This election is a contest between the NDA-led 'Santushtikaran' Model & Congress-SP-led 'Tushtikaran Model': PM Modi in Jaunpur, UP
May 16th, 11:15 am
Ahead of the Lok Sabha elections 2024, Prime Minister Narendra Modi addressed powerful election rally amid jubilant and passionate crowds in Jaunpur, UP. He said, “The world is seeing people's popular support & blessings for Modi.” He added that even the world now trusts, 'Fir ek Baar Modi Sarkar.'CAA is a testimony to Modi's guarantee: PM Modi in Lalganj, UP
May 16th, 11:10 am
Ahead of the Lok Sabha elections 2024, Prime Minister Narendra Modi addressed a powerful election rally amid jubilant and passionate crowds in Lalganj, UP. He said, “The world is seeing people's popular support & blessings for Modi.” He added that even the world now trusts, 'Fir ek Baar Modi Sarkar.'PM Modi addresses a powerful election rallies in Lalganj, Jaunpur, Bhadohi, and Pratapgarh UP
May 16th, 11:00 am
Ahead of the Lok Sabha elections 2024, Prime Minister Narendra Modi addressed powerful election rallies amid jubilant and passionate crowds in Lalganj, Jaunpur, Bhadohi, and Pratapgarh UP. He said, “The world is seeing people's popular support & blessings for Modi.” He added that even the world now trusts, 'Fir ek Baar Modi Sarkar.'Shahjahanpur & its surrounding areas are witnessing significant development today: PM Modi at Shahjahanpur
April 25th, 01:10 pm
In anticipation of the 2024 Lok Sabha Elections, Prime Minister Narendra Modi delivered stirring addresses to massive crowds in Shahjahanpur in Uttar Pradesh. Amidst an outpouring of affection and respect, PM Modi unveiled a transparent vision for a Viksit Uttar Pradesh and a Viksit Bharat. The PM exposed the harsh realities of the Opposition’s trickery and their “loot system”.This election is to free country from mentality of 1000 years of slavery: PM in Aonla
April 25th, 01:07 pm
In the Aonla rally, PM Modi continued to criticize the opposition, whether it be the Congress or the Samajwadi Party, stating that they only think about their own families. He said, “For these people, their family is everything, and they do not care about anyone else. In Uttar Pradesh, the Samajwadi Party did not find a single Yadav outside their family to whom they could give a ticket. Whether it's Badaun, Mainpuri, Kannauj, Azamgarh, Firozabad, everywhere, tickets have been given only to members of the same family. Such people will always prioritize the welfare of their own family, and for them, anyone outside their family holds no significance.”We are ending 'Tushtikaran' and working for 'Santushtikaran': PM Modi in Agra
April 25th, 12:59 pm
