Delhi needs a government that works in coordination, not one that thrives on conflicts: PM Modi
January 31st, 03:35 pm
Addressing the huge rally in New Delhi’s Dwarka, PM Modi said, “Delhi needs a double-engine government at both the Centre and the state. You gave Congress years to govern, then the AAP-da took over Delhi. Now, give me the chance to serve Delhi with a double-engine government. I guarantee you that the BJP will leave no stone unturned in Delhi’s development. If this AAP-da continues, Delhi will keep falling behind in development. Delhi needs a government that believes in coordination, not confrontation.”PM Modi electrifies New Delhi’s Dwarka Rally with a High-Octane speech
January 31st, 03:30 pm
Addressing the huge rally in New Delhi’s Dwarka, PM Modi said, “Delhi needs a double-engine government at both the Centre and the state. You gave Congress years to govern, then the AAP-da took over Delhi. Now, give me the chance to serve Delhi with a double-engine government. I guarantee you that the BJP will leave no stone unturned in Delhi’s development. If this AAP-da continues, Delhi will keep falling behind in development. Delhi needs a government that believes in coordination, not confrontation.”নতুন দিল্লীস্থিত ভাৰত মণ্ডপমত আয়োজিত ভাৰত মোবিলিটি গ্লোবেল এক্সপ’ ২০২৫ ত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
January 17th, 11:00 am
যোৱাবাৰ আপোনালোকৰ মাজলৈ অহাৰ সময়ত লোকসভা নিৰ্বাচন তেনেই সামগত আছিল। সেই সময়ত আপোনালোক সকলোৰে আস্থাৰ বাবেই মই কৈছিলোঁ যে অহাবাৰো ইণ্ডিয়া মবিলিটি এক্সপ’লৈ নিশ্চয় আহিম। দেশে তৃতীয়বাৰৰ বাবে আমাক আশীৰ্বাদ দিলে। আপোনালোক সকলোৱে মোক আকৌ এবাৰ ইয়ালৈ নিমন্ত্ৰণ জনাইছে, আপোনালোক সকলোকে মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰত মোবিলিটি গ্লোবেল এক্সপো ২০২৫ উদ্বোধন কৰে
January 17th, 10:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ভাৰতৰ সৰ্ববৃহৎ গতিশীলতা প্ৰদৰ্শনী-ভাৰত মোবিলিটি গ্লোবেল এক্সপো ২০২৫ উদ্বোধন কৰে। সমবেত লোকসকলক সম্বোধন কৰি তেওঁৰ চৰকাৰক একেৰাহে তৃতীয়বাৰৰ বাবে নিৰ্বাচিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে ধন্যবাদ জ্ঞাপন কৰে। তেওঁ লগতে কয় যে যোৱা বছৰৰ ৮০০ গৰাকী প্ৰদৰ্শক, ২.