ভাৰতীয় জনতা পাৰ্টি হৈছে ভাৰতৰ সৰ্ববৃহৎ ৰাজনৈতিক দল আৰু দেশজুৰি দলটোৰ সক্ৰিয় উপস্থিতি আছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰে কৃষক, দৰিদ্ৰ, প্রান্তীয়, যুৱ, মহিলা আৰু নৱ-মধ্যবিত্ত শ্ৰেণীৰ আশা-আকাংক্ষা পূৰণ কৰি এক সামগ্ৰিক আৰু উন্নয়নমুখী প্ৰশাসনীয় যুগৰ সূচনা কৰিছে।

২০২৪ চনৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে তৃতীয়বাৰৰ বাবে অভিলেখসংখ্যক জনাদেশ লাভ কৰে। শ্ৰী মোদীয়ে একেৰাহে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অৰ্থনৈতিক সংস্কাৰ, ডিজিটেল আন্তঃগাঁথনি আৰু কল্যাণমূলক কাৰ্যসূচীৰ ওপৰত দলটোৰ গুৰুত্বই ইয়াৰ সফলতাত অৰিহণা যোগাইছে।

|

ৰাষ্ট্ৰপতি ভৱনত ২০২৪ চনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি থকা শ্ৰী নৰেন্দ্ৰ মোদী

ইয়াৰ পূৰ্বে, প্ৰধানমন্ত্ৰী মোদীয়ে ২০১৯ আৰু ২০১৪ চনত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। ২০১৪ চনৰ লোকসভা নিৰ্বাচনত তিনি দশকৰ ভিতৰত একক সংখ্যাগৰিষ্ঠতা লাভ কৰা বিজেপি হৈছে প্ৰথম দল। এই কৃতিত্ব অৰ্জন কৰা ই প্ৰথম অনা-কংগ্ৰেছী দল।

|

ৰাষ্ট্ৰপতি ভৱনত ২০১৪ চনৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি থকা শ্ৰী নৰেন্দ্ৰ মোদী

বিজেপিৰ ইতিহাস বহু পুৰণি, ১৯৮০ৰ দশকৰ, যেতিয়া শ্ৰী অটল বিহাৰী বাজপেয়ীৰ সভাপতিত্বত দলটোৰ জন্ম হৈছিল। বিজেপিৰ পূৰ্বসূৰী ভাৰতীয় জনসংঘ ১৯৫০, ৬০ আৰু ৭০ ৰ দশকত ভাৰতীয় ৰাজনীতিত সক্ৰিয় আছিল আৰু ইয়াৰ নেতা শ্ৰী শ্যামাপ্ৰসাদ মুখাৰ্জীয়ে স্বাধীন ভাৰতৰ প্ৰথম কেবিনেটত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৭৭ চনৰ পৰা ১৯৭৯ চনৰ ভিতৰত জনসংঘ শ্ৰী মোৰাৰজী দেশাইৰ অধীনত জনতা পাৰ্টি চৰকাৰৰ এক অবিচ্ছেদ্য অংশ আছিল। ভাৰতৰ ইতিহাসত এয়া প্ৰথম অনা-কংগ্ৰেছী চৰকাৰ আছিল।

BJP: For a strong, stable, inclusive& prosperous India
|

নতুন দিল্লীত বিজেপিৰ এখন সভাত শ্ৰী এল কে আদৱানী, শ্ৰী অটল বিহাৰী বাজপেয়ী আৰু শ্ৰী মুৰলী মনোহৰ যোশী

বিজেপি শক্তিশালী, আত্মনিৰ্ভৰশীল, সামগ্ৰিক আৰু সমৃদ্ধ ভাৰত গঢ়ি তুলিবলৈ সংকল্পবদ্ধ, যি আমাৰ প্ৰাচীন সংস্কৃতি আৰু লোকাচাৰৰ পৰা অনুপ্ৰেৰণা লাভ কৰে। দলটো পণ্ডিত দীনদয়াল উপাধ্যায়ৰ দিকদৰ্শনত 'অখণ্ড মানৱতাবাদ'ৰ ভাৱধাৰাৰ জৰিয়তে গভীৰভাৱে অনুপ্ৰাণিত হৈছে। বিজেপিয়ে ভাৰতীয় সমাজৰ প্ৰতিটো শ্ৰেণীৰ পৰা, বিশেষকৈ ভাৰতৰ যুৱপ্ৰজন্মৰ পৰা সমৰ্থন আহৰণ কৰি আহিছে।

