গুৱাহাটী, অসমত খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত প্ৰধানমন্ত্ৰীয়ে দিয়া ভাষণৰ অসমীয়া অনুবাদ
February 19th, 08:42 pm
খেলো ইণ্ডিয়া ইউনিভাৰ্ছিটি গেমছত আপোনালোক সকলোৰে সৈতে যোগদান কৰি মই অত্যন্ত আনন্দিত হৈছোঁ। এইবাৰ উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ বিভিন্ন চহৰত অনুষ্ঠিত হ’বলৈ গৈ আছে এই খেলসমূহ। এই খেলসমূহৰ মেস্কট এটা পখিলা অষ্টলক্ষ্মী তৈয়াৰ কৰা হৈছে। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক মই প্ৰায়ে ভাৰতৰ অষ্টলক্ষ্মী বুলি কওঁ। এই খেলসমূহত এটা পখিলাক মেস্কট কৰি তোলাটোও উত্তৰ-পূৰ্বাঞ্চলৰ আকাংক্ষাবোৰে কেনেদৰে নতুন ডেউকা পাবলৈ ধৰিছে তাৰ প্ৰতীক। এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ অহা সকলো খেলুৱৈলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। দেশৰ চুক-কোণৰ পৰা অহা আপোনালোক সকলো খেলুৱৈয়ে গুৱাহাটীত এক ভাৰত, শ্ৰেষ্ঠ ভাৰতৰ এক ভৱিষ্যৎ ছবি সৃষ্টি কৰিছে। আপোনালোকে উঠিপৰি খেলক, কঠোৰভাৱে খেলক, নিজকে জয়ী কৰক...নিজৰ দলটোক জয়ী কৰক...আৰু হাৰিলেও টেনচন ল'বলগীয়া নাই। হাৰিলেও ইয়াৰ পৰা বহু কথা শিকি যাব।প্ৰধানমন্ত্ৰীয়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত আয়োজিত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়া সম্বোধন কৰে
February 19th, 06:53 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ' বাৰ্তাৰ জৰিয়তে উত্তৰ-পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যত অনুষ্ঠিত হোৱা খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় ক্ৰীড়াত ভাষণ প্ৰদান। প্ৰধানমন্ত্ৰী মোদীয়ে পখিলাৰ আকৃতিৰঅষ্টলক্ষ্মী, অৰ্থাৎ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ শুভংকৰৰকথা উল্লেখ কৰে। প্ৰায়ে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক অষ্টলক্ষ্মীবুলি অভিহিত কৰা প্ৰধানমন্ত্ৰীগৰাকীয়ে কয়, “এই খেলসমূহত পখিলাটোক শুভংকৰ কৰি তোলাটোও উত্তৰ-পূবৰ আকাংক্ষাই কেনেদৰে এক নতুন ডেউকা লাভ কৰিছে তাক চিহ্নিত কৰে।“গোৱাত অনুষ্ঠিত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
October 26th, 10:59 pm
গোৱাৰ ৰাজ্যপাল শ্ৰী পি এছ শ্ৰীধৰণ পিল্লাইজী, জনপ্ৰিয় আৰু যুৱ, উদ্যমী মুখ্যমন্ত্ৰী প্ৰমোদ সাৱন্তজী, ক্ৰীড়া মন্ত্ৰী অনুৰাগ ঠাকুৰ, মঞ্চত উপৱিষ্ট জনপ্ৰতিনিধিসকল, ‘ভাৰতীয় অলিম্পিক সংস্থা’ৰ সভাপতি, ভগ্নী পিটি উষাজী, দেশৰ প্ৰতিটো কোণৰ পৰা সমবেত হোৱা মোৰ ক্ৰীড়া সহকৰ্মীসকল, সহায়ক কৰ্মচাৰী, অন্যান্য বিষয়া আৰু যুৱপ্ৰজন্মৰ বন্ধুসকল, ভাৰতীয় ক্ৰীড়া সমাৰোহৰ বিশাল যাত্ৰা আজি গোৱাত উপস্থিত হৈছেহি। সকলো ফালেই ৰঙেই ৰং... সকলো ফালেই তৰংগ... ৰোমাঞ্চ... এয়া এক উল্লসিত কৰিব পৰা বাতাবৰণ। গোৱাৰ পৰিৱেশৰ যেন কথাই এনেকুৱা। ‘৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া’ৰ বাবে আপোনালোক সকলোকে শুভেচ্ছা জনাইছোঁ। বহুত বহুত অভিনন্দন জনাইছোঁ।প্ৰধানমন্ত্ৰীয়ে গোৱাত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়া উদ্বোধন কৰে
