জম্মু-কাশ্মীৰৰ দ্ৰাছত কাৰ্গিল বিজয় দিৱস সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
July 26th, 09:30 am
লাডাখৰ লেফটেনেণ্ট গভৰ্ণৰ বি ডি মিশ্ৰ,কেন্দ্ৰীয় মন্ত্ৰী সঞ্জয় শেঠ, চীফ অফ ডিফেন্স ষ্টাফ জেনেৰেল অনিল চৌহান, তিনিওটা বাহিনীৰ মুৰববী, কাৰ্গিল যুদ্ধৰ সময়ৰ সেনাপ্ৰধান জেনেৰেল ভি পি মালিক, প্ৰাক্তন সেনা প্ৰধান জেনেৰেল মনোজ পাণ্ডে, বীৰ বঁটা প্ৰাপক, বীৰ সৈনিকৰ মাতৃ, সাহসী মহিলা আৰু তেওঁলোকৰ সকলো পৰিয়াল,প্ৰধানমন্ত্ৰীয়ে কাৰ্গিল বিজয় দিৱসত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু লাডাখৰ শ্ৰদ্ধাঞ্জলি সমাৰোহত উপস্থিত থাকে
July 26th, 09:20 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি লাডাখত ২৫ সংখ্যক কাৰ্গিল বিজয় দিৱস উপলক্ষে কৰ্তব্যৰত অৱস্থাত সৰ্বোচ্চ বলিদান আগবঢ়োৱা সাহসী বীৰসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। তেওঁ শ্ৰদ্ধাঞ্জলী সমাৰোহতো অংশগ্ৰহণ কৰে। প্ৰধানমন্ত্ৰীয়ে গৌৰৱ গাঁথা- শীৰ্ষক এনচিঅ'ৰ দ্বাৰা কাৰ্গিল যুদ্ধ সন্দৰ্ভত চমু ব্যাখ্যা শুনে আৰু অমৰ সংস্মৰণ : শীৰ্ষক স্মৰণৰ কুটি পৰিদৰ্শন কৰে। তেওঁ বীৰ ভূমিও পৰিদৰ্শন কৰে।Social Media Corner 20th May 2018
May 20th, 08:13 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Social Media Corner 19 May 2018
May 19th, 07:29 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!Solutions to all problems is in development: PM at inauguration of Hydropower Station in Srinagar
May 19th, 03:01 pm
In Srinagar today, PM Modi dedicated the 330 MW Kishanganga Hydropower Station to the Nation. He also laid the Foundation Stone of the Srinagar Ring Road. Speaking at the event, the PM he called for maintaining peace in the region. He said that the State and Central Government would spare no efforts to maintain stability in the region.PM dedicates Kishanganga Hydropower Station to the Nation, lays foundation stone for Srinagar Ring Road
May 19th, 03:00 pm
In Srinagar today, PM Modi dedicated the 330 MW Kishanganga Hydropower Station to the Nation. He also laid the Foundation Stone of the Srinagar Ring Road. Speaking at the event, the PM he called for maintaining peace in the region. He said that the State and Central Government would spare no efforts to maintain stability in the region.লেহত প্ৰধানমন্ত্ৰী; ঊনবিংশতম কুশোক বাকুলা ৰিনপোচেৰ জন্ম শতবাৰ্ষিকীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ; ফলক মুকলিৰে ঝজিলা সুৰংগৰ শুভাৰম্ভ
May 19th, 12:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জম্মু আৰু কাশ্মীৰৰ দিনজোৰা ভ্ৰমণসূচীৰ প্ৰথমটো কাৰ্যসূচী হিচাপে লেহত উপস্থিত হয়৷Social Media Corner 18 May 2018
May 18th, 07:47 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!১৯ মে’ত জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
May 18th, 05:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৯ মে’ত দিনজোৰা কাৰ্যসূচীৰে জম্মু আৰু কাশ্মীৰ ভ্ৰমণ কৰিব৷