৫ লাখ দৰ্শনাৰ্থীৰ তুলনাত ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলৰ আন দুটা স্থানত অনুষ্ঠিত হোৱা প্ৰদৰ্শনীৰ সৈতে এই বছৰৰ প্ৰদৰ্শনীৰ সংখ্যা যথেষ্ট বৃদ্ধি হৈছে। শ্ৰী মোদীয়ে উল্লেখ কৰে যে অহা ৫ দিনৰ ভিতৰত বহুতো নতুন বাহন মুকলি কৰা হ'ব য'ত সংখ্যক প্ৰতিনিধি উপস্থিত থাকিব। ই দেখুৱায় যে ভাৰতত গতিশীলতাৰ ভৱিষ্যতৰ সৈতে সম্পৰ্কিত যথেষ্ট ইতিবাচকতা আছে, তেওঁ লগতে কয়। শ্ৰী মোদীয়ে ভাৰতৰ স্বয়ংচালিত উদ্যোগ চমৎকাৰ ভৱিষ্যতৰ বাবে সাজু বুলি উল্লেখ কৰি সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰে।Prime Minister Narendra Modi to inaugurate Bharat Mobility Global Expo 2025
January 16th, 04:35 pm
PM Modi will inaugurate the Bharat Mobility Global Expo 2025 on 17th January at Bharat Mandapam, New Delhi. The expo, running from 17-22 January, will feature 9+ concurrent shows, 20+ conferences, and state sessions showcasing policies and initiatives in the mobility sector. Held across New Delhi and Greater Noida, it aims to unite the global mobility value chain, with strong industry and government support.Every citizen of Delhi is saying – AAP-da Nahin Sahenge…Badal Ke Rahenge: PM Modi
January 05th, 01:15 pm
Prime Minister Narendra Modi addressed a massive and enthusiastic rally in Rohini, Delhi today, laying out a compelling vision for the city’s future under BJP’s governance. With resounding cheers from the crowd, the Prime Minister called upon the people of Delhi to usher in an era of good governance by ending a decade of administrative failures and empowering a “double-engine government” to transform the capital into a global model of urban development.PM Modi Calls for Transforming Delhi into a World-Class City, Highlights BJP’s Vision for Good Governance
January 05th, 01:00 pm
Prime Minister Narendra Modi addressed a massive and enthusiastic rally in Rohini, Delhi today, laying out a compelling vision for the city’s future under BJP’s governance. With resounding cheers from the crowd, the Prime Minister called upon the people of Delhi to usher in an era of good governance by ending a decade of administrative failures and empowering a “double-engine government” to transform the capital into a global model of urban development.নতুন দিল্লীৰ ভাৰত টেক্স ২০২৪ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 26th, 11:10 am
কেবিনেটত থকা মোৰ সহকৰ্মী পীয়ুষ গোৱেলজী, দৰ্শনা জাৰ্দোশজী, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, জ্যেষ্ঠ কূটনীতিবিদ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়া, ফেশ্বন আৰু বস্ত্ৰ জগতৰ সৈতে জড়িত সকলো সহকৰ্মী, যুৱ উদ্যোগী, শিক্ষাৰ্থী, আমাৰ শিপিনী আৰু আমাৰ শিল্পী বন্ধু, মহিলা আৰু ভদ্ৰলোকসকল! ভাৰত মণ্ডপমত চলি থকা ভাৰত টেক্সলৈ আপোনালোক সকলোকে অভিনন্দন! আজিৰ এই অনুষ্ঠানটো নিজেই অতি বিশেষ। বিশেষ এইবাবেই যে ই ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ, ভাৰত মণ্ডপম আৰু যশোভুমিত দুয়োটা একেলগে হৈ আছে। আজি, ৩,০০০ ৰো অধিক প্ৰদৰ্শক... ১০০ খন দেশৰ প্ৰায় ৩,০০০ ক্ৰেতা... ৪০,০০০ৰো অধিক বাণিজ্য দৰ্শনাৰ্থী... একেলগে এই অনুষ্ঠানটোৰ সৈতে জড়িত। এই অনুষ্ঠানটোৱে বস্ত্ৰ পৰিৱেশতন্ত্ৰৰ সকলো অংশীদাৰ আৰু সেই লোকসকলক সমগ্ৰ মূল্য শৃংখলাটোৰ বাবে একত্ৰিত হ'বলৈ এখন মঞ্চ প্ৰদান কৰিছে।নতুন দিল্লীত ভাৰত টেক্স ২০২৪ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
February 26th, 10:30 am
এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত টেক্স ২০২৪লৈ সকলোকে আদৰণি জনাই কয় যে আজিৰ এই অনুষ্ঠানটো বিশেষ কাৰণ ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ ক্ৰমে ভাৰত মণ্ডপম আৰু যশোভূমিত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। তেওঁ প্ৰায় ১০০খন দেশৰ ৩০০০ৰো অধিক প্ৰদৰ্শক আৰু ব্যৱসায়ী আৰু প্ৰায় ৪০,০০০ দৰ্শনাৰ্থীৰ সংগঠনক স্বীকাৰ কৰে, কিয়নো ভাৰত টেক্সে তেওঁলোক সকলোকে এক মঞ্চ প্ৰদান কৰিছে৷হিমাচল প্ৰদেশৰ লেপচাত নিৰাপত্তাৰক্ষীৰ সৈতে দীপাৱলী উদযাপন কৰাৰ সময়ত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
November 12th, 03:00 pm
ভাৰত মাতৃৰ জয়গানৰ এই প্ৰতিধ্বনি, ভাৰতীয় সেনা আৰু নিৰাপত্তা বাহিনীৰ বীৰত্বৰ এই ঘোষণা, এই ঐতিহাসিক ভূমি, আৰু এই পৱিত্ৰ দীপাৱলী উৎসৱ। এইটো এটা আচৰিত সংযোগ, এইটো এটা আচৰিত মিলন। সন্তুষ্টি আৰু আনন্দৰে ভৰা এই মুহূৰ্তটোৱে মোৰ, আপোনালোকৰ লগতে দেশবাসীৰ বাবে দীপাৱলীলৈ নতুন পোহৰ কঢ়িয়াই আনিব বুলি মোৰ বিশ্বাস। যেতিয়া মই আপোনালোক সকলোৰে সৈতে, সকলো দেশবাসীৰ সৈতে, সীমান্তৰ পৰা, শেষ গাঁওখনৰ পৰা, যাক মই এতিয়া প্ৰথম গাঁও বুলি কওঁ, তাত নিয়োজিত আমাৰ নিৰাপত্তা বাহিনীৰ বন্ধুসকলৰ সৈতে যেতিয়া দীপাৱলী উদযাপন কৰি আছোঁ, তেতিয়া সকলো দেশবাসীলৈ দীপাৱলীৰ এই শুভেচ্ছাও বহুত বিশেষ হৈ পৰে। দেশবাসীলৈ মোৰ আন্তৰিক অভিনন্দন আৰু দীপাৱলীৰ শুভেচ্ছা।হিমাচল প্ৰদেশৰ লেপচাত সাহসী জোৱানসকলৰ সৈতে দীপাৱলী উদযাপন প্ৰধানমন্ত্ৰীৰ
November 12th, 02:31 pm
জোৱানসকলক সম্বোধনেৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে দীপাৱলী উৎসৱ আৰু জোৱানসকলৰ সাহসৰ প্ৰশংসাৰ প্ৰতিধ্বনিৰ সমন্বয় দেশৰ প্ৰতিজন নাগৰিকৰ বাবে এক উজ্জ্বল মুহূৰ্ত। জোৱানসকলৰবাবেই ভাৰতৰ সীমান্তৱৰ্তী অঞ্চলৰ,দেশৰ অন্তিমখন গাঁওক বৰ্তমান প্ৰথমখন গাঁও বুলি গণ্য কৰা হৈছে।নতুন দিল্লীত নৱম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
October 13th, 11:22 am
জি-২০ সংসদীয় অধ্যক্ষ সন্মিলনত ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছো। এই সন্মিলনখন এক প্ৰকাৰে বিশ্বৰ বিভিন্ন প্ৰান্তৰ পৰা অহা বিভিন্ন সংসদীয় প্ৰথাৰ ‘মহাকুম্ভ’ বা বৃহৎ সমাৰোহ। আপোনালোকৰ দৰে সকলো প্ৰতিনিধি বিভিন্ন সংসদৰ কৰ্মশৈলীৰে অভিজ্ঞ। ইমান চহকী গণতান্ত্ৰিক অভিজ্ঞতাৰে সমৃদ্ধ আপোনালোকৰ ভাৰত ভ্ৰমণ আমাৰ সকলোৰে বাবে এক বৃহৎ আনন্দৰ বিষয়।৯ম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন (P20) উদ্বোধন প্ৰধানমন্ত্ৰীৰ
October 13th, 11:06 am
আজি নতুন দিল্লীৰ যশোভূমিত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৯ম জি-২০ সংসদীয় অধ্যক্ষ সন্মিলন (P20) উদ্বোধন কৰে। ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ বিস্তৃত কাঠামোৰ অধীনত, ‘এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যতৰ বাবে সংসদ’ শীৰ্ষক সন্মিলনখনি ভাৰতৰ সংসদে আয়োজন কৰিছে।১৩ অক্টোবৰত ৯ম জি-২০ পাৰ্লিয়ামেন্টেৰী স্পীকাৰ্ছ ছামিট (P20) উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে
October 12th, 11:23 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ৰ ১৩ অক্টোবৰৰ পুৱা প্ৰায় ১১ বজাত নতুন দিল্লীৰ যশোভূমিত ৯ম জি-২০ পাৰ্লিয়ামেন্টেৰী স্পীকাৰ্ছ ছামিট (P20) উদ্বোধন কৰিব। ভাৰতৰ জি-২০ৰ অধ্যক্ষতাৰ বিস্তৃত কাঠামোৰ অধীনত ভাৰতৰ সংসদে এই সন্মিলনৰ আয়োজন কৰিছে।‘জি২০ ইউনিভাৰ্চিটি কানেক্ট ফিনালে’ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
September 26th, 04:12 pm
দুসপ্তাহৰ আগতে এই একেখন ভাৰত মণ্ডপমতে যথেষ্ট ক্ৰিয়া-কলাপ চলিছিল। এই ভাৰত মণ্ডপমটো একেবাৰে ‘চৰ্চাৰ কেন্দ্ৰবিন্দু’ত পৰিণত হৈছিল। আৰু মই আনন্দিত যে আজি মোৰ ভৱিষ্যতৰ ভাৰতখন একেটা ভাৰত মণ্ডপমত উপস্থিত হৈছে। ভাৰতে জি-২০ অনুষ্ঠানটোক কিমান উচ্চতালৈ লৈ গৈছে সেয়া দেখি বিশ্বই সঁচাকৈয়ে চমকিত হৈছে। কিন্তু সঁচা কথা ক’বলৈ গ’লে, মই একেবাৰে আচৰিত হোৱা নাই। হয়তো আপুনি ভাবিছে যে ইয়াৰ অপ্ৰতীম ভৱিষ্যৎ সত্ত্বেও মই কিয় আচৰিত হোৱা নাই? কাৰণ কি জানেনে? কাৰণ আপোনাৰ দৰে যুৱ ছাত্ৰ-ছাত্ৰীয়ে যদি কাৰ্যসূচীটো সফল কৰাৰ দায়িত্ব লয়, এনে অনুষ্ঠানত যদি যুৱক-যুৱতীসকল জড়িত হয়, তেন্তে ই সফল হোৱাটো তেনেই স্বাভাৱিক কথা।জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন প্ৰধানমন্ত্ৰীৰ
September 26th, 04:11 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত জি-২০ ইউনিভাৰ্চিটি কানেক্ট ফাইনেলৰ কাৰ্য্যসূচী সম্বোধন কৰে। ভাৰতৰ যুৱক-যুৱতীসকলৰ মাজত ভাৰতৰ জি-২০ৰ অধ্যক্ষতা সম্পৰ্কে এটি ধাৰণা গঢ় দিয়া আৰু জি-২০ৰ ভিন্ন অনুষ্ঠানত তেওঁলোকৰ অংশগ্ৰহণ বৃদ্ধিৰ লক্ষ্যৰে জি-২০ ইউনিভাৰ্চিটি কানেক্ট পদক্ষেপ গ্ৰহণ কৰা হয়। প্ৰধানমন্ত্ৰীগৰাকীয়ে এই উপলক্ষে ৪ পাব্লিকেচনো উন্মোচন কৰে যথাঃ জি-২০ৰ ভাৰতৰ অধ্যক্ষতাৰ অপাৰ সফলতাঃ দূৰদৰ্শী নেতৃত্ব, অন্তৰ্ভুক্ত পদ্ধতি (The Grand Success of G20 Bharat Presidency: Visionary Leadership, Inclusive Approach); ভাৰতৰ জি-২০ৰ অধ্যক্ষতাঃ বসুধৈৱ কুটুম্বকম (India's G20 Presidency: Vasudhaiva Kutumbakam); জি-২০ ইউনিভাৰ্চিটি কানেক্ট কাৰ্য্যক্ৰমৰ সংক্ষিপ্ত ৰূপ (Compendium of G20 University Connect Programme) আৰু জি-২০ত ভাৰতীয় সংস্কৃতিক থূপাই প্ৰদৰ্শন (Showcasing Indian Culture at G20)।সংসদৰ বিশেষ অধিৱেশনত প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 18th, 11:52 am
মাননীয় অধ্যক্ষ মহদয়, আমি দেশৰ ৭৫ বছৰ জোৰা সংসদীয় যাত্ৰাৰ লগতে নতুন সদনলৈ যোৱাৰ আগতে ইতিহাসৰ সেই অনুপ্ৰেৰণাদায়ক মুহূৰ্তসমূহ স্মৰণ কৰি আগবাঢ়ি যোৱাৰ বাবে সকলোৱে এই ঐতিহাসিক ভৱনটোৰ পৰা বিদায় লবলৈ সাজু হৈছো। স্বাধীনতাৰ আগতে, এই ভৱনটো ‘ইম্পেৰিয়েল লেজিলটিভ কাউন্সিল’ৰ স্থান আছিল। স্বাধীনতাৰ পিছত ই ‘সংসদ ভৱন’ হিচাপে স্বীকৃতি লাভ কৰে। এইটো কথা সঁচা যে এই ভৱনটো নিৰ্মাণৰ সিদ্ধান্ত বিদেশী সাংসদসকলে লৈছিল, কিন্তু আমি এইটো কথাও কেতিয়াও পাহৰিব নোৱাৰো, আৰু আমি গৌৰৱেৰে ক'ব পাৰোঁ যে এই ভৱনটো নিৰ্মাণত মোৰ দেশবাসীৰ দেহৰ ঘাম সৰিছিল, মোৰ দেশবাসীৰ কঠোৰ পৰিশ্ৰম আৰু ইয়াত বিনিয়োজিত ধন মোৰ দেশৰ জনসাধাৰণৰ আছিল।লোকসভাত সংসদৰ বিশেষ অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ
September 18th, 11:10 am
সদনক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰি কয় যে পুৰণি সংসদ ভৱনৰ পৰা নতুন সংসদ ভৱনলৈ কাৰ্যভাৰ যোৱাৰ আগতে আজি হৈছে এক বিশেষ দিন যি দিনটোত আমি ভাৰতৰ ৭৫ বছৰীয়া সংসদীয়া যাত্ৰাৰ কথা ৰোমন্থন কৰিব লাগে। পুৰণি সংসদ ভৱন সম্পৰ্কত মন্তব্য কৰি প্ৰধানমন্ত্ৰীয়ে উল্লেখ কৰে যে এই ভৱন ভাৰতৰ স্বাধীনতাৰ পূৰ্বে ইমপেৰিয়েল লেজিছলেটিভ কাউন্সিলৰ কাৰ্যক্ৰমণিকা চলিছিল আৰু ভাৰতৰ স্বাধীনতাৰ পাছত এয়া দেশৰ সংসদ ভৱন হিচাপে পৰিচয় লাভ কৰিছিল। তেওঁ আঙুলিয়াই দিয়ে যে যদিওবা সংসদ ভৱনটো নিৰ্মাণৰ সিদ্ধান্ত বিদেশী শাসকে গ্ৰহণ কৰিছিল কিন্তু সেইটো নিৰ্মাণৰ আঁৰত ভাৰতীয় মানুহৰ শ্ৰম, ত্যাগ আৰু ধন বিনিয়োগ হৈছিল। শ্ৰী মোদীয়ে কয় যে ৭৫বছৰীয়া যাত্ৰাত এই সংসদ ভৱনে কেতবোৰ ধাৰা আৰু পৰম্পৰা সৃষ্টি কৰিছে যিবোৰে দেশৰ বিকাশত অৰিহনা যোগাইছে আৰু সেয়া সকলোৱে প্ৰত্যক্ষ কৰিছে।তেওঁ কয়, “আমি যদিওবা নতুন ভৱনলৈ স্থানান্তৰিত হম তথাপি এই ভৱনে আগন্তুক প্ৰজন্মক প্ৰেৰণা দি যাব। ভাৰতীয় গণতন্ত্ৰৰ সোণালী অধ্যায় হিচাপে সেই প্ৰেৰণা সদায় থাকিব।”সংসদৰ বিশেষ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বে প্ৰধানমন্ত্ৰীয়ে দিয়া বিবৃতি
September 18th, 10:15 am
চন্দ্ৰ অভিযানৰ সফলতা, চন্দ্ৰযান-৩য়ে আমাৰ তিনিৰঙী পতাকাক উৰুৱাইছে। শিৱশক্তি পইন্ট নতুন প্ৰেৰণাৰ কেন্দ্ৰস্থল হৈ পৰিছে, ত্ৰিৰঙ্গা পইন্ট আমাৰ গৌৰৱৰ কেন্দ্ৰ হৈ পৰিছে। সমগ্ৰ বিশ্বত যেতিয়া এইধৰণৰ সফলতা পোৱা যায় তেতিয়া সেয়া আধুনিকতাৰে, বিজ্ঞানৰে তথা প্ৰযুক্তিৰে সংযুক্ত কৰি চোৱা হয়। আৰু যেতিয়া এই সামৰ্থ সমগ্ৰ বিশ্বৰ সম্মুখত উপস্থাপিত হয় তেতিয়া দেশৰ সম্মুখত অনেক সম্ভাৱনা, অনেক সুবিধা আমাৰ দুৱাৰমুখত আহি থিয় দিয়ে। জি-২০ৰ অভূতপূৰ্ব সফলতা তথা ৬০খনৰো অধিক স্থানত বিশ্বৰ শীৰ্ষস্থানীয় নেতাক আদৰণি, সম্ভাষণ তথা মন্থন আৰু প্ৰকৃত ভাৱনাৰে সংযুক্ত গাঁথনিৰ এক জীৱন্ত অনুভৱে ভাৰতৰ বিচিত্ৰতা, ভাৰতৰ বিশেষতাই জি-২০ক নিজৰ মাজতেই দেশৰ বৈচিত্ৰতাক উদযাপন কৰিছে। আৰু জি-২০ত ভাৰতে এই কথাটোক লৈ সদায় গৰ্ব কৰিব যে গ্লোবেল ছাউথৰ বাবে আমি স্বয়ং কণ্ঠ হৈ পৰিছোঁ। আফ্ৰিকান ইউনিয়নৰ স্থায়ী সদস্যপদ আৰু জি-২০ত সৰ্বসন্মতিৰে গ্ৰহণযোগ্যতাই ভাৰতৰ বাবে উজ্জ্বল ভৱিষ্যতৰ ইংগিত বহন কৰিছে।যশোভূমিক দেশৰ প্ৰতি উৎসৰ্গা আৰু পিএম বিশ্বকৰ্মা আঁচনি মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 17th, 06:08 pm
কেন্দ্ৰীয় মন্ত্ৰীসভাৰ মোৰ বন্ধুসকল, দেশৰ চুক-কোণৰ পৰা এই ভব্য ভৱনত আহি উপস্থিত হোৱা মোৰ মৰমৰ ভাই-ভনীসকল, দেশৰ ৭০খনতকৈও অধিক চহৰৰ পৰা সংযুক্ত মোৰ সকলো বন্ধু, অন্যান্য মহানুভৱ, আৰু মোৰ পৰিয়ালৰ সদস্যসকল।