প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ পৌৰহিত্যত কেন্দ্ৰীয় কেবিনেটে ২০১৮ৰ পৰা ২০২১লৈ চাৰি বছৰৰ বাবে আফ্ৰিকাত ১৮টা নতুন অভিযান মুকলি কৰাৰ বাবে অনুমোদন জনাইছে৷

আফ্ৰিকাত এই ১৮টা নতুন ভাৰতীয় অভিযান বুৰ্কিনা ফাছ’, কেমেৰুণ, কেপ, ভাৰ্ডে, চাড, ৰিপাব্লিক অৱ দা কংগো, ডিজিবৌটি, ইকুৱেট’ৰিয়েল গিয়েনা, আৰ্টেৰিয়া, গিনিয়া, গিনিয়া বিচাও, লিবেৰিয়া, মৌৰিটানিয়া, ৰুৱাণ্ডা, চাও টম আৰু প্ৰিঞ্চিপি, ছিয়েৰা লিঅ’ন, ছোমালিয়া, ছোৱাজিলেণ্ড আৰু টংগোত ২০১৮-২০২১ত চাৰি বছৰৰ বাবে মুকলি কৰা হ’ব আৰু ইয়াৰ জৰিয়তে আফ্ৰিকাত আৱাসিক ভাৰতীয় অভিযান ২৭ৰ পৰা ৪৭টালৈ বৃদ্ধি হ’ব৷

এই সিদ্ধান্তৰ জৰিয়তে আফ্ৰিকা মহাদেশত ভাৰতৰ কূটনৈতিক সম্পৰ্ক বৃদ্ধি পাব আৰু আফ্ৰিকান দেশসমূহত ভাৰতক ভাৰতীয় প্ৰবাসীৰ সৈতে জড়িত হ’বলৈ সুযোগ প্ৰদান কৰিব৷ এই নতুন অভিযানৰ মুকলিৰ জৰিয়তে আফ্ৰিকাৰ সৈতে সহযোগিতা তথা সংবদ্ধতা বৃদ্ধিৰ দৃষ্টিকোণৰ প্ৰণয়ন এক পদক্ষেপ হিচাপে বিবেচিত হ’ব৷

 

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
How NEP facilitated a UK-India partnership

Media Coverage

How NEP facilitated a UK-India partnership
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Rajasthan Chief Minister meets Prime Minister
July 29, 2025

The Chief Minister of Rajasthan, Shri Bhajanlal Sharma met the Prime Minister, Shri Narendra Modi in New Delhi today.

The PMO India handle posted on X:

“CM of Rajasthan, Shri @BhajanlalBjp met Prime Minister @narendramodi.

@RajCMO”