বিশ্ব সংস্কৃত দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ উষ্ম শুভেচ্ছা জ্ঞাপন
August 19th, 02:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব সংস্কৃত দিৱস উপলক্ষে সকলোকে সম্ভাষণ জনায়। তেখেতে সংস্কৃত ভাষাৰ প্ৰসাৰৰ বাবে প্ৰচেষ্টা হাতত লোৱাসকলক অভিনন্দন জ্ঞাপন কৰে।Prime Minister extends greetings on World Sanskrit Day
August 31st, 10:06 am
The Prime Minister, Shri Narendra Modi has extended greetings on the occasion of World Sanskrit Day. Shri Modi also lauded all those who are passionate about Sanskrit. To celebrate this, the Prime Minister has urged all to share one sentence in Sanskrit.২৭.০৮.২০২৩ত ‘মন কী বাত’ৰ ১০৪সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 27th, 11:30 am
মন কী বাতৰ আগষ্ট মাহৰ খণ্ডলৈ আপোনালোকক পুনৰবাৰ আদৰণী জনাইছো৷ কেতিয়াবা এনেকুৱা হৈছিল যদিও মোৰ মনত নাই যে শাওন মাহত দুবাৰকৈ ‘মন কী বাত’ অনুষ্ঠান অনুষ্ঠিত হৈছে, কিন্তু এইবাৰ এনেকুৱাই হৈছে৷ শাওন অৰ্থাৎ মহাশিৱৰ মাহ, উৎসৱ আৰু উল্লাসৰ মাহ৷ চন্দ্ৰযানৰ সফলতাই উৎসৱৰ এই আনন্দ কেইবাগুণ বৃদ্ধি কৰিলে৷ চন্দ্ৰযান চন্দ্ৰমাত উপস্থিত হোৱা তিনিদিনতকৈ বেছি হ’ল৷ এই সফলতা ইমানেই বেছি যে ইয়াৰ যিমানেই আলোচনা নকৰক কিয় সিমানেই কম হ’ব৷ আপোনালোকৰ সৈতে কথা পাতি থকাৰ সময়তে মোৰ এটা পুৰণি কবিতা মনত পৰিছে...প্রধানমন্ত্রীয়ে বিশ্ব সংস্কৃত দিৱসত শুভেচ্ছা জনায়
August 12th, 08:54 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব সংস্কৃত দিৱসত দেশবাসীক শুভেচ্ছা জনাইছে। তেওঁ সংস্কৃতক জনপ্ৰিয় কৰি তোলাৰ কামৰ সৈতে জড়িত লোকসকলৰ প্ৰয়াসৰ প্ৰশংসা কৰে। তেওঁ 'মন কী বাত' কাৰ্যক্ৰমৰ পৰা দুটা উদাহৰণ দাঙি ধৰিছে, য'ত তেওঁ সংস্কৃতৰ মহত্ব আৰু সুন্দৰতাৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰিছে। তেওঁ যুৱক-যুৱতীসকলৰ মাজত সংস্কৃতৰ ক্ৰমবৰ্দ্ধমান জনপ্ৰিয়তাৰ ওপৰতো আলোকপাত কৰে।PM greets Nation on World Sanskrit Day
August 22nd, 11:12 am
The Prime Minister, Shri Narendra Modi has extended his wishes on the occasion of World Sanskrit Day and shared his greetings with the people in Sanskrit.