বিহাৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰীযুত সম্ৰাট চৌধুৰী আৰু শ্ৰী বিজয় কুমাৰ সিনহাই আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।
প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে টুইটাৰযোগে প্ৰকাশ কৰিছে,
"বিহাৰৰ উপ-মুখ্যমন্ত্ৰী শ্ৰী সম্ৰাট চৌধুৰী আৰু শ্ৰী বিজয় কুমাৰ সিনহাই প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীক সাক্ষাৎ কৰে।"
Deputy Chief Ministers of Bihar, Shri @samrat4bjp and Shri @VijayKrSinhaBih, met PM @narendramodi. pic.twitter.com/it651NISm2
— PMO India (@PMOIndia) February 5, 2024