তুলনামূলকভাৱে কম সময়ৰ ভিতৰতে, ভাৰতীয় ৰাজনৈতিক ব্যৱস্থাত বিজেপি এক গুৰুত্বপূৰ্ণ শক্তি হৈ পৰিছে। ১৯৮৯ চনত (সূচনা কালৰ ৯ বছৰ পাছত) লোকসভাত দলৰ আসনৰ সংখ্যা (১৯৮৪ চনত) দুখনৰ পৰা ৮৬ খনলৈ বৃদ্ধি হৈছিল আৰু বিজেপি কংগ্ৰেছবিৰোধী আন্দোলনৰ কেন্দ্ৰত আছিল যাৰ ফলত ১৯৮৯-১৯৯০ চনলৈ ভাৰত শাসন কৰা নেচনেল ফ্ৰণ্ট গঠন হৈছিল। ১৯৯০ ৰ দশকত বিজেপিয়ে কেইবাখনো ৰাজ্যত চৰকাৰ গঠন কৰাৰ সমান্তৰালকৈ এই উত্থান অব্যাহত আছিল। ১৯৯১ চনত বিজেপি লোকসভাৰ মুখ্য বিৰোধী দল হৈ পৰে, যি এটা যুৱ দলৰ বাবে এক উল্লেখযোগ্য কৃতিত্ব।

bjp-namo-in3
|

নতুন দিল্লীত এখন দলীয় সভাত বিজেপি নেতাসকল

১৯৯৬ চনৰ গ্ৰীষ্মকালত শ্ৰী অটল বিহাৰী বাজপেয়ীয়ে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে, যি হৈছে সম্পূৰ্ণ অনা-কংগ্ৰেছী দলৰ প্ৰথম প্ৰধানমন্ত্ৰী। বিজেপিয়ে ১৯৯৮ আৰু ১৯৯৯ চনৰ নিৰ্বাচনত জনসাধাৰণৰ জনাদেশ লাভ কৰিছিল, শ্ৰী বাজপেয়ীৰ অধীনত ১৯৯৮-২০০৪ চনৰ পৰা ৬ বছৰ দেশ শাসন কৰিছিল। শ্ৰী বাজপেয়ীৰ অধীনত এন ডি এ চৰকাৰক এতিয়াও ইয়াৰ উন্নয়নমূলক পদক্ষেপৰ বাবে স্মৰণ কৰা হয়, যিয়ে ভাৰতক প্ৰগতিৰ নতুন উচ্চতালৈ লৈ গৈছিল

bjp-namo-in2
|

নতুন দিল্লীত প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি থকা শ্ৰী অটল বিহাৰী বাজপেয়ী

শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯৮৭ চনত মূলসুঁতিৰ ৰাজনীতিৰ সৈতে জড়িত হৈছিল আৰু এবছৰত গুজৰাট বিজেপিৰ সাধাৰণ সম্পাদক হৈছিল। ১৯৮৭ চনৰ ন্যায় যাত্ৰা আৰু ১৯৮৯ চনত লোক শক্তি যাত্ৰাৰ আঁৰত তেওঁৰ সাংগঠনিক দক্ষতা নিহিত আছিল। এই প্ৰচেষ্টাবোৰে গুজৰাটত বিজেপি শাসনলৈ অহাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল, প্ৰথমে ১৯৯০ চনত চমু সময়ৰ বাবে আৰু তাৰ পাছত ১৯৯৫ চনৰ পৰা আজিলৈকে। শ্ৰী মোদী ১৯৯৫ চনত বিজেপিৰ ৰাষ্ট্ৰীয় সম্পাদক হৈছিল আৰু ১৯৯৮ চনত তেওঁক দলীয় সংগঠনৰ এক গুৰুত্বপূৰ্ণ পদ সাধাৰণ সম্পাদক (সংগঠন)ৰ দায়িত্ব দিয়া হয়। তিনি বছৰৰ পাছত ২০০১ চনত দলটোৱে তেওঁক গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ভাৰ গ্ৰহণ কৰাৰ দায়িত্ব অৰ্পণ কৰে। তেওঁ ২০০২, ২০০৭ আৰু ২০১২ চনত পুনৰ মুখ্যমন্ত্ৰী হিচাপে নিৰ্বাচিত হয়।

