এনএক্সপি ছেমিকণ্ডাক্টৰ্ছৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰী যুৰ্ট চিভাৰ্ছে আজি সাক্ষাৎ কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক।
এনএক্সপিয়ে আজি কৰা এক টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে টুইট কৰি লিখিছে:
"@NXP ৰ মুখ্য কাৰ্যবাহী বিষয়া শ্ৰীযুত কুৰ্ট চিভাৰ্ছক লগ পাই আৰু অৰ্ধপৰিবাহী আৰু উদ্ভাৱনৰ পৃথিৱীত পৰিৱৰ্তনশীল দৃশ্যপটৰ বিষয়ে আলোচনা কৰি আনন্দিত হৈছো। আমাৰ প্ৰতিভাশালী যুৱপ্ৰজন্মৰ বলতে ভাৰতে এই খণ্ডসমূহত এক শক্তিশালী কাৰক হিচাপে থিয় হ’বলৈ সক্ষম হৈছে।"
Happy to have met Mr. Kurt Sievers, the CEO of @NXP and discuss the transformative landscape in the world of semiconductors and innovation. India is emerging as a key force in these sectors, powered by our talented youth. https://t.co/aDj7crFe0A
— Narendra Modi (@narendramodi) March 30, 2023