বিজেপিৰ অ’বিচি সাংসদ আৰু নেতাৰ এটি প্ৰতিনিধি দলে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে৷
অ’বিচি পৰিষদক সাংবিধানিক মৰ্যাদা দিয়াৰ বাবে প্ৰতিনিধি দলটোৱে প্ৰধানমন্ত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে৷ সদস্যসকলে কয় যে এই ঐতিহাসিক পদক্ষেপে অ’বিচি সম্প্ৰদায়ক শক্তিশালী কৰাত সহায় কৰিব৷

|

প্ৰতিনিধি দলটোৰ প্ৰশংসা আৰু সমৰ্থনৰ বাবে প্ৰধানমন্ত্ৰীয়ে তেওঁলোকক ধন্যবাদ জনায়৷ অ’বিচি সম্প্ৰদায়ৰ উন্নয়নৰ বাবে তৃণমূল পৰ্যায়ত কাম কৰি যাবলৈ প্ৰধানমন্ত্ৰীয়ে প্ৰতিনিধি দলটোক উৎসাহিত কৰে৷ সম্প্ৰদায়টোৰ মাজত তেওঁলোকৰ অধিকাৰ সন্দৰ্ভত সজাগতা সৃষ্টি কৰিবলৈও তেওঁ আহ্বান জনায়৷

|

কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু কেন্দ্ৰীয় ৰাজ্যক (স্বতন্ত্ৰ দায়িত্ব) মন্ত্ৰী শ্ৰী সন্তোষ কুমাৰ গংৱাৰো সাক্ষাতকালত উপস্থিত আছিল৷

  • Reena chaurasia August 26, 2024

    बीजेपी
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Ilaiyaraaja Credits PM Modi For Padma Vibhushan, Calls Him India’s Most Accepted Leader

Media Coverage

Ilaiyaraaja Credits PM Modi For Padma Vibhushan, Calls Him India’s Most Accepted Leader
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 29 এপ্ৰিল 2025
April 29, 2025

Empowering Bharat: Women, Innovation, and Economic Growth Under PM Modi’s Leadership