Taxpayer is respected only when projects are completed in stipulated time: PM Modi
June 23rd, 01:05 pm
PM Modi inaugurated 'Vanijya Bhawan' and launched the NIRYAT portal in Delhi. Referring to the new infrastructure of the Ministry, the Prime Minister said that this is also time to renew the pledge of ease of doing business and through that ‘ease of living’ too. Ease of access, he said, is the link between the two.PM inaugurates 'Vanijya Bhawan' and launches NIRYAT portal
June 23rd, 10:30 am
PM Modi inaugurated 'Vanijya Bhawan' and launched the NIRYAT portal in Delhi. Referring to the new infrastructure of the Ministry, the Prime Minister said that this is also time to renew the pledge of ease of doing business and through that ‘ease of living’ too. Ease of access, he said, is the link between the two.Aatmanirbhar Bharat is our path as well as our resolve: PM Modi
May 06th, 02:08 pm
PM Narendra Modi addressed the inaugural session of JITO Connect 2022. The Prime Minister said, Whatever may be the area of expertise, area of concern and whatever may be the differences of opinion of the people, they are all united by the rise of New India. Today everyone feels that India is now moving beyond ‘probability and potential’ and performing a bigger purpose of global welfare.প্ৰধানমন্ত্ৰীয়ে 'জিআইটিঅ' কানেক্ট ২০২২'ৰ উদ্বোধনী অধিৱেশনত ভাষণ প্ৰদান কৰে
May 06th, 10:17 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জৈন আন্তঃৰাষ্ট্ৰীয় বাণিজ্য সংস্থাৰ 'জিআইটিঅ' কানেক্ট ২০২২'ৰ উদ্বোধনী অধিৱেশনত ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে ভাষণ প্ৰদান কৰে।India ended three decades of political instability with the press of a button: PM Modi in Berlin
May 02nd, 11:51 pm
PM Narendra Modi addressed and interacted with the Indian community in Germany. PM Modi said that the young and aspirational India understood the need for political stability to achieve faster development and had ended three decades of instability at the touch of a button.জার্মানীত ভাৰতীয় সমূদায়ৰ সৈতে বাৰ্তালাপ প্রধানমন্ত্রীৰ
May 02nd, 11:50 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে জার্মানীৰ বার্লিনৰ থিয়েটাৰ আম পটছডেমাৰ প্লাটজত ভাৰতীয় সমূদায়ৰ সৈতে বাৰ্তালাপ কৰাৰ লগতে ভাষণ প্ৰদান কৰে। জার্মানীত বসবাস কৰা ছাত্র, গৱেষক আৰু বিভিন্ন বৃত্তিত জড়িত ১৬০০তকৈ অধিক প্ৰৱাসী ভাৰতীয় সদস্যই এই অনুষ্ঠানত অংশগ্রহণ কৰে৷ প্রধানমন্ত্রীয়ে জার্মানীৰ অর্থনীতি আৰু সমাজত তেওঁলোকৰ অৱদানৰ কথা উল্লেখ কৰে৷ বিশ্বজুৰি ভাৰতীয় সামগ্ৰীৰ প্রচাৰৰ জৰিয়তে ভাৰতৰ ভোকেল ফৰ লোকেল প্ৰচেষ্টাৰ প্ৰতি অৱদান আগবঢ়োৱাৰ বাবে তেওঁ ভাৰতীয় সমূদায়ক উৎসাহ যোগায়৷আজি ভাৰতত হোৱা ইতিবাচক পৰিৱৰ্তনে নেতাজী সুভাষ বসুক অতিশয় গৰ্বিত কৰিবঃ প্ৰধানমন্ত্ৰী
January 23rd, 11:01 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নেতাজী সুভাষ বসুৰ উক্ত স্মৰণ কৰি কয় যে আমাৰ এটা লক্ষ্য আৰু শক্তি থকা উচিত যিয়ে আমাক সাহসৰ সৈতে বলিষ্ঠভাৱে চালিত কৰিবলৈ অনুপ্ৰাণিত কৰিব পাৰে। আজিৰ আত্মনিৰ্ভৰ ভাৰতত, আমাৰ সেই লক্ষ্য আৰু শক্তি আছে। আমাৰ অভ্যন্তৰীণ শক্তি আৰু সংকল্পৰে আত্মনিৰ্ভৰ ভাৰতৰ লক্ষ্য সফল হ’ব, শ্ৰী মোদীয়ে কয়। নেতাজী সুভাষ চন্দ্ৰ বসুৰ উদ্ধৃতি দি, প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আমাৰ তেজ আৰু ঘামেৰে আমাৰ ৰাষ্ট্ৰখনলৈ বৰঙণি যোগাবৰ অৰ্থে আমাৰ একমাত্ৰ লক্ষ্য থকা উচিত আৰু আমাৰ কঠোৰ শ্ৰম আৰু উদ্ভাৱনেৰে ভাৰতক আত্মনিৰ্ভৰ কৰি তুলিব লাগে। কলকাতাৰ ভিক্ট’ৰিয়া মেম’ৰিয়েলত ‘পৰাক্ৰম দিৱস’তে তেখেতে এইদৰে কয়।২৭.১২.২০২০ তাৰিখে ‘মন কী বাত ২.০’ৰ ১৯তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্ত
