PM congratulates wrestler Aman Sehrawat for winning Bronze at Paris Olympics
August 09th, 11:43 pm
The Prime Minister Shri Narendra Modi today congratulated wrestler Aman Sehrawat for winning the Bronze Medal in the Men's Freestyle 57 kg at the ongoing Olympics in Paris, France.ভিনেশ, তুমি চেম্পিয়নতকৈ চেম্পিয়নঃ প্ৰধানমন্ত্ৰী
August 07th, 01:16 pm
পেৰিছ অলিম্পিকৰ অন্তিমখন যুঁজৰ পূৰ্বে ভাৰতীয় মল্লযুঁজাৰু ভিনেশ ফ’গাটক অযোগ্য ঘোষণা কৰাৰ পাছতে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে দেশবাসীৰ হৈ দুখ প্ৰকাশ কৰে৷সংবিধান আৰু গণতান্ত্ৰিক ব্যৱস্থাৰ ওপৰত অটল বিশ্বাস পুনৰ দৃঢ় কৰাৰ বাবে দেশবাসীলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলোঁ: মন কী বাlত প্ৰধানমন্ত্ৰী মোদী
June 30th, 11:00 am
ফেব্ৰুৱাৰী মাহৰ পৰা এতিয়ালৈকে, যেতিয়াই মাহটোৰ শেষৰ দেওবাৰটো আহিছিল, তেতিয়াই আপোনালোকৰ লগত এই বাৰ্তালাপৰ অভাৱ অনুভৱ কৰিছিলোঁ। কিন্তু মোৰ এইটো দেখি বহুত ভাল লাগিছিল যে এই মাহবোৰত আপোনালোকে মোলৈ লাখ লাখ মেছেজ পঠালে। 'মন কী বাত' ৰেডিঅ' অনুষ্ঠানটো কেইমাহমানৰ বাবে বন্ধ হৈ থাকিলেও কিন্তু 'মান কী বাত'ৰ উচাহ দেশত, সমাজত, প্ৰতিদিনে ভাল কাম, নিস্বাৰ্থ মনোভাৱেৰে কৰা কাম, সমাজৰ কামৰ ওপৰত ইতিবাচক প্ৰভাৱ-অবিৰতভাৱে চলি থাকিল। নিৰ্বাচনৰ খবৰৰ মাজতে নিশ্চয় মনটোক চুই যোৱা এইবোৰ খবৰ আপোনালোকে লক্ষ্য কৰিছে।২৩ বছৰ অনূৰ্ধ্ব বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ প্ৰশংসা প্ৰধানমন্ত্ৰী
November 02nd, 10:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সদ্য সম্পাপ্ত ২৩ বছৰ অনূৰ্ধ্ব বিশ্ব মল্লযুঁজ চেম্পিয়নশ্বিপত ভাৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনৰ ভূয়সী প্ৰশংসা কৰিছে।মুম্বাইত অনুষ্ঠিত ‘আন্তঃৰাষ্ট্ৰীয় অলিম্পিক সমিতি (আইঅ’চি)ৰ ১৪১ সংখ্যক অধিৱেশন’ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 14th, 10:34 pm
‘আইঅ'চি’-ৰ সভাপতি শ্ৰীযুত থমাছ বাখ, ‘আইঅ'চি’-ৰ সন্মানীয় সদস্যবৃন্দ, ‘আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া ফেডাৰেশ্যন’, ‘ভাৰতীয় ৰাষ্ট্ৰীয় ফেডাৰেশ্যন’ৰ প্ৰতিনিধিবৃন্দ। ভদ্ৰ মহিলা আৰু ভদ্ৰলোকসকল!PM inaugurates 141st International Olympic Committee (IOC) Session in Mumbai
October 14th, 06:35 pm
PM Modi inaugurated the 141st International Olympic Committee (IOC) Session in Mumbai. Addressing the event, the Prime Minister underlined the significance of the session taking place in India after 40 years. He also informed the audience that India is eager to host the Olympics in the country and will leave no stone unturned in the preparation for the successful organization of the Olympics in 2036. This is the dream of the 140 crore Indians, he added.প্ৰধানমন্ত্ৰীয়ে এছিয়ান গেমছ ২০২২ত পুৰুষৰ মল্লযুদ্ধৰ ৮৬ কিলোগ্ৰাম ইভেণ্টত ৰূপৰ পদক জয় কৰা বাবে দীপক পুনিয়াক অভিনন্দন জনায়
