প্ৰধানমন্ত্ৰীক সাক্ষাৎ জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহামহিম ইয়োশিহিদে সুগাৰ

May 24th, 01:30 pm

জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহামহিম ইয়োশিহিদে সুগাই ২০২২ ৰ ২৪ মে’ত টকিঅ’ত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।

তথ্যপটঃ কোৱাড গোষ্ঠীভুক্ত নেতৃবৃন্দৰ শীর্ষ বৈঠক

September 25th, 11:53 am

ৰাষ্ট্রপতি বাইডেনে ২৪ ছেপ্টেম্বৰত হোৱাইট হাউছত অস্ট্রেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিছন, ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদী আৰু জাপানৰ প্রধানমন্ত্রী যোশিহিদে সুগাক লৈ গঠিত কোৱাড বা চতুর্দেশীয় অক্ষ গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দক মুখামুখি বৈঠকলৈ আমন্ত্রণ জনায়। এইখনেই আছিল কোৱাড গোষ্ঠীভুক্ত দেশবিলাকৰ নেতৃবৃন্দৰ ব্যক্তিগত উপস্থিতিত প্রথম বৈঠক। কোৱাড গোষ্ঠীভুক্ত নেতৃবৃন্দই উচ্চাকাঙ্ক্ষী উদ্যোগত অগ্রাধিকাৰ দিয়ে যাৰ ফলত একৈশ শতাব্দীৰ চ্যালেঞ্জবিলাকৰ মোকাবিলাত বাস্তবিক সহযোগিতা আৰু পাৰস্পৰিক সম্পর্ক অধিক নিবিড় হয়। এই বৈঠকত কোভিড-১৯ মহামাৰীৰ অবসান সহ নিৰাপদ আৰু কার্যকৰী টীকাৰ উৎপাদন বৃদ্ধি তথা সকলোৰে বাবে উপলব্ধ কৰোৱা; উন্নতমানৰ পৰিকাঠামো নির্মাণ; জলবায়ুজনিত সঙ্কটৰ মোকাবিলা; উদীয়মান প্রযুক্তিৰ ক্ষেত্রত অংশীদাৰিত্ব, মহাকাশ আৰু চাইবাৰ নিৰাপত্তাৰ দৰে ক্ষেত্রত সমন্বয় অধিক বঢ়োৱাৰ ওপৰত গুৰুত্ব দিয়া হয়। গোষ্ঠীভুক্ত দেশবিলাকত অহা প্রজন্মৰ মেধাৰ অধিক বিকাশৰ বিষয়টোক অগ্রাধিকাৰ দিয়া হয়।

Joint Statement from Quad Leaders

September 25th, 11:41 am

In a joint statement, the Quad leaders said, We, the leaders of Australia, India, Japan, and the United States, convened today in person as the Quad” for the first time. On this historic occasion we recommit to our partnership, and to a region that is a bedrock of our shared security and prosperity—a free and open Indo-Pacific, which is also inclusive and resilient.

ভাৰত-মাৰ্কিন দ্বিপাক্ষিক সন্মিলনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা আৰম্ভণি- মন্তব্য

September 24th, 11:48 pm

ৰাষ্ট্ৰপতি জী, সৰ্ব প্ৰথমে মই আমাক, ভাৰতীয় প্ৰতিনিধি দলটোক মৈত্ৰীপূৰ্ণ আৰু উষ্ণ আদৰণি জনোৱাৰ বাবে আপোনাক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছো। ২০১৬, আৰু ২০১৪ চনতো মই আপোনাৰ সৈতে বিস্তৃত ভাবে কথা-বতৰা পতাৰ সুযোগ পাইছিলো। আৰু সেই সময়ত আপুনি ভাৰত-আমেৰিকাৰ সম্বন্ধ সন্দৰ্ভত পোষণ কৰা আপোনাৰ দৃষ্টভংগী শব্দবদ্ধ কৰিছিল, সেয়া নিতান্তই প্ৰেৰণাদায়ক আছিল আৰু আজি আপুনি ৰাষ্ট্ৰপতি হিচাপে সেই দৃষ্টিভংগীক আগুৱাই নিয়াৰ বাবে অহোপুৰুষাৰ্থ কৰিছে, প্ৰয়াস কৰিছে, ‘ইনচিয়েটিভ’ লৈছে, এই কাৰ্যক মই স্বাগত জনাইছো।

জাপানৰ প্ৰধানমন্ত্ৰী ইয়োশিহিদে সুগাৰ সৈতে ফলপ্ৰসূ আলোচনাত মিলিত প্ৰধানমন্ত্ৰী মোদী

September 24th, 03:45 am

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ইয়োশিহিদে সুগাই ৱাশ্বিংটন ডিচিত ফলপ্ৰসূ আলোচনাত মিলিত হয়। উভয় নেতাই বাণিজ্যিক আৰু সাংস্কৃতিক সম্পৰ্কক অধিক উদ্দীপনা যোগাবলৈ উপায়সমূহকে ধৰি ভিন্ন প্ৰসংগৰাজি সন্দৰ্ভত আলোচনা কৰে।