December 27th, 11:30 am
বন্ধুসকল, আমি এই ভাৱনা বৰ্তাই ৰাখিব লাগিব আৰু বঢ়াব লাগিব৷ মই পূৰ্বেও কৈছো আৰু পুনৰবাৰ দেশবাসীক আহ্বান জনাম৷ আপোনালোকেও এখন তালিকা প্ৰস্তুত কৰক৷ দিনটোত আমি যি সামগ্ৰী ব্যৱহাৰ কৰো, সেই সামগ্ৰীসমূহ বিবেচনা কৰি চাওক যে অজানিতে আমাৰ জীৱনত কোনবোৰ বিদেশী সামগ্ৰীয়ে প্ৰৱেশ কৰিছে৷ আমাক এক প্ৰকাৰে বন্দী কৰি তুলিছে৷ ইয়াৰ ভাৰতীয় বিকল্পসমূহ সন্ধান কৰক আৰু নিশ্চিত কৰক যে আগলৈ ভাৰতত নিৰ্মিত, ভাৰতৰ জনসাধাৰণৰ পৰিশ্ৰম তথা ঘামেৰে উৎপাদিত সামগ্ৰীসমূহ আমি ব্যৱহাৰ কৰিম৷ আপোনালোকে প্ৰতিবছৰে নৱবৰ্ষৰ প্ৰতিজ্ঞা গ্ৰহণ কৰে, এইবাৰ এনে এক প্ৰতিজ্ঞা দেশৰ বাবে গ্ৰহণ কৰক৷কিৰ্লোস্কাৰ গ্ৰুপৰ শতবৰ্ষ উদযাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 06th, 06:33 pm
আপোনাক সকলোলৈ নৱবৰ্ষৰ শুভেচ্ছা যাচিলো৷ কিৰ্লোস্কাৰ গ্ৰুপৰ বাবে এয়া দুগুণ আনন্দৰ সময়৷ ৰাষ্ট্ৰ নিৰ্মাণৰ সহযোগিতাৰো এশ বছৰ পূৰ্ণ হৈছে আৰু সেইবাবে কিৰ্লোস্কাৰ গ্ৰুপক মই অভিনন্দন জনাইছো৷কিৰ্লোষ্কাৰ ব্ৰাদাৰ্ছ লিমিটেডৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ প্ৰধানমন্ত্রীৰ
January 06th, 06:32 pm
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীত দেশৰ আগশাৰীৰ প্ৰতিষ্ঠান কিৰ্লোষ্কাৰ ব্ৰাদাৰ্ছ লিমিটেডৰ শতবার্ষিকী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰে৷ তেওঁ প্ৰতিষ্ঠানটোৰ শতবর্ষ সম্পূৰ্ণ হোৱা উপলক্ষে এটা ডাক টিকট উন্মোচন কৰে৷ প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠাতা প্ৰয়াত লক্ষ্মণৰাও কিৰ্লোষ্কাৰৰ আত্মজীৱনীমূলক ‘যান্ত্রিক কি যাত্রা’ শীৰ্ষক গ্ৰন্থৰ হিন্দী সংস্কৰণো উন্মোচন কৰে প্ৰধানমন্ত্ৰীয়ে৷৭৩ তম স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশবাসীক সম্বোধন
August 15th, 04:30 pm
১/ ৭৩ তম স্বাধীনতা দিৱসৰ শুভেচ্ছা আৰু ওলগ জনাইছো আৰু লগতে পৱিত্ৰ ৰক্ষাবন্ধনৰ শুভক্ষণত দেশবাসী আৰু সকলো ভাইভনীকে হিয়াভৰা শুভেচ্ছা জনাইছো।One nation, one constitution spirit has become a reality now: PM Modi
August 15th, 01:43 pm
PM Narendra Modi addressed the nation on the 73rd Independence Day from the ramparts of the Red Fort in Delhi, soon after hoisting the National Flag. He extended his greetings to fellow countrymen and wished people on the auspicious occasion of Raksha Bandhan. During his address, the Prime Minister spoke at length about the transformations taking place in the country and presented the government’s vision to take India to greater heights of glory through public participation.Prime Minister Modi addresses the nation from Red Fort on 73rd Independence Day
August 15th, 07:00 am
PM Narendra Modi addressed the nation on the 73rd Independence Day from the ramparts of the Red Fort in Delhi, soon after hoisting the National Flag. He extended his greetings to fellow countrymen and wished people on the auspicious occasion of Raksha Bandhan. During his address, the Prime Minister spoke at length about the transformations taking place in the country and presented the government’s vision to take India to greater heights of glory through public participation.Himachal Pradesh is the land of spirituality and bravery: PM Modi
December 27th, 01:00 pm