In anticipation of the 2024 Lok Sabha Elections, Prime Minister Narendra Modi delivered a stirring address to a massive crowd in Agra, Uttar Pradesh. Amidst an outpouring of affection and respect, PM Modi unveiled a transparent vision for a Viksit Uttar Pradesh and a Viksit Bharat. The PM exposed the harsh realities of the Opposition’s trickery and their “loot system”.PM Modi captivates massive audiences at vibrant public gatherings in Agra, Aonla & Shahjahanpur, Uttar Pradesh
April 25th, 12:45 pm
In anticipation of the 2024 Lok Sabha Elections, Prime Minister Narendra Modi delivered stirring addresses to massive crowds in Agra, Aonla and Shahjahanpur in Uttar Pradesh. Amidst an outpouring of affection and respect, PM Modi unveiled a transparent vision for a Viksit Uttar Pradesh and a Viksit Bharat. The PM exposed the harsh realities of the Opposition’s trickery and their “loot system”.You hold the key to a better future and a Viksit Bharat: PM Modi in Aligarh
April 22nd, 02:20 pm
At the Aligarh event, Prime Minister Narendra Modi was greeted with love and admiration from all corners of Uttar Pradesh. He shared his transparent vision of a Viksit Uttar Pradesh and a Viksit Bharat with the crowd, reaffirming his commitment to serving every citizen of the country.PM Modi delivers a stirring address to an enthusiastic crowd at a public meeting in Aligarh, UP
April 22nd, 02:00 pm
At the Aligarh event, Prime Minister Narendra Modi was greeted with love and admiration from all corners of Uttar Pradesh. He shared his transparent vision of a Viksit Uttar Pradesh and a Viksit Bharat with the crowd, reaffirming his commitment to serving every citizen of the country.অযোধ্যাত কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, লোকাৰ্পণ আৰু আধাৰশিলা স্থাপন কৰি দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 30th, 02:15 pm
অযোধ্যাজীৰ সকলো ৰাইজক মোৰ প্ৰণাম! আজি সমগ্ৰ বিশ্বই আগ্ৰহেৰে অপেক্ষা কৰি আছে ২২ জানুৱাৰীৰ ঐতিহাসিক মুহূৰ্তলৈ। এনে পৰিস্থিতিত অযোধ্যাবাসীৰ মাজত এই উত্তেজনা আৰু উৎসাহ অতি স্বাভাৱিক। মই ভাৰতৰ মাটিৰ প্ৰতিটো কণা আৰু ভাৰতবাসীৰ উপাসক আৰু আপোনালোকৰ দৰেই মইও সমানেই আগ্ৰহী। আমাৰ সকলোৰে এই উৎসাহ আৰু উত্তেজনা অলপ সময়ৰ আগতে অযোধ্যাজীৰ ৰাজপথত সম্পূৰ্ণৰূপে দেখা গৈছিল। এনে লাগিছিল যেন গোটেই অযোধ্যা চহৰখন ৰাজপথলৈ ওলাই আহিল। এই মৰম আৰু আশীৰ্বাদৰ বাবে আপোনালোক সকলোকে মই আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ লগত কওক - সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়। সিয়াৱৰ ৰাম চন্দ্ৰ কী...জয়।১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
