29, 2025

    जय श्री राम,
  • Dheeraj Thakur January 29, 2025

    जय श्री राम
  • कृष्ण सिंह राजपुरोहित भाजपा विधान सभा गुड़ामा लानी November 21, 2024

    जय श्री राम 🚩 वन्दे मातरम् जय भाजपा विजय भाजपा
  • Amrita Singh September 26, 2024

    हर हर महादेव
  • दिग्विजय सिंह राना September 18, 2024

    हर हर महादेव
  • Narendrasingh Dasana September 07, 2024

    जय भारत माता
  • Deepak kumar parashar September 07, 2024

    नमो
  • Avaneesh Rajpoot September 06, 2024

    jai shree ram
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Prachand LCH: The game-changing indigenous attack helicopter that puts India ahead in high-altitude warfare at 21,000 feet

Media Coverage

Prachand LCH: The game-changing indigenous attack helicopter that puts India ahead in high-altitude warfare at 21,000 feet
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Today, India is not just a Nation of Dreams but also a Nation That Delivers: PM Modi in TV9 Summit
March 28, 2025
QuoteToday, the world's eyes are on India: PM
QuoteIndia's youth is rapidly becoming skilled and driving innovation forward: PM
Quote"India First" has become the mantra of India's foreign policy: PM
QuoteToday, India is not just participating in the world order but also contributing to shaping and securing the future: PM
QuoteIndia has given Priority to humanity over monopoly: PM
QuoteToday, India is not just a Nation of Dreams but also a Nation That Delivers: PM

श्रीमान रामेश्वर गारु जी, रामू जी, बरुन दास जी, TV9 की पूरी टीम, मैं आपके नेटवर्क के सभी दर्शकों का, यहां उपस्थित सभी महानुभावों का अभिनंदन करता हूं, इस समिट के लिए बधाई देता हूं।

TV9 नेटवर्क का विशाल रीजनल ऑडियंस है। और अब तो TV9 का एक ग्लोबल ऑडियंस भी तैयार हो रहा है। इस समिट में अनेक देशों से इंडियन डायस्पोरा के लोग विशेष तौर पर लाइव जुड़े हुए हैं। कई देशों के लोगों को मैं यहां से देख भी रहा हूं, वे लोग वहां से वेव कर रहे हैं, हो सकता है, मैं सभी को शुभकामनाएं देता हूं। मैं यहां नीचे स्क्रीन पर हिंदुस्तान के अनेक शहरों में बैठे हुए सब दर्शकों को भी उतने ही उत्साह, उमंग से देख रहा हूं, मेरी तरफ से उनका भी स्वागत है।

साथियों,

आज विश्व की दृष्टि भारत पर है, हमारे देश पर है। दुनिया में आप किसी भी देश में जाएं, वहां के लोग भारत को लेकर एक नई जिज्ञासा से भरे हुए हैं। आखिर ऐसा क्या हुआ कि जो देश 70 साल में ग्यारहवें नंबर की इकोनॉमी बना, वो महज 7-8 साल में पांचवे नंबर की इकोनॉमी बन गया? अभी IMF के नए आंकड़े सामने आए हैं। वो आंकड़े कहते हैं कि भारत, दुनिया की एकमात्र मेजर इकोनॉमी है, जिसने 10 वर्षों में अपने GDP को डबल किया है। बीते दशक में भारत ने दो लाख करोड़ डॉलर, अपनी इकोनॉमी में जोड़े हैं। GDP का डबल होना सिर्फ आंकड़ों का बदलना मात्र नहीं है। इसका impact देखिए, 25 करोड़ लोग गरीबी से बाहर निकले हैं, और ये 25 करोड़ लोग एक नियो मिडिल क्लास का हिस्सा बने हैं। ये नियो मिडिल क्लास, एक प्रकार से नई ज़िंदगी शुरु कर रहा है। ये नए सपनों के साथ आगे बढ़ रहा है, हमारी इकोनॉमी में कंट्रीब्यूट कर रहा है, और उसको वाइब्रेंट बना रहा है। आज दुनिया की सबसे बड़ी युवा आबादी हमारे भारत में है। ये युवा, तेज़ी से स्किल्ड हो रहा है, इनोवेशन को गति दे रहा है। और इन सबके बीच, भारत की फॉरेन पॉलिसी का मंत्र बन गया है- India First, एक जमाने में भारत की पॉलिसी थी, सबसे समान रूप से दूरी बनाकर चलो, Equi-Distance की पॉलिसी, आज के भारत की पॉलिसी है, सबके समान रूप से करीब होकर चलो, Equi-Closeness की पॉलिसी। दुनिया के देश भारत की ओपिनियन को, भारत के इनोवेशन को, भारत के एफर्ट्स को, जैसा महत्व आज दे रहे हैं, वैसा पहले कभी नहीं हुआ। आज दुनिया की नजर भारत पर है, आज दुनिया जानना चाहती है, What India Thinks Today.