বিজেপিৰ বিষয়ে অধিক জানক, দলৰ ‘অফিচিয়েল ৱে’বছাইট’ চাওক

ভাৰতীয় জনতা পাৰ্টীৰ ‘এক্স একাউণ্ট’

শ্ৰী এল কে আদৱানীজীৰ ‘ৱে’বছাইট’

শ্ৰী ৰাজনাথ সিঙৰ ‘ৱে’বছাইট’

ৰাজনাথ সিঙৰ ‘এক্স একাউণ্ট’

শ্ৰী নীতিন গাডকাৰীৰ ‘ৱে’বছাইট’

নীতিন গাডকাৰীৰ ‘এক্স একাউণ্ট’

 

বিজেপিৰ মুখ্যমন্ত্ৰীসকল

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৰ ‘এক্স একাউণ্ট’

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ‘এক্স একাউণ্ট’

উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ ‘ৱে’বছাইট’

গোৱাৰ মুখ্যমন্ত্ৰী শ্ৰী প্ৰমোদ সাৱন্তৰ ‘এক্স একাউণ্ট’

অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ‘এক্স একাউণ্ট’

উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীৰ ‘এক্স একাউণ্ট’

গুজৰাটৰ মুখ্যমন্ত্ৰী ভূপেন্দ্ৰ পেটেলৰ ‘ৱে’বছাইট’

ভূপেন্দ্ৰ পেটেলৰ ‘এক্স একাউণ্ট’

ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী, মানিক সাহাৰ এক্স একাউণ্ট

ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণু দেও চাইৰ এক্স একাউণ্ট

মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী ড০ মোহন যাদৱৰ এক্স একাউণ্ট

ৰাজস্থানৰ মুখ্যমন্ত্ৰী ভজনলাল শৰ্মাৰ এক্স একাউণ্ট

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব চাইনীৰ ৱেবছাইট

হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নায়াব চাইনীৰ এক্স একাউণ্ট

উৰিষ্যাৰ মুখ্যমন্ত্ৰী শ্ৰী মোহন চৰণ মাঝিৰ এক্স একাউণ্ট

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী, দেৱেন্দ্ৰ ফডনৱিশৰ 'এক্স একাউণ্ট'

দিল্লীৰ মুখ্যমন্ত্ৰী, ৰেখা গুপ্তাৰ এক্স একাউণ্ট

  • Vandana June 02, 2025

    माननीय प्रधानमंत्री श्री नरेंद्र मोदी जी, प्रधानमंत्री कार्यालय, नई दिल्ली। विषय: नए बाय-लॉज़ से महिलाओं की स्वतंत्रता और सेवा भाव पर प्रभाव के संबंध में विनम्र निवेदन। महोदय, सादर प्रणाम। मैं वंदना शर्मा, जयपुर निवासी, एक शिक्षिका होने के साथ-साथ एक बहू भी हूँ जो वर्षों से अपने घर से बच्चों को ट्यूशन देकर शिक्षा प्रदान कर रही हूँ और साथ ही अपनी बिस्तर पर पड़ी सास की सेवा भी कर रही हूँ। मेरे लिए यह सिर्फ एक पेशा नहीं, बल्कि एक सम्मानजनक ज़िम्मेदारी है—जहां मैं शिक्षा भी दे पा रही हूँ और परिवार के प्रति अपने कर्तव्यों को भी निभा पा रही हूँ। हाल ही में लागू किए गए नए बाय-लॉज़ ने मुझे और मेरे जैसी अनगिनत महिलाओं को इन दोनों कार्यों से रोक दिया है। न हम घर से ट्यूशन दे पा रहे हैं, न ही परिवार की देखभाल पूरी निष्ठा से कर पा रहे हैं। यह नियम हमारे आत्म-सम्मान, स्वतंत्रता और सेवा की भावना को आघात पहुंचा रहे हैं। क्या ऐसे नियम बनाते समय हमारे जैसे लोगों की ज़मीनी हकीकत पर विचार किया गया? क्या नारी सशक्तिकरण का अर्थ केवल कुछ विशेष वर्गों की सुविधा तक सीमित है? आपसे विनम्र अनुरोध है कि इन नियमों की पुनः समीक्षा की जाए और ऐसे प्रावधान लाए जाएं जो हमारे जैसे महिलाओं की सेवा, सम्मान और आत्मनिर्भरता को सुरक्षित रख सकें। आपका "सबका साथ, सबका विकास" का सपना तभी पूरा होगा जब हर महिला की आवाज़ और परिस्थिति को समान रूप से समझा और सुना जाएगा। सादर, वंदना शर्मा जयपुर, राजस्थान
  • SYED May 21, 2025