October 07th, 06:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হাংঝৌত এছিয়ান গেমছ-২০২২ত পুৰুষৰ মল্লযুদ্ধৰ ৮৬ কিলোগ্ৰাম ইভেণ্টত ৰূপৰ পদক জয় কৰা বাবে পালোৱান দীপক পুনিয়াক অভিনন্দন জনায়।মহিলা মল্লযুঁজৰ ৭৬ কেজি ফ্ৰী-ষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰা কিৰণ বিষ্ণইক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
October 06th, 06:59 pm
এছিয়ান গেমছত মহিলা মল্লযুঁজৰ ৭৬ কেজি ফ্ৰী-ষ্টাইলত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কিৰণ বিষ্ণোইক অভিনন্দন জনাইছে।মহিলাৰ ৬২ কিলোগ্ৰাম ফ্ৰীষ্টাইল মল্ল যুঁজ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে প্ৰধানমন্ত্ৰীয়ে সোনম মালিকক অভিনন্দন জনায়
October 06th, 06:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘এছিয়ান গে’মছ’ত অনুষ্ঠিত মহিলাৰ ‘৬২ কিলোগ্ৰাম ফ্ৰীষ্টাইল মল্ল যুঁজ প্ৰতিযোগিতা’ত ব্ৰঞ্জৰ পদক অৰ্জন কৰাৰ বাবে সোনম মালিকক অভিনন্দন জ্ঞাপন কৰে।ফ্ৰীষ্টাইল ৫৩ কেজি মহিলাৰ মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভৰ বাবে অন্তিম পাংঘলক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 05th, 10:47 pm
এছিয়ান গেমছত ফ্ৰীষ্টাইল ৫৩ কেজি মহিলা মল্লযুঁজত ব্ৰঞ্জৰ পদক লাভ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অন্তিম পাংঘলক অভিনন্দন জনাইছে।অনুৰ্ধ-২০ বিশ্ব চেম্পিয়নশ্বিপত ১৬ টা পদক জয় কৰা ভাৰতীয় মল্লযুঁজাৰু দলক প্ৰধানমন্ত্ৰীৰ অভিনন্দন
August 22nd, 10:18 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে অনুৰ্ধ-২০ বিশ্ব চেম্পিয়নশ্বিপত ১৬ টা পদক (পুৰুষ আৰু মহিলাৰ ফ্ৰীষ্টাইলত ৭টা কৈ আৰু গ্ৰেকো-ৰোমানত ২টাকৈ) পদক জয় কৰাৰ বাবে ভাৰতীয় মল্লযুঁজাৰু দলক অভিনন্দন জ্ঞাপন কৰে।মণিপুৰত বিভিন্ন উন্নয়ণী প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
January 04th, 09:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়।মণিপুৰৰ ইম্ফলত ভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
January 04th, 09:44 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মণিপুৰৰ ইম্ফলত প্ৰায় ১৮৫০ কোটি টকা মূল্যৰ ১৩ টা প্ৰকল্প উদ্বোধন আৰু প্ৰায় ২৯৫০ কোটি টকা মূল্যৰ ৯ টা প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পৰাজি পথ আন্তঃগাঁথনি, খোৱা পানী যোগান, স্বাস্থ্য, নগৰ উন্নয়ন, গৃহ, তথ্য প্ৰযুক্তি, দক্ষতা বিকাশ, কলা আৰু সংস্কৃতি আদিৰ দৰে ভিন্ন খণ্ডৰ সৈতে সম্পৰ্কীয়।PM congratulates Shivani, Anju, Divya, Radhika and Nisha for winning medals at Wrestling Championships in Belgrade
November 10th, 02:50 pm