|

साथियों,

भारत आज, वर्ल्ड ऑर्डर में सिर्फ पार्टिसिपेट ही नहीं कर रहा, बल्कि फ्यूचर को शेप और सेक्योर करने में योगदान दे रहा है। दुनिया ने ये कोरोना काल में अच्छे से अनुभव किया है। दुनिया को लगता था कि हर भारतीय तक वैक्सीन पहुंचने में ही, कई-कई साल लग जाएंगे। लेकिन भारत ने हर आशंका को गलत साबित किया। हमने अपनी वैक्सीन बनाई, हमने अपने नागरिकों का तेज़ी से वैक्सीनेशन कराया, और दुनिया के 150 से अधिक देशों तक दवाएं और वैक्सीन्स भी पहुंचाईं। आज दुनिया, और जब दुनिया संकट में थी, तब भारत की ये भावना दुनिया के कोने-कोने तक पहुंची कि हमारे संस्कार क्या हैं, हमारा तौर-तरीका क्या है।

साथियों,

अतीत में दुनिया ने देखा है कि दूसरे विश्व युद्ध के बाद जब भी कोई वैश्विक संगठन बना, उसमें कुछ देशों की ही मोनोपोली रही। भारत ने मोनोपोली नहीं बल्कि मानवता को सर्वोपरि रखा। भारत ने, 21वीं सदी के ग्लोबल इंस्टीट्यूशन्स के गठन का रास्ता बनाया, और हमने ये ध्यान रखा कि सबकी भागीदारी हो, सबका योगदान हो। जैसे प्राकृतिक आपदाओं की चुनौती है। देश कोई भी हो, इन आपदाओं से इंफ्रास्ट्रक्चर को भारी नुकसान होता है। आज ही म्यांमार में जो भूकंप आया है, आप टीवी पर देखें तो बहुत बड़ी-बड़ी इमारतें ध्वस्त हो रही हैं, ब्रिज टूट रहे हैं। और इसलिए भारत ने Coalition for Disaster Resilient Infrastructure - CDRI नाम से एक वैश्विक नया संगठन बनाने की पहल की। ये सिर्फ एक संगठन नहीं, बल्कि दुनिया को प्राकृतिक आपदाओं के लिए तैयार करने का संकल्प है। भारत का प्रयास है, प्राकृतिक आपदा से, पुल, सड़कें, बिल्डिंग्स, पावर ग्रिड, ऐसा हर इंफ्रास्ट्रक्चर सुरक्षित रहे, सुरक्षित निर्माण हो।

साथियों,

भविष्य की चुनौतियों से निपटने के लिए हर देश का मिलकर काम करना बहुत जरूरी है। ऐसी ही एक चुनौती है, हमारे एनर्जी रिसोर्सेस की। इसलिए पूरी दुनिया की चिंता करते हुए भारत ने International Solar Alliance (ISA) का समाधान दिया है। ताकि छोटे से छोटा देश भी सस्टेनबल एनर्जी का लाभ उठा सके। इससे क्लाइमेट पर तो पॉजिटिव असर होगा ही, ये ग्लोबल साउथ के देशों की एनर्जी नीड्स को भी सिक्योर करेगा। और आप सबको ये जानकर गर्व होगा कि भारत के इस प्रयास के साथ, आज दुनिया के सौ से अधिक देश जुड़ चुके हैं।

साथियों,

बीते कुछ समय से दुनिया, ग्लोबल ट्रेड में असंतुलन और लॉजिस्टिक्स से जुड़ी challenges का सामना कर रही है। इन चुनौतियों से निपटने के लिए भी भारत ने दुनिया के साथ मिलकर नए प्रयास शुरु किए हैं। India–Middle East–Europe Economic Corridor (IMEC), ऐसा ही एक महत्वाकांक्षी प्रोजेक्ट है। ये प्रोजेक्ट, कॉमर्स और कनेक्टिविटी के माध्यम से एशिया, यूरोप और मिडिल ईस्ट को जोड़ेगा। इससे आर्थिक संभावनाएं तो बढ़ेंगी ही, दुनिया को अल्टरनेटिव ट्रेड रूट्स भी मिलेंगे। इससे ग्लोबल सप्लाई चेन भी और मजबूत होगी।

