দিল্লীৰ অকৰ্তৃত্বশীল কলনিসমূহৰ আবাসিক কল্যাণ সংস্থাৰ কর্মকর্তাৰ সৈতে প্ৰধানমন্ত্রীৰ সাক্ষাৎ পিএম-উদয়ৰ জৰিয়তে দিল্লীৰ এই অকৰ্তৃত্বশীল কলনিত বসাবাস কৰা চল্লিশ লাখ বাসিন্দাই বসবাসৰ স্বত্ব লাভ কৰাৰ লগতে সেয়া বন্ধক আৰু হস্তান্তৰৰ অধিকাৰ প্ৰদানৰ ঐতিহাসিক সিদ্ধান্তৰ বাবে প্ৰধানমন্ত্ৰীক সম্বৰ্ধনা

November 08th, 04:32 pm