Mutual trust, mutual respect & mutual sensitivity should continue to be the basis of our relations: PM Modi in meeting with President Xi Jinping
October 23rd, 07:35 pm
Prime Minister Narendra Modi met with Mr. Xi Jinping, President of the People’s Republic of China, on the sidelines of the 16th BRICS Summit at Kazan on 23 October 2024.১৬ তম ব্ৰিকছ শীৰ্ষ সন্মিলন সন্দৰ্ভত চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
October 23rd, 07:14 pm
২০২৪ চনৰ ২৩ অক্টোবৰত কাজানত অনুষ্ঠিত হোৱা ১৬ তম ব্ৰিকছ সন্মিলন সন্দৰ্ভত বিভিন্ন বিষয় আলোচনা কৰিবৰ বাবে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিং আৰু প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী।PM Modi participates in 12th BRICS Summit
November 17th, 04:00 pm
Prime Minister Shri Narendra Modi led India’s participation at the 12th BRICS Summit, convened under the Chairship of President Vladimir Putin of Russia on 17 November 2020, in a virtual format.PM Modi's remarks at BRICS Dialogue with Business Council and New Development Bank
November 14th, 09:40 pm
PM Modi addressed the Dialogue with BRICS Business Council and New Development Bank. The PM said the BRICS Business Council should make a roadmap of achieving the target of $500 billion Intra-BRICS trade. He also urged BRICS nations and New Development Bank to join coalition for disaster resilient infrastructure.ভাৰতত ব্ৰিকছ জল মন্ত্ৰালয়ৰ প্ৰথমখন বৈঠক অনুষ্ঠিত কৰাৰ বাবে প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱনা
November 14th, 08:36 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰাজিলত একাদশ ব্ৰিকছ সন্মিলনৰ পৰিকল্পনা অধিৱেশনত ভাষণ প্ৰদান কৰে৷ উক্ত বৈঠকত ব্ৰিকছ দেশসমূহৰ অন্যান্য মুৰব্বীসকলো উপস্থিত আছিল৷ব্ৰিকছ ব্যৱসায়িক মঞ্চত প্ৰধানমন্ত্ৰীৰ বক্তব্য প্ৰদান
November 14th, 11:24 am
ব্ৰিকছ ব্যৱসায়িক মঞ্চৰ অংশীদাৰ হ’বলৈ পাই মই অতিশয় সুখী অনুভৱ কৰিছো৷ ১১তম ব্ৰিকছ সন্মিলনৰ কাৰ্যসূচী এই মঞ্চৰ পৰাই সূচনা হৈছে৷ ব্যৱসায়ক প্ৰাথমিকতা প্ৰদান কৰাৰ বাবে মই ব্ৰাজিল ৰাষ্ট্ৰপতি, এই মঞ্চৰ উদ্যোক্তা আৰু আৰু সকলো অংশগ্ৰহণকাৰীক অভিনন্দন জনাইছো৷বিশ্ব পৰ্যায়ত মন্দাৱস্থাৰ সত্ত্বেও ব্ৰিকছ দেশসমূহৰ আর্থিক বিকাশ হৈছে, বহু লোক দাৰিদ্ৰ সীমাৰেখাৰ ওপৰলৈ অগ্ৰসৰ হৈছেঃ প্ৰধানমন্ত্ৰী
November 14th, 11:23 am
প্ৰধানমন্ত্রী শ্রী নৰেন্দ্ৰ মোদীয়ে ব্রাজিলত আজি ব্ৰিকছ সন্মিলনৰ সমান্তৰালভাৱে ব্ৰিকছ ব্যৱসায়িক ফ’ৰামত ভাষণ আগবঢ়ায়৷ ব্ৰিকছৰ অন্তৰ্ভূক্ত অন্যান্য দেশসমূহৰ প্ৰধানসকলেও ব্ৰিকছ ব্যৱসায়িক ফ’ৰামত ভাষণ আগবঢ়ায়৷১১সংখ্যক ব্ৰিকছ সন্মিলনৰ আজৰি সময়ত চীনৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙৰ সৈতে প্ৰধানমন্ত্ৰীৰ বৈঠক
November 14th, 10:35 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ নৱেম্বৰত ব্ৰাছিলিয়াত অনুষ্ঠিত ১১সংখ্যক ব্ৰিকছ সন্মিলনৰ আজৰি সময়ত চীন গণৰাজ্যৰ ৰাষ্ট্ৰপতি ঝি ঝিনপিঙৰ সৈতে বৈঠকত মিলিত হয়৷Prime Minister's visit to Brasilia, Brazil
November 12th, 01:07 pm
PM Modi will be visiting Brasilia, Brazil during 13-14 November to take part in the BRICS Summit. The PM will also hold bilateral talks with several world leaders during the visit১৩-১৪ নৱেম্বৰত ব্ৰাজিলত ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীয়ে
November 11th, 07:30 pm