|

साथियों,

ग्लोबल सिस्टम्स को, अधिक पार्टिसिपेटिव, अधिक डेमोक्रेटिक बनाने के लिए भी भारत ने अनेक कदम उठाए हैं। और यहीं, यहीं पर ही भारत मंडपम में जी-20 समिट हुई थी। उसमें अफ्रीकन यूनियन को जी-20 का परमानेंट मेंबर बनाया गया है। ये बहुत बड़ा ऐतिहासिक कदम था। इसकी मांग लंबे समय से हो रही थी, जो भारत की प्रेसीडेंसी में पूरी हुई। आज ग्लोबल डिसीजन मेकिंग इंस्टीट्यूशन्स में भारत, ग्लोबल साउथ के देशों की आवाज़ बन रहा है। International Yoga Day, WHO का ग्लोबल सेंटर फॉर ट्रेडिशनल मेडिसिन, आर्टिफिशियल इंटेलीजेंस के लिए ग्लोबल फ्रेमवर्क, ऐसे कितने ही क्षेत्रों में भारत के प्रयासों ने नए वर्ल्ड ऑर्डर में अपनी मजबूत उपस्थिति दर्ज कराई है, और ये तो अभी शुरूआत है, ग्लोबल प्लेटफॉर्म पर भारत का सामर्थ्य नई ऊंचाई की तरफ बढ़ रहा है।

साथियों,

21वीं सदी के 25 साल बीत चुके हैं। इन 25 सालों में 11 साल हमारी सरकार ने देश की सेवा की है। और जब हम What India Thinks Today उससे जुड़ा सवाल उठाते हैं, तो हमें ये भी देखना होगा कि Past में क्या सवाल थे, क्या जवाब थे। इससे TV9 के विशाल दर्शक समूह को भी अंदाजा होगा कि कैसे हम, निर्भरता से आत्मनिर्भरता तक, Aspirations से Achievement तक, Desperation से Development तक पहुंचे हैं। आप याद करिए, एक दशक पहले, गांव में जब टॉयलेट का सवाल आता था, तो माताओं-बहनों के पास रात ढलने के बाद और भोर होने से पहले का ही जवाब होता था। आज उसी सवाल का जवाब स्वच्छ भारत मिशन से मिलता है। 2013 में जब कोई इलाज की बात करता था, तो महंगे इलाज की चर्चा होती थी। आज उसी सवाल का समाधान आयुष्मान भारत में नजर आता है। 2013 में किसी गरीब की रसोई की बात होती थी, तो धुएं की तस्वीर सामने आती थी। आज उसी समस्या का समाधान उज्ज्वला योजना में दिखता है। 2013 में महिलाओं से बैंक खाते के बारे में पूछा जाता था, तो वो चुप्पी साध लेती थीं। आज जनधन योजना के कारण, 30 करोड़ से ज्यादा बहनों का अपना बैंक अकाउंट है। 2013 में पीने के पानी के लिए कुएं और तालाबों तक जाने की मजबूरी थी। आज उसी मजबूरी का हल हर घर नल से जल योजना में मिल रहा है। यानि सिर्फ दशक नहीं बदला, बल्कि लोगों की ज़िंदगी बदली है। और दुनिया भी इस बात को नोट कर रही है, भारत के डेवलपमेंट मॉडल को स्वीकार रही है। आज भारत सिर्फ Nation of Dreams नहीं, बल्कि Nation That Delivers भी है।

साथियों,

जब कोई देश, अपने नागरिकों की सुविधा और समय को महत्व देता है, तब उस देश का समय भी बदलता है। यही आज हम भारत में अनुभव कर रहे हैं। मैं आपको एक उदाहरण देता हूं। पहले पासपोर्ट बनवाना कितना बड़ा काम था, ये आप जानते हैं। लंबी वेटिंग, बहुत सारे कॉम्प्लेक्स डॉक्यूमेंटेशन का प्रोसेस, अक्सर राज्यों की राजधानी में ही पासपोर्ट केंद्र होते थे, छोटे शहरों के लोगों को पासपोर्ट बनवाना होता था, तो वो एक-दो दिन कहीं ठहरने का इंतजाम करके चलते थे, अब वो हालात पूरी तरह बदल गया है, एक आंकड़े पर आप ध्यान दीजिए, पहले देश में सिर्फ 77 पासपोर्ट सेवा केंद्र थे, आज इनकी संख्या 550 से ज्यादा हो गई है। पहले पासपोर्ट बनवाने में, और मैं 2013 के पहले की बात कर रहा हूं, मैं पिछले शताब्दी की बात नहीं कर रहा हूं, पासपोर्ट बनवाने में जो वेटिंग टाइम 50 दिन तक होता था, वो अब 5-6 दिन तक सिमट गया है।

