ছামিট ফৰ ডেমক্ৰেচীত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' ভাষণৰ অসমীয়া অনুবাদ
March 20th, 10:55 pm
এই পদক্ষেপ অব্যাহত ৰখাৰ বাবে ৰাষ্ট্ৰপতি ইউন ছুক য়েঅলক ধন্যবাদ জনাইছোঁ। ''ছামিট ফৰ ডেমক্ৰেচী''য়ে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে, য'ত গণতন্ত্ৰসমূহে অভিজ্ঞতা ভাগ-বতৰা কৰে আৰু ইজনে সিজনৰ পৰা শিকে।প্ৰধানমন্ত্ৰীয়ে ছামিট ফৰ ডেমক্ৰেচি সম্বোধন কৰে
March 20th, 10:44 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ছামিট ফৰ ডেমক্ৰেচি সম্বোধন কৰে। সমগ্ৰ বিশ্বৰ গণতন্ত্ৰসমূহৰ অভিজ্ঞতাৰ বিনিময় আৰু পাৰস্পৰিকভাৱে জ্ঞান আহৰণৰ ক্ষেত্ৰত ছামিট ফৰ ডেমক্ৰেচিক এক গুৰুত্বপূৰ্ণ মঞ্চ আখ্যাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে গণতন্ত্ৰৰ প্ৰতি ভাৰতৰ বদ্ধমূল দায়বদ্ধতাক পুনৰবাৰ উল্লেখেৰে কয়, ভাৰতত গণতন্ত্ৰৰ এক প্ৰাচীন আৰু অখণ্ড সংস্কৃতি আছে। ই ভাৰতীয় সভ্যতাৰ প্ৰাণ। তেখেতে আৰু দৃঢ়তাৰে কয়, ভাৰতৰ ইতিহাসত সহমত গঠন, মুকলি আলোচনা আৰু মুক্ত আলোচনা প্ৰতিধ্বনিত হৈ আহিছে। সেইবাবেই দেশৰ নাগৰিকসকলে ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি গণ্য কৰে।প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজৰ কূটনৈতিক সম্পৰ্কৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উৎসৱ উদযাপন কৰে
December 10th, 12:23 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভাৰত আৰু কোৰিয়া গণৰাজ্যৰ মাজৰ কূটনৈতিক সম্পৰ্ক স্থাপনৰ ৫০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতি শ্ৰীযুত য়ুন চুক য়েওলক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে। পাৰস্পৰিক সন্মান, মূল্যবোধ ভাগ-বতৰা আৰু বিকশিত অংশীদাৰিত্বৰ যাত্ৰাক আলোকপাত কৰি, প্ৰধানমন্ত্ৰীয়ে বিশেষ কূটনৈতিক অংশীদাৰিত্বক গভীৰ আৰু সম্প্ৰসাৰণ কৰিবৰ বাবে য়ুন চুক য়েওলৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।কোৰিয়াৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
September 10th, 06:35 pm
নতুন দিল্লীত জি-২০ শীৰ্ষ সন্মিলনৰ সমান্তৰালভাৱে ১০ ছেপ্টেম্বৰ, ২০২৩ত প্ৰধানমন্ত্ৰী শ্ৰীন নৰেন্দ্ৰ মোদী কোৰিয়াৰ ৰাষ্ট্ৰপতি শ্ৰীযুত য়ুন ছুক য়েউলৰ সৈতে বৈঠকত মিলিত হয়৷কোৰিয়া গণৰাজ্যৰ ৰাষ্ট্ৰপতিৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
May 20th, 12:06 pm
তেওঁলোকে ভাৰত–কোৰিয়া গণৰাজ্য বিশেষ কৌশলগত অংশীদাৰিত্বৰ অগ্ৰগতি পৰ্যালোচনা কৰি বিশেষকৈ বাণিজ্য আৰু বিনিয়োগ, উচ্চ প্ৰযুক্তি, আই টি হাৰ্ডৱেৰ নিৰ্মাণ, প্ৰতিৰক্ষা, অৰ্ধপৰিবাহী আৰু সংস্কৃতিৰ ক্ষেত্ৰত দ্বিপাক্ষিক সহযোগিতা শক্তিশালী কৰাৰ উপায়ৰ বিষয়ে আলোচনা কৰে।কোৰিয়া গণৰাজ্যৰ নিৰ্বাচিত-ৰাষ্ট্ৰপতি মহামহিম ইউন চুক-ইয়লৰ সৈতে টেলিফোনিক বাৰ্তালাপ প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ
March 17th, 02:50 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি আগবেলা কোৰিয়া গণৰাজ্যৰ নিৰ্বাচিত-ৰাষ্ট্ৰপতি মহামহিম ইউন চুক-ইয়লৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হয়।