ডিজিটেল ইণ্ডিয়াই পেন্সন লাভৰ প্ৰক্ৰিয়াটো সহজ কৰি তুলিছে আৰু সমগ্ৰ দেশৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে ই অতি উপযোগী বুলি প্ৰমাণিত হৈছে বুলি আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সন্তুষ্টি প্ৰকাশ কৰে।

সাংবাদিক অজয় ​​কুমাৰৰ এটা পোষ্টৰ উত্তৰত শ্ৰী মোদীয়ে লিখেঃ

”প্ৰথমে @AjayKumarJourno ji, আপোনাৰ মাতৃলৈ মোৰ শ্ৰদ্ধা নিবেদিছো!

মই সন্তুষ্ট যে ডিজিটেল ইণ্ডিয়াই তেওঁলোকৰ পেন্সনৰ পথ সহজ কৰি তুলিছে আৰু সমগ্ৰ দেশৰ বৃদ্ধ নাগৰিকসকলৰ বাবে ই অতি উপযোগী হৈ পৰিছে। এইটো এই পজক্ষেপৰ এক ডাঙৰ বিশেষত্ব।”

 

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
PLI, Make in India schemes attracting foreign investors to India: CII

Media Coverage

PLI, Make in India schemes attracting foreign investors to India: CII
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 21 নৱেম্বৰ 2024
November 21, 2024

PM Modi's International Accolades: A Reflection of India's Growing Influence on the World Stage