The Prime Minister, Shri Narendra Modi has congratulated Shivani, Anju, Divya, Radhika and Nisha for winning medals at the Wrestling Championships in Belgrade.বিশ্ব মল্লযুঁজাৰু চেম্পিয়নশ্বিপ, ২০২১ত পদক জয়ৰ বাবে অঞ্চু মালিক আৰু সৰিতা ম’ৰক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
October 10th, 08:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব মল্লযুঁজাৰু চেম্পিয়নশ্বিপ, ২০২১ত অঞ্চু মালিকে ৰূপৰ পদক আৰু সৰিতা ম’ৰে ব্ৰঞ্জৰ পদক জয় কৰাৰ বাবে অভিনন্দন জনায়৷‘টকিঅ’ ২০২০ পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’লৈ যাবলগীয়া ভাৰতীয় ‘পেৰা-এথলিট’সকলৰে বাৰ্তালাপত দিয়া প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজী অনুবাদৰ অসমীয়া ভাঙনি
August 17th, 11:01 am
কাৰ্যক্ৰমত মোৰ সৈতে উপস্থিত থকা ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী শ্ৰীমান অনুৰাগ ঠাকুৰ জী, খেলুৱৈ বন্ধুসকল, প্ৰশিক্ষকসকল, আৰু বিশেষভাবে উপস্থিত থকা আপোনালোকৰ অভিভাৱকসকল। আপোনালোকৰ সৈতে কথা পাতি মোৰ বিশ্বাস বাঢ়িছে যে এইবাৰৰ ‘পেৰালিম্পিক ক্ৰীড়া মহোত্সৱ’তো ভাৰতে নতুন ইতিহাস ৰচনা কৰিব। মই আপোনালোক সকলো খেলুৱৈ আৰু প্ৰশিক্ষকবৃন্দক আপোনালোকৰ সফলতাৰ বাবে, দেশৰ বিজয়ৰ বাবে বহুত বহুত শুভ কামনা জ্ঞাপন কৰিছো।প্ৰধানমন্ত্ৰীয়ে টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছৰ ভাৰতীয় পেৰা এথলীটসকলৰ সৈতে মত বিনিময় কৰে
August 17th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টকিঅ’ ২০২০ পেৰা অলিম্পিক গেমছৰ ভাৰতীয় পেৰা এথলীট দল আৰু পেৰা এথলীটসকলৰ পৰিয়াল, অভিভাৱক আৰু প্ৰশিক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে মত বিনিময় কৰে। অনুষ্ঠানত কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী শ্ৰী অনুৰাগ সিং ঠাকুৰ উপস্থিত আছিল।Exclusive Pictures! PM Modi meets Olympians who made India proud!
August 16th, 10:56 am
A day after praising them from the ramparts of the Red Fort and getting the whole nation to applaud them, Prime Minister Narendra Modi met the Indian athletes who participated in the Olympics and made India proud.Here are some exclusive pictures from the event!টকিঅ’ অলিম্পিক, ২০২০ ত মল্লযুদ্ধত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বজৰং পুনিয়াক অভিনন্দন প্ৰধানমন্ত্ৰীৰ
August 07th, 05:49 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে টকিঅ’ অলিম্পিক, ২০২০ ত মল্লযুদ্ধত ব্ৰঞ্জৰ পদক অৰ্জনৰ বাবে বজৰং পুনিয়াক অভিনন্দন জ্ঞাপন কৰিছে।সামান্য ব্যৱধানত দীপক পুনীয়াই ব্ৰঞ্জৰ পদক হেৰুৱালেও তেওঁ আমাৰ অন্তৰ জয় কৰিলে : প্ৰধানমন্ত্ৰী
August 05th, 05:48 pm
সামান্য ব্যৱধানত দীপক পুনীয়াই ব্ৰঞ্জৰ পদক হেৰুৱালেও আমাৰ অন্তৰ জয় কৰিবলৈ সক্ষম হ’ল বুলি অভিমত ব্যক্ত কৰিছে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। প্ৰধানমন্ত্ৰীয়ে তেওঁক ধৈৰ্য আৰু প্ৰতিভাৰ আকৰ বুলিও অভিহিত কৰে।