    THANK YOU PM MODI
  • RAMESHWAR May 16, 2025

    मैं रामेश्‍वर तिवारी पिछले 15 वर्ष से बीीजेपी पार्टी का सक्रिय कार्यकर्ता रहा हूॅा एवं वर्तमान में भी हूँ। मुझे मध्‍यप्रदेश में कोई जिम्‍मेदारी अभी से मिल जाऍं टीम लीडर और कम्‍प्‍यूटर लीडर संबंधी जिससे मैं मध्‍यपद्रेश में होने वाले 2028 विधानसभा चुनाव एवं 2029 में होने वाले लोकसभा चुनाव के लिए तन-मन-धन से सहयोग कर सकूँ। बहुत-बहुत धन्‍यवाद
  • Gaurav Singh April 09, 2025

    माननिए श्री नरेंद्र दामोदर दास मोदी जी, प्रधान मंत्री, भारत सरकार, (नई दिल्ली) विषय: राजनीति में प्रवेश करने हेतु प्रार्थना पत्र महोदय, निवेदन है कि, प्रार्थी गौरव सिंह, पुत्र श्री उदय भान सिंह, निवासी ७ अशोक वाटिका, प्रभात नगर, मेरठ -२५०००१, आपके द्वारा दिए हुए वक्तव्य से प्रेरित कि, युवाओं के प्रति आपके दिशानिर्देश से हम सब को प्रेरणा मिलती है। भविष्य के भारत के लिए काम करने की इच्छा से सामाजिक दायित्व का निर्वाहन करना हम सब पड़े लिखे युवाओं की ज़िम्मेदारी है। प्रार्थी भी DPS, दिल्ली, से पढ़ कर, B.Tech,(BR College AGRA), MBA (IBS Hyderabad), LLB (चौधरी चरण सिंह विश्विद्यालय, मेरठ) है, व HCL के Global Sales में Asstt Product मैनेजर, रहा है, व पिताजी श्री उदय भान सिंह जी के स्वास्थ्य कारणो से त्यागपत्र देकर अभी पारिवारिक कृषि भूमि, व्यवसाय पेट्रोल पम्प, व गैस एजेन्सी का संचालन करता हूँ, साथ ही मेरठ फ़ुट्बॉल संघ का अध्यक्ष का दायित्व भी सँभलता हूँ, जिसमें युवाओं को व्यसनो से दूर ले जाकर सकारात्मक खेल में लगाने का प्रयास करता हूँ। हमारे पूजनिए दादाजी श्री दुर्गा सिंह ट्रोफ़ी-ज़िला लीग के प्रतिवर्ष आयोजन कराता आ रहा है। बालकाल से स्वंसेवक होने से संघ संस्कार से प्रेरित हूँ , प्रार्थी के दादाजी स्व० दुर्गा सिंह (दीवान जी) १९५२ से मवाना में संघकार्य करते थे, हमारे गाँव ढिकौली की शाखा (महाराणा प्रताप शाखा) भी उन्होंने ही शुरू की थी । प्रार्थी के पिताजी श्री उदय भान सिंह, भी वरिष्ठ स्वयंसेवक रहें हैं व उन्होंने हिंदू जागरण मंच के प्रांतीय अध्यक्ष का दायित्व निर्वाहन किया है, साथ ही आदरणीय रामलाल जी, आदरणीय कमलेश जी, आदरणीय शिव प्रकाश जी, आदरणीय राकेश जी, आदरणीय अशोक बैरी जी, आदरणीय कृपाशंकर जी, आदि के साथ कार्य करने का सौभाग्य मिला है। प्रार्थी भी उन्ही की प्रेरणा से प्रेरित होकर भाजपा में राजनीतिक प्रवेश के लिए आपका मार्गदर्शन चाहता हूँ। अतः विश्वास है, आप प्रार्थी को दिशानिर्देश देने की कृपा करेंगे। प्रार्थी गौरव सिंह पुत्र श्री उदय भान सिंह ७ अशोक वाटिका, प्रभात नगर, मेरठ - २५०००१ मोब ; ९३६८८८१००९, ८९७९००००९९
  • Akshay Pentest February 03, 2025