साथियों,

ऐसा ही ट्रांसफॉर्मेशन हमने बैंकिंग इंफ्रास्ट्रक्चर में भी देखा है। हमारे देश में 50-60 साल पहले बैंकों का नेशनलाइजेशन किया गया, ये कहकर कि इससे लोगों को बैंकिंग सुविधा सुलभ होगी। इस दावे की सच्चाई हम जानते हैं। हालत ये थी कि लाखों गांवों में बैंकिंग की कोई सुविधा ही नहीं थी। हमने इस स्थिति को भी बदला है। ऑनलाइन बैंकिंग तो हर घर में पहुंचाई है, आज देश के हर 5 किलोमीटर के दायरे में कोई न कोई बैंकिंग टच प्वाइंट जरूर है। और हमने सिर्फ बैंकिंग इंफ्रास्ट्रक्चर का ही दायरा नहीं बढ़ाया, बल्कि बैंकिंग सिस्टम को भी मजबूत किया। आज बैंकों का NPA बहुत कम हो गया है। आज बैंकों का प्रॉफिट, एक लाख 40 हज़ार करोड़ रुपए के नए रिकॉर्ड को पार कर चुका है। और इतना ही नहीं, जिन लोगों ने जनता को लूटा है, उनको भी अब लूटा हुआ धन लौटाना पड़ रहा है। जिस ED को दिन-रात गालियां दी जा रही है, ED ने 22 हज़ार करोड़ रुपए से अधिक वसूले हैं। ये पैसा, कानूनी तरीके से उन पीड़ितों तक वापिस पहुंचाया जा रहा है, जिनसे ये पैसा लूटा गया था।

साथियों,

Efficiency से गवर्नमेंट Effective होती है। कम समय में ज्यादा काम हो, कम रिसोर्सेज़ में अधिक काम हो, फिजूलखर्ची ना हो, रेड टेप के बजाय रेड कार्पेट पर बल हो, जब कोई सरकार ये करती है, तो समझिए कि वो देश के संसाधनों को रिस्पेक्ट दे रही है। और पिछले 11 साल से ये हमारी सरकार की बड़ी प्राथमिकता रहा है। मैं कुछ उदाहरणों के साथ अपनी बात बताऊंगा।

|

साथियों,

अतीत में हमने देखा है कि सरकारें कैसे ज्यादा से ज्यादा लोगों को मिनिस्ट्रीज में accommodate करने की कोशिश करती थीं। लेकिन हमारी सरकार ने अपने पहले कार्यकाल में ही कई मंत्रालयों का विलय कर दिया। आप सोचिए, Urban Development अलग मंत्रालय था और Housing and Urban Poverty Alleviation अलग मंत्रालय था, हमने दोनों को मर्ज करके Housing and Urban Affairs मंत्रालय बना दिया। इसी तरह, मिनिस्ट्री ऑफ ओवरसीज़ अफेयर्स अलग था, विदेश मंत्रालय अलग था, हमने इन दोनों को भी एक साथ जोड़ दिया, पहले जल संसाधन, नदी विकास मंत्रालय अलग था, और पेयजल मंत्रालय अलग था, हमने इन्हें भी जोड़कर जलशक्ति मंत्रालय बना दिया। हमने राजनीतिक मजबूरी के बजाय, देश की priorities और देश के resources को आगे रखा।

साथियों,

हमारी सरकार ने रूल्स और रेगुलेशन्स को भी कम किया, उन्हें आसान बनाया। करीब 1500 ऐसे कानून थे, जो समय के साथ अपना महत्व खो चुके थे। उनको हमारी सरकार ने खत्म किया। करीब 40 हज़ार, compliances को हटाया गया। ऐसे कदमों से दो फायदे हुए, एक तो जनता को harassment से मुक्ति मिली, और दूसरा, सरकारी मशीनरी की एनर्जी भी बची। एक और Example GST का है। 30 से ज्यादा टैक्सेज़ को मिलाकर एक टैक्स बना दिया गया है। इसको process के, documentation के हिसाब से देखें तो कितनी बड़ी बचत हुई है।

साथियों,

सरकारी खरीद में पहले कितनी फिजूलखर्ची होती थी, कितना करप्शन होता था, ये मीडिया के आप लोग आए दिन रिपोर्ट करते थे। हमने, GeM यानि गवर्नमेंट ई-मार्केटप्लेस प्लेटफॉर्म बनाया। अब सरकारी डिपार्टमेंट, इस प्लेटफॉर्म पर अपनी जरूरतें बताते हैं, इसी पर वेंडर बोली लगाते हैं और फिर ऑर्डर दिया जाता है। इसके कारण, भ्रष्टाचार की गुंजाइश कम हुई है, और सरकार को एक लाख करोड़ रुपए से अधिक की बचत भी हुई है। डायरेक्ट बेनिफिट ट्रांसफर- DBT की जो व्यवस्था भारत ने बनाई है, उसकी तो दुनिया में चर्चा है। DBT की वजह से टैक्स पेयर्स के 3 लाख करोड़ रुपए से ज्यादा, गलत हाथों में जाने से बचे हैं। 10 करोड़ से ज्यादा फर्ज़ी लाभार्थी, जिनका जन्म भी नहीं हुआ था, जो सरकारी योजनाओं का फायदा ले रहे थे, ऐसे फर्जी नामों को भी हमने कागजों से हटाया है।

साथियों,

 

हमारी सरकार टैक्स की पाई-पाई का ईमानदारी से उपयोग करती है, और टैक्सपेयर का भी सम्मान करती है, सरकार ने टैक्स सिस्टम को टैक्सपेयर फ्रेंडली बनाया है। आज ITR फाइलिंग का प्रोसेस पहले से कहीं ज्यादा सरल और तेज़ है। पहले सीए की मदद के बिना, ITR फाइल करना मुश्किल होता था। आज आप कुछ ही समय के भीतर खुद ही ऑनलाइन ITR फाइल कर पा रहे हैं। और रिटर्न फाइल करने के कुछ ही दिनों में रिफंड आपके अकाउंट में भी आ जाता है। फेसलेस असेसमेंट स्कीम भी टैक्सपेयर्स को परेशानियों से बचा रही है। गवर्नेंस में efficiency से जुड़े ऐसे अनेक रिफॉर्म्स ने दुनिया को एक नया गवर्नेंस मॉडल दिया है।

साथियों,

पिछले 10-11 साल में भारत हर सेक्टर में बदला है, हर क्षेत्र में आगे बढ़ा है। और एक बड़ा बदलाव सोच का आया है। आज़ादी के बाद के अनेक दशकों तक, भारत में ऐसी सोच को बढ़ावा दिया गया, जिसमें सिर्फ विदेशी को ही बेहतर माना गया। दुकान में भी कुछ खरीदने जाओ, तो दुकानदार के पहले बोल यही होते थे – भाई साहब लीजिए ना, ये तो इंपोर्टेड है ! आज स्थिति बदल गई है। आज लोग सामने से पूछते हैं- भाई, मेड इन इंडिया है या नहीं है?

साथियों,

आज हम भारत की मैन्युफैक्चरिंग एक्सीलेंस का एक नया रूप देख रहे हैं। अभी 3-4 दिन पहले ही एक न्यूज आई है कि भारत ने अपनी पहली MRI मशीन बना ली है। अब सोचिए, इतने दशकों तक हमारे यहां स्वदेशी MRI मशीन ही नहीं थी। अब मेड इन इंडिया MRI मशीन होगी तो जांच की कीमत भी बहुत कम हो जाएगी।