December 30th, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অযোধ্যা ধামত ১৫,৭০০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত অযোধ্যা আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলসমূহৰ উন্নয়নৰ বাবে প্ৰায় ১১,১০০ কোটি টকাৰ প্ৰকল্প আৰু সমগ্ৰ উত্তৰ প্ৰদেশৰ অন্যান্য প্ৰকল্পৰ সৈতে জড়িত প্ৰায় ৪৬০০ কোটি টকাৰ প্ৰকল্প আছে।বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 18th, 02:16 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, গুজৰাট বিধানসভাৰ অধ্যক্ষ তথা বনাস ডেইৰীৰ অধ্যক্ষ আৰু আজি বিশেষভাৱে কৃষকসকলক উপহাৰ দিবলৈ অহা শ্ৰীমান শংকৰ ভাই চৌধুৰী, ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্য, বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু বাৰাণসীৰ মোৰ পৰিয়ালৰ সদস্যসকল।উত্তৰ প্ৰদেশৰ বাৰাণসীত ১৯,১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
December 18th, 02:15 pm
প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰায় ১০,৯০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নিউ পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ-নিউ ভৌপুৰ ডেডিকেটেড ফ্ৰেইট কৰিডৰ প্ৰকল্পৰ উদ্বোধন আৰু অন্যান্য ৰে’ল প্ৰকল্প। তেওঁ নতুনকৈ উদ্বোধন কৰা ডেডিকেটেড ফ্ৰেইট কৰিডৰত বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল, দোহৰীঘাট-মাউ মেমু ৰে’ল আৰু এযোৰ লং হ’ল গুডছ ৰে’লৰ ফ্লেগ অফ কৰে। বেনাৰস ইঞ্জিন ৱৰ্কছৰ দ্বাৰা নিৰ্মিত ১০,০০০ সংখ্যক ইঞ্জিনকো তেওঁ ফ্লেগ অফ কৰে। তেওঁ ৩৭০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে দুটা আৰ অ’ বিৰ সৈতে সেউজ ক্ষেত্ৰ শিৱপুৰ-ফুলৱাৰিয়া-লাহৰতৰা পথ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা আন মূল প্ৰকল্পসমূহৰ ভিতৰত আছে ২০টা পথ শক্তিশালী আৰু বহল কৰা; কাইঠি গাঁৱৰ সংগম ঘাট পথ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ত আৱাসিক ভৱন নিৰ্মাণ, পুলিচ লাইন আৰু পি এ চি ভুলনপুৰৰ দুটা ২০০ আৰু ১৫০ বিচনাযুক্ত বহুমহলীয়া বেৰেক বিল্ডিং, ৯টা স্থানত নিৰ্মাণ কৰা স্মাৰ্ট বাছ আশ্ৰয় শিবিৰ আৰু আলাইপুৰত নিৰ্মাণ কৰা ১৩২ কিলোৱাট চাবষ্টেচন নিৰ্মাণৰ কাম। তেওঁ স্মাৰ্ট চিটি মিছনৰ অধীনত ইউনিফাইড টুৰিষ্ট পাছ ছিষ্টেমো আৰম্ভ কৰে।উত্তৰ প্ৰদেশৰ বাৰাণসীত স্বৰবেদ মন্দিৰৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
December 18th, 12:00 pm
কাশী ভ্ৰমণৰ আজি মোৰ দ্বিতীয় দিন। প্ৰত্যেকবাৰৰ দৰে, কাশীত অতিবাহিত কৰা প্ৰতিটো মুহূৰ্ত আশ্চৰ্যকৰ অভিজ্ঞতাৰে পৰিপূৰ্ণ। আপোনালোকৰ নিশ্চয় মনত আছে, দুবছৰ আগতে আমি অখিল ভাৰতীয় বিহংগম যোগ প্ৰতিষ্ঠানৰ বাৰ্ষিক উৎসৱত একত্ৰিত হৈছিলোঁ। এইবাৰ পুনৰ বিহংগম যোগ সন্ত সমাজৰ শতবাৰ্ষিকী উদযাপনৰ ঐতিহাসিক কাৰ্যসূচীত উপস্থিত থাকিবলৈ মই সুযোগ পাইছো। বিহংগম যোগ সাধনাৰ এই যাত্ৰাই ইয়াৰ ১০০ বছৰৰ পাহৰিব নোৱাৰা যাত্ৰা সম্পূৰ্ণ কৰিছে। মহৰ্ষি সদাফল দেৱজীয়ে যোৱা শতিকাত জ্ঞান আৰু যোগৰ ঐশ্বৰিক শিখা জ্বলাইছিল। এই এশ বছৰৰ যাত্ৰাত এই ঐশ্বৰিক পোহৰে দেশ আৰু বিশ্বৰ লাখ লাখ লোকৰ জীৱন সলনি কৰিছে। এই পৱিত্ৰ দিন উপলক্ষে ইয়াত ২৫ হাজাৰ কুণ্ডিয়া স্বৰবেদ জ্ঞান মহাযজ্ঞৰো আয়োজন কৰা হৈছে। মই সুখী আৰু আত্মবিশ্বাসী যে এই মহাযজ্ঞৰ প্ৰতিটো ত্যাগ, উন্নত ভাৰতৰ সংকল্পৰে শক্তিশালী হ'ব। এই উপলক্ষে মই মহৰ্ষি সদাফল দেৱজীক শ্ৰদ্ধাৰে প্ৰণাম জনাইছো আৰু তেওঁৰ প্ৰতি মোৰ আন্তৰিক অনুভূতি সম্পূৰ্ণ ভক্তিৰে সমৰ্পিত কৰিছো। মই তেওঁৰ গুৰু পৰম্পৰাক নিৰন্তৰভাৱে আগবঢ়োৱা সকলো সাধুক অভিবাদন জনাইছো।উত্তৰ প্ৰদেশৰ বাৰাণসীত স্বৰ্বেদ মহামন্দিৰৰ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
