প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৩০ ছেপ্টেম্বৰ, দেওবাৰে ‘মন কী বাত’ বিনিময় কৰিব৷ যদি আপোনাৰ কোনো ধৰণৰ উদ্ভাৱনীমূলক পৰামৰ্শ আৰু অৰ্ন্তদৃষ্টি আছে তেন্তে ইয়াৰ জৰিয়তে প্ৰত্যক্ষভাৱে প্ৰধানমন্ত্ৰীৰ সৈতে বিনিময় কৰাৰ সুযোগ পাব৷ ইয়াৰে কিছুমান পৰামৰ্শ প্ৰধানমন্ত্ৰীয়ে তেওঁৰ বক্তব্যত উল্লেখ কৰিব৷
তলৰ মন্তব্যৰ অংশত আপোনাৰ টিপ্পনি বিনিময় কৰক৷