|

साथियों,

आत्मनिर्भर भारत और मेक इन इंडिया अभियान ने, देश के मैन्युफैक्चरिंग सेक्टर को एक नई ऊर्जा दी है। पहले दुनिया भारत को ग्लोबल मार्केट कहती थी, आज वही दुनिया, भारत को एक बड़े Manufacturing Hub के रूप में देख रही है। ये सक्सेस कितनी बड़ी है, इसके उदाहरण आपको हर सेक्टर में मिलेंगे। जैसे हमारी मोबाइल फोन इंडस्ट्री है। 2014-15 में हमारा एक्सपोर्ट, वन बिलियन डॉलर तक भी नहीं था। लेकिन एक दशक में, हम ट्वेंटी बिलियन डॉलर के फिगर से भी आगे निकल चुके हैं। आज भारत ग्लोबल टेलिकॉम और नेटवर्किंग इंडस्ट्री का एक पावर सेंटर बनता जा रहा है। Automotive Sector की Success से भी आप अच्छी तरह परिचित हैं। इससे जुड़े Components के एक्सपोर्ट में भी भारत एक नई पहचान बना रहा है। पहले हम बहुत बड़ी मात्रा में मोटर-साइकल पार्ट्स इंपोर्ट करते थे। लेकिन आज भारत में बने पार्ट्स UAE और जर्मनी जैसे अनेक देशों तक पहुंच रहे हैं। सोलर एनर्जी सेक्टर ने भी सफलता के नए आयाम गढ़े हैं। हमारे सोलर सेल्स, सोलर मॉड्यूल का इंपोर्ट कम हो रहा है और एक्सपोर्ट्स 23 गुना तक बढ़ गए हैं। बीते एक दशक में हमारा डिफेंस एक्सपोर्ट भी 21 गुना बढ़ा है। ये सारी अचीवमेंट्स, देश की मैन्युफैक्चरिंग इकोनॉमी की ताकत को दिखाती है। ये दिखाती है कि भारत में कैसे हर सेक्टर में नई जॉब्स भी क्रिएट हो रही हैं।

साथियों,

TV9 की इस समिट में, विस्तार से चर्चा होगी, अनेक विषयों पर मंथन होगा। आज हम जो भी सोचेंगे, जिस भी विजन पर आगे बढ़ेंगे, वो हमारे आने वाले कल को, देश के भविष्य को डिजाइन करेगा। पिछली शताब्दी के इसी दशक में, भारत ने एक नई ऊर्जा के साथ आजादी के लिए नई यात्रा शुरू की थी। और हमने 1947 में आजादी हासिल करके भी दिखाई। अब इस दशक में हम विकसित भारत के लक्ष्य के लिए चल रहे हैं। और हमें 2047 तक विकसित भारत का सपना जरूर पूरा करना है। और जैसा मैंने लाल किले से कहा है, इसमें सबका प्रयास आवश्यक है। इस समिट का आयोजन कर, TV9 ने भी अपनी तरफ से एक positive initiative लिया है। एक बार फिर आप सभी को इस समिट की सफलता के लिए मेरी ढेर सारी शुभकामनाएं हैं।

मैं TV9 को विशेष रूप से बधाई दूंगा, क्योंकि पहले भी मीडिया हाउस समिट करते रहे हैं, लेकिन ज्यादातर एक छोटे से फाइव स्टार होटल के कमरे में, वो समिट होती थी और बोलने वाले भी वही, सुनने वाले भी वही, कमरा भी वही। TV9 ने इस परंपरा को तोड़ा और ये जो मॉडल प्लेस किया है, 2 साल के भीतर-भीतर देख लेना, सभी मीडिया हाउस को यही करना पड़ेगा। यानी TV9 Thinks Today वो बाकियों के लिए रास्ता खोल देगा। मैं इस प्रयास के लिए बहुत-बहुत अभिनंदन करता हूं, आपकी पूरी टीम को, और सबसे बड़ी खुशी की बात है कि आपने इस इवेंट को एक मीडिया हाउस की भलाई के लिए नहीं, देश की भलाई के लिए आपने उसकी रचना की। 50,000 से ज्यादा नौजवानों के साथ एक मिशन मोड में बातचीत करना, उनको जोड़ना, उनको मिशन के साथ जोड़ना और उसमें से जो बच्चे सिलेक्ट होकर के आए, उनकी आगे की ट्रेनिंग की चिंता करना, ये अपने आप में बहुत अद्भुत काम है। मैं आपको बहुत बधाई देता हूं। जिन नौजवानों से मुझे यहां फोटो निकलवाने का मौका मिला है, मुझे भी खुशी हुई कि देश के होनहार लोगों के साथ, मैं अपनी फोटो निकलवा पाया। मैं इसे अपना सौभाग्य मानता हूं दोस्तों कि आपके साथ मेरी फोटो आज निकली है। और मुझे पक्का विश्वास है कि सारी युवा पीढ़ी, जो मुझे दिख रही है, 2047 में जब देश विकसित भारत बनेगा, सबसे ज्यादा बेनिफिशियरी आप लोग हैं, क्योंकि आप उम्र के उस पड़ाव पर होंगे, जब भारत विकसित होगा, आपके लिए मौज ही मौज है। आपको बहुत-बहुत शुभकामनाएं।

धन्यवाद।