    Hil
  • Akshay Pentest February 03, 2025

    Hillo
  • Akshay Pentest February 03, 2025

    Hi
  • Akshay Pentest February 03, 2025

    hi
  • MANTESHA November 09, 2024

    ONE TIME MEET KARNATA STATE GADAG DISTRICT GAJENDRAGAD TALUK RAMAPUR POST VILLEGE HIREKOPP
  • sanjeev October 19, 2024

    bhai aaj aapse thori si financial help ki jarurat hai badi der baad aapko yaad kar rah hoon dono aakhon main motiya ho gaya aur peeliya bhi ho gaya kar sakde ho madad to batana kala peeliya ho gaya naal bro badi mushkil wich wa ghar chalauna wi aukha ho gaya wa aaj mere veer help kar sakde hot aan dasna jarur te mainu is no te contact kariyo mere bro tuhada sari jindgi shukar guzar rahunda You sent 8360646099 is no te call karriyo my bro bade chir baad fb use kiti majboori hi idan di aa gai koi sath nai de riha te apne veera warge yaara to aaj help mang rih Sent 10 Oct 2024, 12:02 You sent hai aaj aapse thori si financial help ki jarurat hai badi der baad aapko yaad kar rah hoon dono aakhon main motiya ho gaya aur peeliya bhi ho gaya kar sakde ho madad to batana kala peeliya ho gaya naal bro badi mushkil wich wa ghar chalauna wi aukha ho gaya wa aaj mere veer help kar sakde hot aan dasna jarur te mainu is no te contact kariyo mere bro tuhada sari jindgi shukar guzar rahunda You sent 8360646099 is no te call karriyo my bro bade chir baad fb use kiti majboori hi idan di aa gai koi sath nai de riha te apne veera warge yaara to aaj help mang rih Sentmsg jarur kar ke dasna bro You sent pahli war madaad mang riha wa Sent 4m ago Sat 12:55 You sent bhai aaj aapse thori si financial help ki jarurat hai badi der baad aapko yaad kar rah hoon dono aakhon main motiya ho gaya aur peeliya bhi ho gaya kar sakde ho madad to batana kala peeliya ho gaya naal bro badi mushkil wich wa ghar chalauna wi aukha ho gaya wa aaj mere veer help kar sakde hot aan dasna jarur te mainu is no te contact kariyo mere bro tuhada sari jindgi shukar guzar rahunda You sent 8360646099 is no te call karriyo my bro bade chir baad fb use kiti majboori hi idan di aa gai koi sath nai de riha te apne veera warge yaara to aaj help mang rih Sentmsg jarur kar ke dasna bro You sent pahli waar help mang riha bro its all in hindi because my enlish is not good...mailsanjeevus@yahoo.com sir i am from india and living in punjab district hoshiarpur i have a little daughter and have no job suffrring also peeliya and eye weekness and living in rented homs pls help me sir
Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
The Future Is India: Q4 FY25 GDP Surge Cements Nation’s Global Economic Leadership

Media Coverage

The Future Is India: Q4 FY25 GDP Surge Cements Nation’s Global Economic Leadership
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Canadian PM calls PM Modi, extends invitation for G7 Summit
June 06, 2025
QuoteThe two leaders acknowledge the deep people-to-people ties between India and Canada

The Prime Minister, Shri Narendra Modi got a call from Canadian Prime Minister, Mr. Mark Carney.

During conversation, Shri Modi congratulated Canadian Prime Minister, Mr. Mark Carney on his recent election victory and thanked him for the invitation to the G7 Summit in Kananaskis later this month.

The two leaders acknowledged the deep people-to-people ties between India and Canada and reaffirmed their commitment to work together with renewed vigour, guided by mutual respect and shared interests.

Prime Minister, Shri Modi conveyed that he looks forward to their meeting at the Summit.

In a X post, Shri Modi wrote;

"Glad to receive a call from Prime Minister @MarkJCarney of Canada. Congratulated him on his recent election victory and thanked him for the invitation to the G7 Summit in Kananaskis later this month. As vibrant democracies bound by deep people-to-people ties, India and Canada will work together with renewed vigour, guided by mutual respect and shared interests. Look forward to our meeting at the Summit."