প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অৰ্থনৈতিক পৰিক্ৰমাৰ কেবিনেট কমিটীয়ে ১৪১৩ কোটি টকাৰ আনুমানিক ব্যয় সাপেক্ষে বিহটা, পাটনা, বিহাৰত এটা নতুন চিভিল এনক্লেভৰ বিকাশৰ বাবে ভাৰতীয় বিমানবন্দৰ কৰ্তৃপক্ষ (এএআই)ৰ প্ৰস্তাৱত অনুমোদন জনাইছে।

এই বুনিয়াদী আন্তঃগাঁথনি প্ৰকল্পই পাটনা বিমানবন্দৰত সামৰ্থ্য সম্পূৰ্ণৰূপে বিকাশৰ বাবে এক কৌশলগত পদক্ষেপক প্ৰতিনিধিত্ব কৰে। এএআইয়ে ইতিমধ্যে পাটনা বিমানবন্দৰত এটা নতুন টাৰ্মিনেল বিল্ডিং নিৰ্মাণৰ প্ৰক্ৰিয়াত আছে যদিও সীমিত ভূমি উপলব্ধতাৰ বাবে অধিক সম্প্ৰসাৰণত বাধাৰ সৃষ্টি হৈছে।

 

বিহটা বিমানবন্দৰত প্ৰস্তাৱিত নতুন সংহত টাৰ্মিনেল ভৱনটো ৬৬ হাজাৰ বৰ্গমিটাৰত বিস্তৃত আৰু ইয়াৰ ডিজাইন ৩০০০ পিক আৱাৰ যাত্ৰী (পি এইচ পি) চম্ভালিব পৰাকৈ আৰু বছৰি ৫০ লাখ যাত্ৰীক সেৱা আগবঢ়াব পৰাকৈ ডিজাইন কৰা হৈছে। প্ৰয়োজন অনুসৰি ইয়াক আৰু ৫০ লাখ বৃদ্ধি কৰা হ’ব আৰু চূড়ান্ত ক্ষমতা বছৰি এক কোটি যাত্ৰী হ’ব। প্ৰকল্পটোৰ মূল উপাদানসমূহৰ ভিতৰত আছে এ-৩২১/বি-৭৩৭-৮০০/এ-৩২০ প্ৰকাৰৰ বিমানৰ বাবে উপযোগী ১০টা পাৰ্কিং বে’ৰ লগতে দুটা লিংক টেক্সিৱে স্থাপন কৰিব পৰা এপ্ৰ’ন নিৰ্মাণ।

 

  • Harsh Ajmera October 14, 2024

    Love from hazaribagh 🙏🏻
  • Vivek Kumar Gupta October 14, 2024

    नमो ..🙏🙏🙏🙏🙏
  • Vivek Kumar Gupta October 14, 2024

    नमो ..............🙏🙏🙏🙏🙏
  • Aniket Malwankar October 08, 2024

    #NaMo
  • Lal Singh Chaudhary October 07, 2024

    झुकती है दुनिया झुकाने वाला चाहिए शेर ए हिन्दुस्तान मोदी जी को बहुत-बहुत बधाई एवं हार्दिक शुभकामनाएं 🙏🙏🙏
  • Manish sharma October 02, 2024

    जय श्री राम 🚩नमो नमो ✌️🇮🇳
  • Dharmendra bhaiya September 29, 2024

    bjp
  • Dheeraj Thakur September 28, 2024

    जय श्री राम जय श्री राम
  • Dheeraj Thakur September 28, 2024

    जय श्री राम
  • கார்த்திக் September 21, 2024

    🪷ஜெய் ஸ்ரீ ராம்🪷जय श्री राम🪷જય શ્રી રામ🪷 🪷ಜೈ ಶ್ರೀ ರಾಮ್🌸🪷జై శ్రీ రామ్🪷JaiShriRam🪷🌸 🪷জয় শ্ৰী ৰাম🪷ജയ് ശ്രീറാം🪷ଜୟ ଶ୍ରୀ ରାମ🪷🌸
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
India’s fruit exports expand into western markets with GI tags driving growth

Media Coverage

India’s fruit exports expand into western markets with GI tags driving growth
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 22 ফেব্ৰুৱাৰী 2025
February 22, 2025

Citizens Appreciate PM Modi's Efforts to Support Global South Development