একাদশ ব্ৰিকছ সন্মিলনত অংশগ্ৰহণ কৰাৰ বাবে ২০১৯ৰ ১৩-১৪ নৱেম্বৰত ব্ৰাজিলৰ বাছিলিয়াত থাকিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ এই বছৰৰ ব্ৰিকছ সন্মিলনৰ বিষয়বস্তু হৈছে “এক অভিনৱ ভৱিষ্যতৰ বাবে অৰ্থনৈতিক বিকাশ৷”‘চেন্নাই কানেক্টে’ ভাৰত-চীনৰ সম্পৰ্কৰ সহযোগিতাত নতুন যুগৰ সূচনা কৰিলে বুলি ক’লে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে য়ুহান বৈঠকে ভাৰত-চীনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কত সুস্থিৰতা অনাৰ লগতে নতুন গতি প্ৰদান কৰিব
October 12th, 03:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে চেন্নাইৰ মামল্লাপুৰমত ভাৰত-চীনৰ দ্বিতীয় অনানুষ্ঠানিক বৈঠকক ভাৰত-চীনৰ সম্পৰ্কৰ ‘সহযোগিতাত নতুন যুগ’ৰ সূচনা কৰা বুলি বৰ্ণনা কৰিছে৷তামিলনাডুৰ মামাল্লাপুৰমত প্ৰধানমন্ত্ৰী মোদী আৰু চীনা ৰাষ্ট্ৰপতি ছি জিনপিঙৰ ভ্ৰমণ
October 11th, 09:04 pm
ভাৰত আৰু চীনৰ দ্বিতীয়খন অনানুষ্ঠানিক বৈঠকত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ৰাষ্ট্ৰপতি ছি জিনপিঙে তামিলনাডুৰ মামাল্লাপুৰমত ইউনেস্ক’ৰ স্বীকৃতপ্ৰাপ্ত ঐতিহ্যময় স্থানসমূহ পৰিদৰ্শন কৰে৷ দুয়োগৰাকী নেতাই অৰ্জুনৰ প্ৰায়শ্চিত্ত স্থান, পঞ্চৰথ আৰু শ্বোৰ মন্দিৰ পৰিদৰ্শন কৰে৷ৰাছিয়া-ভাৰত-চীন ত্ৰিপাক্ষিক বৈঠক
November 30th, 11:50 pm
বুয়েনছ এয়াৰছত আজি প্ৰধানমন্ত্ৰী মোদী, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু চীনৰ ৰাষ্ট্ৰপতি জি জিনপিঙৰ মাজত এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হয়৷PM's bilateral meeting with President Xi Jinping of China on the sidelines of G-20 Summit in Buenos Aires
November 30th, 08:18 pm
PM Narendra Modi held bilateral level talks with President Xi Jinping of China in Buenos Aires, on the sidelines of the ongoing G-20 Summit.প্রধানমন্ত্রীক সাক্ষাৎ চীনৰ ষ্টেট কাউন্সেলৰ তথা প্রতিৰক্ষা মন্ত্রী জেনেৰেল ৱেই ফিংঘেৰ
August 21st, 06:21 pm
চীনৰ ষ্টেট কাউন্সেলৰ তথা প্রতিৰক্ষা মন্ত্রী জেনেৰেল ৱেই ফিংঘেই আজি প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীক সাক্ষাৎ কৰে।PM Modi's bilateral meetings on the sidelines of BRICS Summit in South Africa
July 26th, 09:02 pm
PM Narendra Modi held bilateral meetings with several world leaders on the sidelines of the BRICS Summit at Johannesburg in South Africa.PM Modi meets President Xi Jinping of China in Qingdao
June 09th, 04:26 pm
Prime Minister Narendra Modi held extensive talks with President Xi Jinping of China on the sidelines of the SCO Summit in Qingdao. The leaders deliberated on various aspects of India-China ties.India - China Informal Summit
April 28th, 12:02 pm
Prime Minister of India, H.E. Shri Narendra Modi and President of People's Republic of China, H.E. Mr. Xi Jinping held their first Informal Summit in Wuhan on April 27-28, 2018, to exchange views on overarching issues of bilateral and global importance, and to elaborate their respective visions and priorities for national development in the context of the current and future international situation.PM Modi, Chinese President Jinping visit East Lake at Wuhan
April 28th, 11:52 am
Prime Minister Narendra Modi and President Xi Jinping of China today visited the East Lake in Wuhan. The leaders discussed multiple aspects of bilateral relations between both the countries.PM Modi, Chinese President Jinping visit Hubei Provincial Museum
April 27th, 03:45 pm
PM Narendra Modi and Chinese President Xi Jinping held one-on-one meeting during which they exchanged views on solidifying bilateral relationship between India and China.