Prime Minister Narendra Modi addressed a huge public meeting in Dharamshala in Himachal Pradesh today. The event, called the ‘Jan Aabhar Rally’ is being organized to mark the completion of first year of the tenure of BJP government in Himachal Pradesh.হিমাচল প্ৰদেশ চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ধৰমশালাত জন আভাৰ ৰেলী সম্বোধন প্ৰধানমন্ত্ৰীৰ
December 27th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশ চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ধৰমশালাত আজি জন আভাৰ ৰেলী সম্বোধন কৰে।PM Modi receives 'United Nations Champions of the Earth' award
October 03rd, 01:00 pm
Prime Minister Shri Narendra Modi, today received the United Nation's highest environmental honour 'Champions of The Earth’ award from the UN Secretary General Antonio Guterres, at a ceremony in New Delhi. Speaking at the event, PM Modi said, “It is an honour for Indians. Indians are committed to save the environment.”We are breaking silos within the working of the Government: PM Modi
June 22nd, 11:47 am
Addressing a gathering after laying foundation stone of paperless Vanijya Bhawan in Delhi, PM Modi said the Government’s focus was on moving from silos to solutions. He highlighted the Government’s measures for creating people friendly, development friendly and investment friendly ecosystem. PM Modi spoke how technology was easing the business environment. In this context, he highlighted how GST has had a positive impact on the economy.বাণিজ্য ভৱনৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
June 22nd, 11:40 am
নতুন দিল্লীত আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় চৰকাৰৰ বাণিজ্য বিভাগৰ নতুন কাৰ্যালয়ৰ চৌহদত বাণিজ্য ভৱনৰ আধাৰশিলা স্থাপন কৰে।বিশ্ব পৰিৱেশ দিৱস ২০১৮ উপলক্ষে বিজ্ঞান ভৱনত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ (৫ জুন ২০১৮)
June 05th, 05:00 pm
ভাৰতৰ তিনি বিলিয়ন জনসংখ্যাৰ তৰফৰ পৰা আপোনালোক সকলোকে নতুন দিল্লীত স্বাগতম জনাই মই বৰ সন্তোষ লাভ কৰিছোঁ৷ মই আশা কৰিছোঁ যে বিদেশৰ পৰা অহা প্ৰতিনিধিসকলৰ ওচৰত দিল্লীৰ ইতিসাহ আৰু গৌৰৱ প্ৰদৰ্শন কৰিবলৈ কিছু সময় প্ৰাপ্ত হ’ব৷ আমি বিশ্ব পৰিৱেশ দিৱস ২০১৮ৰ বৈশ্বিক আয়োজক হোৱাৰ গৰ্ব অনুভৱ কৰিছোঁ৷ মোৰ মন্ত্ৰী পৰিষদৰ সহযোগী ডাঃ হৰ্ষবৰ্ধন, ডাঃ মহেশ শৰ্মা, শ্ৰী মনোজ সিনহা কাৰ্যকৰী নিৰ্দেশক, সংযুক্ত ৰাষ্ট্ৰ পৰিৱেশ কাৰ্যক্ৰম সচিব, পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰালয় ভাৰত আৰু বিদেশৰ পৰা প্ৰতিষ্ঠিত অতিথিগণ ভদ্ৰপুৰুষ তথা ভদ্ৰমহিলাসকল ভাৰতৰ তিনি বিলিয়ন জনসংখ্যাৰ তৰফৰ পৰা আপোনালোক সকলোকে নতুন দিল্লীত স্বাগতম জনাই মই বৰ সন্তোষ লাভ কৰিছোঁ৷ মই আশা কৰিছোঁ যে বিদেশৰ পৰা অহা প্ৰতিনিধিসকলৰ ওচৰত দিল্লীৰ ইতিসাহ আৰু গৌৰৱ প্ৰদৰ্শন কৰিবলৈ কিছু সময় প্ৰাপ্ত হ’ব৷ আমি বিশ্ব পৰিৱেশ দিৱস ২০১৮ৰ বৈশ্বিক আয়োজক হোৱাৰ গৰ্ব অনুভৱ কৰিছোঁ৷We are working with the mission of Transforming India: PM Modi at India-Korea Business Summit
February 27th, 11:00 am
At the India-Korea Business Summit, PM Modi said India had all the three factors of economy: Democracy, Demography and Demand. He said that Government, in the last 3.5 years had worked towards creating a stable business environment, removing arbitrariness in decision making. He added that Government was working with the mission of Transforming India from an old civilisation into a modern society and an informal economy into a formal economy.