October 26th, 05:48 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোডীয়ে আজি গোৱাৰ মাৰগাওস্থিত পণ্ডিত জৱাহৰলাল নেহৰু ষ্টেডিয়ামত ৩৭ সংখ্যক ৰাষ্ট্ৰীয় ক্ৰীড়াৰ শুভাৰম্ভণি কৰে। এই ক্ৰীড়া ২৬ অক্টোবৰৰ পৰা ৯ নৱেম্বৰলৈ অনুষ্ঠিত হ'ব আৰু সমগ্ৰ দেশৰ পৰা ১০,০০০ তকৈও অধিক খেলুৱৈয়ে ২৮ টা স্থানত ৪৩ টাতকৈও অধিক ক্ৰীড়া শাখাত অংশগ্ৰহণ কৰিব।বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠ
September 23rd, 02:11 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান যোগী আদিত্যনাথ জী, মঞ্চত উপবিষ্ট ইউপি চৰকাৰৰ অন্যান্য মন্ত্ৰীসকল, জনপ্ৰতিনিধিসকল, এই কাৰ্যসূচীত উপস্থিত দেশৰ ক্ৰীড়া জগতৰ সৈতে জড়িত সকলো জ্যেষ্ঠ বিশিষ্ট ব্যক্তি আৰু মোৰ মৰমৰ কাশীৰ পৰিয়ালৰ লোকসকল।উত্তৰ প্ৰদেশৰ বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
September 23rd, 02:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাৰাণসীত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়ামৰ আধাৰশিলা স্থাপন কৰে। প্ৰায় ৪৫০ কোটি টকা ব্যয়েৰে আৰু ৩০ একৰতকৈও অধিক এলেকাত বাৰাণসীৰ ৰাজাতলাবৰ গঞ্জাৰীত এই অত্যাধুনিক আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ষ্টেডিয়াম নিৰ্মাণ কৰা হ’ব।২৭.০৮.২০২৩ত ‘মন কী বাত’ৰ ১০৪সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 27th, 11:30 am
মন কী বাতৰ আগষ্ট মাহৰ খণ্ডলৈ আপোনালোকক পুনৰবাৰ আদৰণী জনাইছো৷ কেতিয়াবা এনেকুৱা হৈছিল যদিও মোৰ মনত নাই যে শাওন মাহত দুবাৰকৈ ‘মন কী বাত’ অনুষ্ঠান অনুষ্ঠিত হৈছে, কিন্তু এইবাৰ এনেকুৱাই হৈছে৷ শাওন অৰ্থাৎ মহাশিৱৰ মাহ, উৎসৱ আৰু উল্লাসৰ মাহ৷ চন্দ্ৰযানৰ সফলতাই উৎসৱৰ এই আনন্দ কেইবাগুণ বৃদ্ধি কৰিলে৷ চন্দ্ৰযান চন্দ্ৰমাত উপস্থিত হোৱা তিনিদিনতকৈ বেছি হ’ল৷ এই সফলতা ইমানেই বেছি যে ইয়াৰ যিমানেই আলোচনা নকৰক কিয় সিমানেই কম হ’ব৷ আপোনালোকৰ সৈতে কথা পাতি থকাৰ সময়তে মোৰ এটা পুৰণি কবিতা মনত পৰিছে...PM lauds performance of Indian athletes at 31st World University Games held in China
August 08th, 08:37 pm
The Prime Minister, Shri Narendra Modi has lauded the performance of Indian athletes at 31st World University Games with a record-breaking haul of 26 medals including 11 Golds, 5 Silvers, and 10 Bronzes. The Prime Minister emphasized that this is India’s best performance at the World University Games since its inception in 1959 and congratulated the athletes, their families and coaches for this success.