প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে জনসাধাৰণৰ অংশগ্ৰহণে দেশৰ উন্নয়নত এক নতুন শক্তি প্ৰদান কৰিছে আৰু স্বচ্ছ ভাৰত অভিযান ইয়াৰ এক উদাহৰণ।

শ্ৰী মোদীয়ে কয় যে শৌচালয় নিৰ্মাণেই হওঁক বা আৱৰ্জনা নিষ্কাশনেই হওঁক, ঐতিহ্য সংৰক্ষণেই হওঁক বা স্বচ্ছতাৰ প্ৰতিযোগিতাই হওঁক, দেশখনে আজি স্বচ্ছতাৰ ক্ষেত্ৰত নতুন কাহিনী লিখিছে।

প্ৰধানমন্ত্ৰীগৰাকীয়ে এইবুলি টুইট কৰে;

"স্বচ্ছ ভাৰত অভিযানটো হৈছে জনসাধাৰণৰ অংশগ্ৰহণে কেনেদৰে এখন দেশৰ উন্নয়নত নতুন শক্তি যোগাব পাৰে, তাৰ এক প্ৰত্যক্ষ প্ৰমাণ। শৌচালয় নিৰ্মাণেই হওঁক বা আৱৰ্জনা নিষ্কাশনেই হওঁক, ঐতিহাসিক ঐতিহ্য সংৰক্ষণেই হওঁক বা স্বচ্ছতাৰ প্ৰতিযোগিতাই হওঁক, দেশখনে আজি স্বচ্ছতাৰ ক্ষেত্ৰত নতুন কাহিনী লিখিছে।"

  • G.shankar Srivastav May 27, 2022

    नमो
  • Chowkidar Margang Tapo May 23, 2022

    vande mataram
  • Sanjay Kumar Singh May 14, 2022

    Jai Shri Laxmi Narsimh
  • R N Singh BJP May 12, 2022

    jai hind 7
  • ranjeet kumar May 10, 2022

    omm
  • शिवानन्द राजभर May 10, 2022

    भारत माता की जय वन्दे-मातरम
  • Vivek Kumar Gupta May 07, 2022

    जय जयश्रीराम
  • Vivek Kumar Gupta May 07, 2022

    नमो नमो.
  • Vivek Kumar Gupta May 07, 2022

    जयश्रीराम
  • Vivek Kumar Gupta May 07, 2022

    नमो नमो
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Bharat Tex showcases India's cultural diversity through traditional garments: PM Modi

Media Coverage

Bharat Tex showcases India's cultural diversity through traditional garments: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 16 ফেব্ৰুৱাৰী 2025
February 16, 2025

Appreciation for PM Modi’s Steps for Transformative Governance and Administrative Simplification