প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে মুষলধাৰ বৰষুণ আৰু বানৰ কবলত পৰা সকলক সকাহ দিয়াৰ বাবে মধ্য প্ৰদেশ চৰকাৰৰ সৈতে ঘনিস্থ ভাবে কাম কৰি আছে কেন্দ্ৰীয় চৰকাৰে। ৰাজ্যখনৰ পৰিস্থিতি পৰ্যালোচনা কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰী শ্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে বাৰ্তালাপতো মিলিত হৈছে।

এই সন্দৰ্ভত প্ৰকাশ কৰা বাৰ্তাত প্ৰধানমন্ত্ৰীয়ে কয়,

“ধাৰাষাৰ বৰষুণ আৰু বানৰ কবলত পৰা জনতাৰ সেৱাত ব্ৰতী হোৱা মধ্য প্ৰদেশ চৰকাৰৰ সৈতে ঘনিস্থ ভাবে কাম কৰি আছে কেন্দ্ৰীয় চৰকাৰে। মই মুখ্যমন্ত্ৰী @ChouhanShivrajৰ সৈতে কথা পাতিছো আৰু ৰাজ্যখনৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰিছো। মই সকলোৰে নিৰাপত্তা আৰু কল্যাণ কামনাৰে প্ৰাৰ্থনা কৰিছো।

Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India's first microbiological nanosat, developed by students, to find ways to keep astronauts healthy

Media Coverage

India's first microbiological nanosat, developed by students, to find ways to keep astronauts healthy
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 20 ফেব্ৰুৱাৰী 2025
February 20, 2025

Citizens Appreciate PM Modi's Effort to Foster Innovation and Economic Opportunity Nationwide