Quoteনেনো ইউৰিয়াৰ পিছত, অনুমোদিত হ’ল নেনো ডিএপি
Quoteকৃষকসকলৰ জীৱন সহজ কৰাৰ দিশত ই এক গুৰুত্বপূৰ্ণ পদক্ষেপ বুলি অভিহিত কৰে প্ৰধানমন্ত্ৰীয়ে

ভাৰত চৰকাৰে নেনো ইউৰিয়াৰ পিছত এতিয়া নেনো ডিএপিকো অনুমোদন জনাইছে। প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে এই সিদ্ধান্ত আমাৰ কৃষক ভাই-ভনীসকলৰ জীৱন সহজ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।

কেন্দ্ৰীয় ৰাসায়নিক আৰু সাৰ মন্ত্ৰী ডঃ মনসুখ মাণ্ডৱিয়াৰ টুইটৰ উত্তৰত প্ৰধানমন্ত্ৰীয়ে এইদৰে টুইট কৰে;

"আমাৰ কৃষক ভাই-ভনীসকলৰ জীৱন সহজ কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ।"

Explore More
প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী

Popular Speeches

প্ৰতিগৰাকী ভাৰতীয়ৰ তেজ উতলি আছে: মন কী বাতত প্ৰধানমন্ত্ৰী মোদী
11 years on, Bharat is stronger and more inclusive

Media Coverage

11 years on, Bharat is stronger and more inclusive
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
চ'ছিয়েল মিডিয়া কৰ্ণাৰ 17 জুন 2025
June 17, 2025

Citizens Appreciate PM Modi’s Leadership Ensuring Growth From Clean Energy to Global Trade