
ছুইজাৰলেণ্ডৰ জেনেভাত বিশ্ব স্বাস্থ্য সভাৰ ৭৬সংখ্যক অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণ
May 21st, 06:35 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ছুইজাৰলেণ্ডৰ জেনেভাত অনুষ্ঠিত বিশ্ব স্বাস্থ্য সভাৰ ৭৬সংখ্যক অধিৱেশনত আজি ভিডিঅ’ বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়।
বিশ্ব স্বাস্থ্য দিৱসত আমাৰ গ্ৰহটোক সুস্থ কৰি তুলিবলৈ প্ৰয়াস কৰাসকলক কৃতজ্ঞতা প্ৰধানমন্ত্ৰীৰ
April 07th, 11:21 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে আমাৰ গ্ৰহটোক সুস্থ কৰি তুলিবলৈ প্ৰয়াস কৰাসকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছে।
বিশ্ব স্বাস্থ্য দিৱসত দেশবাসীলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা, সকলোৰে সুস্বাস্থ্য আৰু সুস্থতাৰ বাবেও প্ৰাৰ্থনা কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 07th, 09:18 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰি সকলোৰে সুস্বাস্থ্য আৰু সুস্থতাৰ বাবে প্ৰাৰ্থনা জনায়। তেওঁ স্বাস্থ্য খণ্ডৰ সৈতে জড়িত প্ৰতিগৰাকী লোকৰ প্ৰতি কৃতজ্ঞতাও জ্ঞাপন কৰে। তেওঁ কয় যে আয়ুষ্মান ভাৰত আৰু প্ৰধানমন্ত্ৰী জনঔষধি যোজনাই আমাৰ নাগৰিকসকলৰ বাবে গুণগত মানদণ্ড আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আছে। তেওঁ লগতে কয় যে যোৱা ৮ বছৰত চিকিৎসা শিক্ষাখণ্ডত দ্ৰুত পৰিৱৰ্তন দেখা গৈছে। কেইবাখনো নতুন চিকিৎসা মহাবিদ্যালয় স্থাপন হৈছে। তেওঁ আৰু কয় যে ভাৰত চৰকাৰে স্থানীয় ভাষাত চিকিৎসা বিজ্ঞান অধ্যয়ন সুচল কৰাৰ বাবে প্ৰচেষ্টা চলাই আছে আৰু এই প্ৰচেষ্টাৰ সফলতাই অগণন যুৱক-যুৱতীৰ আশা-আকাংক্ষাক সফলকাম কৰি তুলিব।আমি পানী সংৰক্ষণ কৰিবলৈ সকলোধৰণৰ প্ৰয়াস কৰিব লাগিব: মন কী বাতত প্ৰধানমন্ত্ৰী
March 27th, 11:00 am
মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। যোৱা সপ্তাহত, আমি এনে এক কৃতিত্ব অৰ্জন কৰিছিলোঁ যিয়ে আমাক গৌৰৱান্বিত কৰি তুলিছিল। আপুনি হয়তো শুনিছে যে ভাৰতে যোৱা সপ্তাহত ৪০০ বিলিয়ন ডলাৰ, অৰ্থাৎ ৩০ লাখ কোটি টকাৰ ৰপ্তানিৰ লক্ষ্য লাভ কৰিছে। প্ৰথমবাৰৰ বাবে, এনে লাগে যে ই অৰ্থনীতিৰ সৈতে সম্পৰ্কিত, কিন্তু ই অৰ্থনীতিতকৈ অধিক, ই ভাৰতৰ শক্তি, ভাৰতৰ সম্ভাৱনাৰ সৈতে সম্পৰ্কিত। এটা সময়ত, ভাৰতৰ পৰা ৰপ্তানিৰ পৰিমাণ আছিল ১০০ বিলিয়ন, কেতিয়াবা ১৫০ বিলিয়ন, কেতিয়াবা ২০০ বিলিয়ন, এতিয়া, ভাৰত ৪০০ বিলিয়ন ডলাৰত উপনীত হৈছে। ইয়াৰ অৰ্থ হৈছে যে সমগ্ৰ বিশ্বতে ভাৰতত নিৰ্মাণ কৰা বস্তুৰ চাহিদা বৃদ্ধি পাইছে, আনটোৰ অৰ্থ হৈছে যে ভাৰতৰ যোগান শৃংখলা দিনক দিনে শক্তিশালী হৈ আহিছে আৰু ইয়াৰ এটা ডাঙৰ বাৰ্তাও আছে। যেতিয়া সংকল্প সপোনতকৈ ডাঙৰ হয় তেতিয়া দেশখনে মহান পদক্ষেপ গ্ৰহণ কৰে। যেতিয়া অহৰ্নিশে সংকল্পৰ বাবে আন্তৰিক প্ৰচেষ্টা কৰা হয়, সেই সংকল্পবোৰো প্ৰমাণিত হয়, আৰু আপুনি দেখিছে, এজন ব্যক্তিৰ জীৱনতো একে ধৰণৰ ঘটনা ঘটে। যেতিয়া এজনৰ সংকল্প, তেওঁৰ প্ৰচেষ্টা তেওঁৰ সপোনতকৈ ডাঙৰ হয়, তেতিয়া সাফল্য নিজে বাট বুলি তেওঁৰ ওচৰলৈ আহে।বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীৰ বাৰ্তা
April 07th, 10:04 am
বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আগবঢ়োৱা বাৰ্তা তলত উল্লেখ কৰা হ’ল।PM's message on World Health Day
April 07th, 02:36 pm
This World Health Day, let us also ensure we follow practices like social distancing which will protect our own lives as well as the lives of others.Social Media Corner 7 April 2018
April 07th, 07:39 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে জনসাধাৰণলৈ প্ৰধানমন্ত্ৰীৰ শুভেচ্ছা
April 07th, 10:30 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্ব স্বাস্থ্য দিৱস উপলক্ষে জনসাধাৰণলৈ শুভেচ্ছা জ্ঞাপন কৰিছে।Social Media Corner 7 April 2017
April 07th, 07:53 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!PM's message on World Health Day
April 07th, 11:33 am
In a series of tweets, the PM said, On World Health Day, I pray that you are blessed with wonderful health, which gives you the opportunity to pursue your dreams and excel. When it comes to healthcare, our Government is leaving no stone unturned to provide quality healthcare that is accessible and affordable.Social Media Corner 26 March 2017
March 26th, 07:59 pm
Your daily dose of governance updates from Social Media. Your tweets on governance get featured here daily. Keep reading and sharing!‘New India’ manifests the strength and skills of 125 crore Indians, who will create a ‘Bhavya Bharat’: PM Modi
March 26th, 11:33 am
PM Narendra Modi during his Mann Ki Baat on March 26th, spoke about the ‘New India’ that manifests the strength and skills of 125 crore Indians who would create a Bhavya Bharat. PM Modi paid rich tribute to Bhagat Singh, Rajguru and Sukhdev and said they continue to inspire us even today. PM paid tribute to Mahatma Gandhi and spoke at length about the Champaran Satyagraha. The PM also spoke about Swachh Bharat, maternity bill and World Health Day.Yoga is not about what one will get, it is about what one can give up: PM
June 21st, 06:53 am
PM Modi's Mann Ki Baat: Tourism, farmers, under 17 FIFA world cup and more
March 27th, 11:30 am
PM's message on World Health Day
April 07th, 08:00 am
PM's message on World Health Day