প্ৰধানমন্ত্ৰীয়ে বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে ৰেডিঅ’ৰ শ্ৰোতা আৰু শিল্পীসকলক শুভেচ্ছা জ্ঞাপন কৰে

February 13th, 03:54 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে ৰেডিঅ’ৰ শ্ৰোতা আৰু শিল্পীসকলক শুভেচ্ছা জ্ঞাপন কৰে।

বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে শ্ৰোতাক শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ

February 13th, 10:57 am

প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে বিশ্ব ৰেডিঅ’ দিৱসত ৰেডিঅ’ৰ সকলো শ্রোতাক শুভেচ্ছা জনাই কয় যে ৰেডিঅ’ হ’ল এক চমৎকাৰী মাধ্যম, যি সামাজিক যোগাযোগক দৃঢ় কৰে।

চ'ছিয়েল মিডিয়া কৰ্ণাৰ 13 ফেব্ৰুৱাৰী 2018

February 13th, 08:03 pm

চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!

বিশ্ব ৰেডিঅ’ দিৱসত প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা

February 13th, 01:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব ৰেডিঅ’ দিৱস উপলক্ষে ৰেডিঅ’ৰ সৈতে জড়িত সকলো বিষয়ববীয়া, কৰ্ম-কৰ্তা তথা শ্ৰোতাক শুভেচ্ছা জ্ঞাপন কৰিছে৷

PM extends greetings on World Radio Day

February 13th, 09:25 am

PM Narendra Modi extended his greetings on World Radio Day to all the radio lovers and to those working in the radio industry. Radio is a wonderful way to interact, learn and communicate. My own Mann Ki Baat experience has connected me with people across India, said the PM.