প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হোৱাটছএপ চেনেলত যোগদান কৰিছে। তেওঁ সদায়ে এগৰাকী প্ৰযুক্তি-আগ্ৰহী নেতাৰূপে পৰিচিত হৈ আহিছে আৰু ইয়াৰ বিকাশৰ লগতে জনসাধাৰণৰ সৈতে সংযোগ স্থাপন কৰিবলৈ সদায় জনপ্ৰিয় সামাজিক মাধ্যম ব্যৱহাৰ কৰি আহিছে।
হোৱাটছএপ চেনেলত তেওঁৰ প্ৰথমটো পোষ্টত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন সংসদ ভৱনৰ এখন ফটো শ্বেয়াৰ কৰে।
তেওঁ কয়, "হোৱাটছএপ সম্প্ৰদায়ত যোগদান কৰি ৰোমাঞ্চিত হৈছো! এয়া আমাৰ নিৰন্তৰ বাৰ্তালাপৰ আন এটা পদক্ষেপ। ইয়াত সংযোজিত হৈ থাকোঁ আহক।"
তেওঁৰ সৈতে পোনপটীয়াকৈ সংযোগ কৰক
WhatsApp