Quoteবাপু আৰু মুক্তি যুঁজাৰুসকলৰ প্ৰতি ‘ভকেল ফৰ লোকেল’ এটি অত্যুত্তম শ্ৰদ্ধাঞ্জলি বুলি প্ৰধানমন্ত্ৰীয়ে কয়

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আহমেদাবাদৰ সবৰমতী আশ্ৰমৰপৰা ‘পদযাত্ৰা’ (মুক্তি সমদল)ৰ ফ্লেগ অফ কৰে।

এটা টুইটত, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, "আজিৰ অমৃত মহোৎসৱৰ কাৰ্যসূচী আৰম্ভ হৈছে সবৰমতী আশ্ৰমৰপৰা, যি স্থানৰপৰাই দাণ্ডী যাত্ৰাও আৰম্ভ হৈছিল। ভাৰতৰ জনসাধাৰণৰ মাজত গৌৰৱ আৰু আত্মনিৰ্ভৰতাৰ উদ্দীপনা গভীৰতৰ কৰাত এই যাত্ৰাৰ এটা মূল ভূমিকা আছে। বাপু আৰু আমাৰ মহান মুক্তি যুঁজাৰুসকলৰ প্ৰতি ‘ভকেল ফৰ লোকেল’ এটি অত্যুত্তম শ্ৰদ্ধাঞ্জলি হ’ব।

যিকোনো থলুৱা পণ্য ক্ৰয় কৰক আৰু ‘ভকেল ফৰ লোকেল’ ব্যৱহাৰ কৰি ছ’চিয়েল মিডিয়াত এখন আলোকচিত্ৰ প’ষ্ট কৰক। সবৰমতী আশ্ৰমৰ মগন নিবাসৰ সমীপত এটি যঁতৰ সংস্থাপিত কৰা হ’ব। ই আত্মনিৰ্ভৰতাৰ সৈতে সম্পৰ্কীয় প্ৰতিটো টুইটৰে সম্পূৰ্ণ এপাক ঘূৰিব। ইয়ো হ’ব জনতাৰ আন্দোলনৰ বাবে এটা অনুঘটক।"

 

  • शिवकुमार गुप्ता February 08, 2022

    जय भारत
  • शिवकुमार गुप्ता February 08, 2022

    जय हिंद
  • शिवकुमार गुप्ता February 08, 2022

    जय श्री सीताराम
  • शिवकुमार गुप्ता February 08, 2022

    जय श्री राम
Explore More
140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day

Popular Speeches

140 crore Indians have taken a collective resolve to build a Viksit Bharat: PM Modi on Independence Day
Blood boiling but national unity will steer Pahalgam response: PM Modi

Media Coverage

Blood boiling but national unity will steer Pahalgam response: PM Modi
NM on the go

Nm on the go

Always be the first to hear from the PM. Get the App Now!
...
Prime Minister condoles the loss of lives in an accident in Mandsaur, Madhya Pradesh
April 27, 2025
QuotePM announces ex-gratia from PMNRF

Prime Minister, Shri Narendra Modi, today condoled the loss of lives in an accident in Mandsaur, Madhya Pradesh. He announced an ex-gratia of Rs. 2 lakh from PMNRF for the next of kin of each deceased and Rs. 50,000 to the injured.

The Prime Minister's Office posted on X :

"Saddened by the loss of lives in an accident in Mandsaur, Madhya Pradesh. Condolences to those who have lost their loved ones. May the injured recover soon.

An ex-gratia of Rs. 2 lakh from PMNRF would be given to the next of kin of each deceased. The injured would be given Rs. 50,000: PM @narendramodi"