Telephone Conversation between PM and President of the Republic of Uganda
April 09th, 06:30 pm
Prime Minister Shri Narendra Modi had a telephone conversation today with H.E. President Yoweri Kaguta Museveni of the Republic of Uganda.প্ৰধানমন্ত্ৰীয়ে উগাণ্ডাৰ ৰাজ্য ভ্ৰমণৰ সময়ত প্ৰদান কৰা ভাৰত-উগাণ্ডা যৌথ বিবৃতি
July 25th, 06:54 pm
উগাণ্ডা গণৰাজ্যৰ মাননীয় ৰাষ্ট্ৰপতি য়ুৱেৰি কাগুটা মুছেভেনিৰ আমন্ত্ৰণক্ৰমে ভাৰতৰ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০১৮ চনৰ ২৪–২৫ জুলাইত উগাণ্ডাৰ ৰাজ্য ভ্ৰমণ কৰে৷ তেওঁক সংগ প্ৰদান কৰিছিল ভাৰত চৰকাৰৰ উচ্চ পৰ্যায়ৰ জ্যেষ্ঠ কাৰ্যকৰ্তাৰ এক প্ৰতিনিধিৰ দল তথা বৃহৎ ব্যৱসায়ৰ এক প্ৰতিনিধি দলে৷ ২১ বছৰৰ মূৰত এয়া ভাৰতীয় প্ৰধানমন্ত্ৰীৰ প্ৰথমটো ভ্ৰমণ আছিল৷Key takeaways from PM Modi’s address to the Parliament of Uganda
July 25th, 01:00 pm
PM Modi addressed the Parliament of Uganda. This was the first address by an Indian Prime Minister. In his address the PM listed out India’s deep rooted ties with Africa adding that Uganda was central to India’s commitment to the continent. He said, “For India, the moral principles of independence movement were not just confined to the boundaries of India. It was a universal quest for liberty, dignity, equality and opportunity for every human being. Nowhere did it apply more than in Africa.”PM Modi addresses India-Uganda Business Forum
July 25th, 12:41 pm
Addressing the India-Uganda Business Forum, PM Modi said that India was ready to work with Uganda in the fields of capacity building, HRD, skill development, innovation and also in adding value to the abundant natural resources available in this country. The PM also highlighted India’s growth trajectory and the transformative changes taking place in the country.প্ৰধানমন্ত্ৰীয়ে উগাণ্ডা ভ্ৰমণৰ সময়ত ভাৰত আৰু উগাণ্ডাৰ মাজত স্বাক্ষৰিত হোৱা বুজাবুজি চুক্তিপত্ৰৰ তালিকা
July 24th, 05:52 pm
প্ৰধানমন্ত্ৰীয়ে উগাণ্ডা ভ্ৰমণৰ সময়ত ভাৰত আৰু উগাণ্ডাৰ মাজত স্বাক্ষৰিত হোৱা বুজাবুজি চুক্তিপত্ৰৰ তালিকাউগাণ্ডা ভ্ৰমণৰ সময়ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা সংবাদ বিবৃতি
July 24th, 05:49 pm
এয়া মোৰ সৌভাগ্য যে দুটা দশকৰ পিছত ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে প্ৰথম দ্বিপাক্ষিক যাত্ৰাৰ বাবে মই উগাণ্ডালৈ আহিছোঁ৷ ৰাষ্ট্ৰপতি মিউছেভিনি ভাৰতৰ বহু পুৰণি মিত্ৰ৷ মোৰো তেওঁৰ সৈতে পুৰণি পৰিচয় আছে৷ ২০০৭ চনত যেতিয়া গুজৰাটৰ মুখ্যমন্ত্ৰী হিচাপে ইয়ালৈ আহিছিলো, সেই যাত্ৰাৰ সুখদ স্মৃতি এতিয়াও মোৰ সৈতে আছে৷ আৰু আজি ৰাষ্ট্ৰপতি মহোদয়ৰ উদাৰ শব্দ তথা মোৰ উষ্ম আদৰণিৰ বাবে মই তেওঁক হৃদয়েৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ৷PM Modi arrives in Uganda
July 24th, 05:12 pm
Prime Minister Narendra Modi arrived at Entebbe, Uganda marking the start of second leg of his three-nation tour. During his visit, PM Modi would hold talks with President of Uganda, address a community event and also deliver a Keynote address at the Parliament of Uganda.