PM’s Departure Statement ahead of his visit to USA

September 22nd, 10:37 am

I will be visiting USA from 22-25 September, 2021 at the invitation of His Excellency President Joe Biden of the United States of America

টকিঅ’ অলিম্পিক উপলক্ষে জাপানৰ প্ৰধানমন্ত্ৰীক শুভকামনা জনালে প্ৰধানমন্ত্ৰীয়ে

July 23rd, 01:17 pm

টকিঅ’ অলিম্পিক, ২০২০ উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী ইয়োশিহিদে সুগাক শুভকামনা জনাইছে।

আহমেদাবাদৰ ‘এএমএ’-ত ‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ

June 27th, 12:21 pm

‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ লোকাৰ্পণৰ এই সুযোগ ভাৰত-জাপানৰ মাজৰ সম্পৰ্কৰ সহজতা আৰু আধুনিকতাৰ প্ৰতীক হিচাপেই পৰিগণিত হৈছে। মোৰ বিশ্বাস যে জাপানৰ ‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ এই প্ৰতিস্থাই, ভাৰত আৰ জাপানৰ সম্পৰ্কক আৰু অধিক শক্তিশালী কৰি তুলিব, আমাৰ নাগৰিকসকলক আৰু কাষ চপাই আনিব। বিশেষ ভাবে, মই ‘হ্যোগো’ আৰু ‘প্ৰী-ফেক্সাৰ’ৰ নেতৃবৃন্দৰ, মোৰ অভিন্ন মিত্ৰ গৱৰ্ণৰ শ্ৰীমান ইদো তোশীজোক বিশেষ ভাবে এই মুহূৰ্তত অভিনন্দন জ্ঞাপন কৰিছো। গৱৰ্ণৰ ইদো ২০১৭চনত নিজেই আহমেদাবাদলৈ আহিছিল। আহমেদাবাদত ‘জেন গাৰ্ডেন’ আৰু ‘কাইজেন অকাডেমী’ৰ স্থাপন কৰাৰ ক্ষেত্ৰত তেওঁৰ লগতে ‘হ্যোগো ইণ্টাৰনেশ্যনেল এছোচিয়েশ্যন’ৰ অতি গুৰুত্বপূৰ্ণ অৱদান আছিল। মই ‘গুজৰাটৰ ভাৰত-জাপান মৈত্ৰী সংস্থা’ৰ সতীৰ্থসকলকো ইয়াৰ বাবে অভিনন্দন জ্ঞাপন কৰিব খুজিছো। তেওঁলোকে ভাৰত-জাপানৰ মাজৰ সম্বন্ধ মজবুট কৰাৰ বাবে নিৰন্তৰ ভাবে উল্লেখনীয় ভূমিকা পালন কৰি আহিছে। ‘জাপান ইনফৰ্মেশ্যন এণ্ড ষ্টাডী চেণ্টাৰ’-ও ইয়াৰ এক সুন্দৰ উদাহৰণ।

PM Modi inaugurates Zen Garden and Kaizen Academy at AMA, Ahmedabad

June 27th, 12:20 pm

PM Narendra Modi inaugurated a Zen Garden and Kaizen Academy at AMA, Ahmedabad via video conference. Pointing to the similarities between ‘Zen’ and Indian ‘Dhyan’, the Prime Minister dwelled on the emphasis on inner peace along with outer progress and growth in the two cultures.

কোৱাড নেতৃবৰ্গৰ প্রথম ভাৰ্চুৱেল সন্মিলন

March 11th, 11:23 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ১২ মার্চত ভার্চুৱেলী অষ্ট্ৰেলিয়াৰ প্রধানমন্ত্রী স্কট মৰিচন, জাপানৰ প্রধানমন্ত্রী য়’শীহিদ ছুগা আৰু মার্কিন যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি জোছেফ আৰ বাইডেনৰ লগতে চাৰি দেশীয় জোট কোৱাড্রিলেটাৰেল ফ্রেমৱর্কৰ বৈঠকত মিলিত হ’ব৷ এয়া কোৱাড্রিলেটাৰেল ফ্রেমৱর্ক নেতৃবৃন্দৰ প্রথম সন্মিলন।

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদী আৰু জাপানৰ প্রধানমন্ত্রী ছুগা য়’শীহিডৰ মাজত টেলিফোনিক বাৰ্তালাপ

March 09th, 08:13 pm

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে আজি জাপানৰ প্রধানমন্ত্রী ছুগা য়’শীহিডৰ সৈতে টেলিফোনযোগে কথা পাতে৷

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম সুগা ইয়োশিহিদেৰ মাজত টেলিফোনিক বাৰ্তালা

September 25th, 02:40 pm

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জাপানৰ প্ৰধানমন্ত্ৰী মহামহিম সুগা ইয়োশিহিদেৰে টেলিফোনিক বাৰ্তালাপত ভাগ লয়।

জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হোৱাৰ বাবে য়’শ্বিহিডে ছুগাক অভিনন্দন জনালে প্ৰধানমন্ত্ৰীয়ে

September 16th, 11:45 am

জাপানৰ প্ৰধানমন্ত্ৰী হিচাপে নিযুক্ত হোৱাৰ বাবে মহামহিম য়’শ্বিহিডে ছুগাক অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে।