প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে কিষ্টৱাৰ আৰু কাৰ্গিলত ডাঁৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি কেন্দ্ৰীয় চৰকাৰে সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে৷
টুইটাৰযোগে প্ৰধানমন্ত্ৰীয়ে কয়, “কিষ্টৱাৰ আৰু কাৰ্গিলত ডাঁৱৰ বিস্ফোৰণৰ ফলত সৃষ্টি হোৱা পৰিস্থিতি কেন্দ্ৰীয় চৰকাৰে সুক্ষ্মভাৱে নিৰীক্ষণ কৰিছে৷ ক্ষতিগ্ৰস্ত এলেকাসমূহত সম্ভৱপৰ সকলোধৰণৰ সাহাৰ্য আগবঢ়োৱা হৈছে৷ মই সকলো নিৰাপদে আৰু সুস্থভাৱে থকাটো কামনা কৰিছো৷”
Central Government is closely monitoring the situation in the wake of the cloudbursts in Kishtwar and Kargil. All possible assistance is being made available in the affected areas. I pray for everyone’s safety and well-being.
— Narendra Modi (@narendramodi) July 28, 2021