Quoteসংগমত স্নান কৰাটো এক ঐশ্বৰিক সংযোগৰ মুহূৰ্তঃ প্ৰধানমন্ত্ৰী

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি প্ৰয়াগৰাজৰ মহাকুম্ভ পৰিদৰ্শন কৰি সংগমত পবিত্ৰ স্নান কৰে।

 

|

এক্সত পৃথক পোষ্টত তেওঁ লিখেঃ

“প্ৰয়াগৰাজৰ মহাকুম্ভত উপস্থিত হৈ ধন্য অনুভৱ কৰিছো। সংগমত স্নান কৰাটো এক ঐশ্বৰিক সংযোগৰ মুহূৰ্ত আৰু ইয়াত অংশগ্ৰহণ কৰা আন কোটি কোটি লোকৰ দৰে ময়ো ভক্তিভাৱনাৰে ভৰি পৰিলোঁ।

 

|

মা গংগাই সকলোকে শান্তি, প্ৰজ্ঞা, সুস্বাস্থ্য আৰু সম্প্ৰীতিৰে আশীৰ্বাদ কৰক।”

 

|

“আজি প্ৰয়াগৰাজ মহাকুম্ভত পবিত্ৰ সংগমত স্নান কৰি পূজা কৰাৰ সৌভাগ্য লাভ কৰিলোঁ। মা গংগাৰ আশীৰ্বাদ লাভ কৰি মনটোৱে অপৰিসীম শান্তি আৰু সন্তুষ্টি লাভ কৰিছে। তেওঁক সমগ্ৰ দেশবাসীৰ সুখ, সমৃদ্ধি, স্বাস্থ্য আৰু মংগলৰ বাবে প্ৰাৰ্থনা কৰিলোঁ। হৰ-হৰ গংগে!”

 

|

“প্ৰয়াগৰাজৰ ঐশ্বৰিক আৰু ভব্য মহাকুম্ভত বিশ্বাস, ভক্তি আৰু আধ্যাত্মিকতাৰ সংগমে সকলোকে আৱৰি ধৰিছে। পবিত্ৰ কুম্ভত স্নান কৰি থকাৰ কেইখন ছবি....”

 

 

|
  • Dalbir Chopra EX Jila Vistark BJP April 23, 2025


  • Dalbir Chopra EX Jila Vistark BJP April 23, 2025


  • Kiran jain April 23, 2025

    jay SHREE ram
  • Gaurav munday April 22, 2025

    123
  • Jitendra Kumar April 22, 2025

    🙏🇮🇳❤️
  • Gaurav munday April 10, 2025

    ❤️❤️❤️❤️❤️❤️❤️
  • Arun bissa April 04, 2025

    नमामि
  • Sekukho Tetseo March 31, 2025

    President Trump say's PM Modi is a tough negotiator!
  • Prasanth reddi March 21, 2025

    జై బీజేపీ జై మోడీజీ 🪷🪷🙏
  • ABHAY March 15, 2025

    नमो सदैव
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
What Happened After A Project Delayed By 53 Years Came Up For Review Before PM Modi? Exclusive

Media Coverage

What Happened After A Project Delayed By 53 Years Came Up For Review Before PM Modi? Exclusive
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives due to a road accident in Pithoragarh, Uttarakhand
July 15, 2025

Prime Minister Shri Narendra Modi today condoled the loss of lives due to a road accident in Pithoragarh, Uttarakhand. He announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 to the injured.

The PMO India handle in post on X said:

“Saddened by the loss of lives due to a road accident in Pithoragarh, Uttarakhand. Condolences to those who have lost their loved ones in the mishap. May the injured recover soon.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi”