প্ৰধানমন্ত্ৰীয়ে ২৪ মাৰ্চত বাৰাণসী ভ্ৰমণ কৰিব
March 22nd, 04:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২৪ মাৰ্চত বাৰাণসী ভ্ৰমণ কৰিব। প্ৰধানমন্ত্ৰীয়ে পুৱা প্ৰায় ১০:৩০ বজাত ৰুদ্ৰাক্ষ কনভেনশ্যন চেণ্টাৰত 'ৱান ৱৰ্ল্ড টিবি ছামিট' সম্বোধন কৰিব। দুপৰীয়া প্ৰায় ১২ বজাত, প্ৰধানমন্ত্ৰীয়ে সম্পূৰ্ণানন্দ সংস্কৃত বিশ্ববিদ্যালয় ময়দানত ১৭৮০ কোটি টকাৰ অধিক ব্যয় সাপেক্ষ বিভিন্ন পৰিকল্পনাৰ লোকাৰ্পণ আৰু শিলান্যাস কৰিব।বিশ্ব যক্ষ্মা দিৱসত প্ৰধানমন্ত্ৰীৰ বাৰ্তা
March 24th, 10:14 am
‘এই বছৰৰ বিশ্ব যক্ষ্মা দিৱসৰ থীম হ’ল—‘ৱাণ্টেডঃটিবি-মুক্ত এখন বিশ্বৰ বাবে নেতা’৷ এই থীমৰ আধাৰত মই টি.বি-মুক্ত এখন বিশ্ব গঢ়াৰ আন্দোলনত আগভাগ ল’বলৈ সকলো নাগৰিক আৰু সংগঠনক আহ্বান জনাইছো৷ টিবি মুক্ত এখন বিশ্ব গঢ়াৰ প্ৰচেষ্টা মানৱতাৰ বাবে এক উৎকৃষ্ট সেৱা৷PM's message on World Tuberculosis Day
March 24th, 03:24 pm
In a facebook post on World Tuberculosis Day, Prime Minister Narendra Modi said that correct and complete treatment of the disease was essential in order to cure it. The PM also shared an amp-audio clip from his 'Mann Ki Baat' episode in March 2016.