অসমৰ মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।
পিএমঅ’ ইণ্ডিয়াৰ এক্স পোষ্টত কয়ঃ
“অসমৰ মুখ্যমন্ত্ৰী শ্ৰী @himantabiswaই আজি প্ৰধানমন্ত্ৰী @narendramodiক সাক্ষাৎ কৰে।”
@CMOfficeAssam”
Chief Minister of Assam, Shri @himantabiswa, met Prime Minister @narendramodi.@CMOfficeAssam pic.twitter.com/wNvAq2QRK5
— PMO India (@PMOIndia) April 19, 2025