December 18th, 11:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে কয় যে আজি তেওঁৰ কাশী ভ্ৰমণৰ দ্বিতীয় দিন আৰু কাশীত কটোৱা প্ৰতিটো মুহূৰ্ত অভূতপূৰ্ব অভিজ্ঞতাৰে ভৰি আছে। দুবছৰ পূৰ্বে অখিল ভাৰতীয় বিহংগম যোগ সংস্থাৰ বাৰ্ষিক উদযাপনৰ কথা সোঁৱৰাই প্ৰধানমন্ত্ৰীয়ে এইবাৰৰ শতবাৰ্ষিকী উদযাপনৰ অংশ হোৱাৰ সুযোগ পোৱাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি কয় যে বিহংগম যোগ সাধনে এশ বছৰৰ অবিস্মৰণীয় যাত্ৰা সম্পন্ন কৰিছে। তেওঁ বিগত শতিকাত জ্ঞান আৰু যোগৰ প্ৰতি মহৰ্ষি সদাফল দেৱজীৰ অৱদানৰ ওপৰত আলোকপাত কৰি কয় যে ইয়াৰ ঐশ্বৰিক পোহৰে বিশ্বৰ লাখ লাখ মানুহৰ জীৱন সলনি কৰিছে। এই শুভ ক্ষণত প্ৰধানমন্ত্ৰীয়ে ২৫ হাজাৰ কুণ্ডিয়া স্বৰ্বেদ জ্ঞান মহাযজ্ঞৰ আয়োজন লক্ষ্য কৰে। মহাযজ্ঞলৈ আগবঢ়োৱা প্ৰতিটো প্ৰসাদে বিকশিত ভাৰতৰ সংকল্প শক্তিশালী কৰিব বুলি তেওঁ আস্থা প্ৰকাশ কৰে। তেওঁ মহৰ্ষি সদাফল দেৱজীৰ আগত মূৰ দোৱাই লগতে তেওঁৰ দৃষ্টিভংগী আগবঢ়াই দিয়া সকলো সাধুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ প্ৰধানমন্ত্ৰীক সাক্ষাৎ
December 07th, 07:04 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত্ কৰে।উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰীক
September 05th, 09:49 pm
“উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী, শ্ৰী @myogiadityanath য়ে সাক্ষাৎ কৰিলে প্ৰধানমন্ত্ৰী @narendramodi ক। @CMOfficeUP”প্ৰধানমন্ত্ৰীক সাক্ষাৎ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
March 14th, 09:42 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথে আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰে।ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে উত্তৰ প্ৰদেশৰ বস্তীত ২য় সাংসদ খেল মহাকুম্ভৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পূৰ্ণপাঠ
January 18th, 04:39 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, সংসদত মোৰ সতীৰ্থ, আমাৰ ডেকা বন্ধু ভাই হৰিশ দ্বিবেদী জী, বিভিন্ন ক্ৰীড়াৰ খেলুৱৈ, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, বিধায়ক, আন সকলো জনপ্ৰতিনিধি, আন সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি, যুৱক-যুৱতী আৰু মোৰ মৰমৰ ভাই-ভনীসকল।বস্তি জিলাত ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ২০২২-২৩ বৰ্ষৰ দ্বিতীয় পৰ্যায়ৰ সাংসদ খেল মহাকুম্ভ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
January 18th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিংযোগে বস্তি জিলাত আয়োজিত ২০২২-২৩ বৰ্ষৰ সংসদ খেল মহাকুম্ভৰ দ্বিতীয় পৰ্যায়ৰ ক্ৰীড়াৰ উদ্বোধন কৰিব৷ ২০২১ চনৰ পৰা বস্তি সমষ্টিৰ লোকসভাৰ সাংসদ শ্ৰী হৰিশ দ্বিবেদীয়ে সংসদ খেল মহাকুম্ভ আয়োজন কৰি আহিছে৷ খেল মহাকুম্ভৰ উদ্যোগত বিভিন্ন ইনড’ৰ আৰু আউটড’ৰ ক্ৰীড়া প্ৰতিযোগিতা যেনে-মল্লযুঁজ, কাবাডী, খো খো, বাস্কেটবল, ফুটবল, হকী, ভলীবল, হেণ্ডবল, দবা, কেৰম, বেডমিণ্টন, টেবুল টেনিছ ইত্যাদি অনুষ্ঠিত কৰা হয়। এইবোৰৰ উপৰিও খেল মহাকুম্ভত ৰচনা লিখা, চিত্ৰকলা, ৰঙালী আদি প্ৰতিযোগিতাও অনুষ্ঠিত হয়।