ধ্বংসাত্মক কামত নহয়, উন্নয়নৰ কামত প্ৰযুক্তিৰ প্ৰয়োগ হ’ব লাগেঃ প্ৰধানমন্ত্ৰী মোদী
February 11th, 03:02 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডুবাইত বিশ্ব চৰকাৰ সন্মিলনত মূল ভাষণ দিয়ে য’ত ভাৰতক মূখ্য অতিথি দেশ হিচাপে আমন্ত্ৰণ কৰা হৈছিল। তেওঁ ‘উন্নয়নৰ বাবে প্ৰযুক্তি’ বিষয়ত উদ্বোধনী ভাষণ দিয়ে। অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে কয়, “আমি ৬ টা ‘আৰ’ মানি চলাটো দৰকাৰ, যি আমাক ‘আনন্দ’ প্ৰদান কৰিব পাৰে, সেই কেইটা হ’ল – ‘ৰিডিউচ’, ‘ৰি-ইউজ’, ‘ৰি-চাইকল’, ‘ৰিক’ভাৰ’, ‘ৰি-ডিজাইন’ আৰু ‘ৰি- মেনুফেক্চাৰ’।”প্ৰধানমন্ত্ৰী মোদীয়ে বিশ্ব চৰকাৰ সন্মিলনত ভাষণ দিয়ে
February 11th, 03:01 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ডুবাইত বিশ্ব চৰকাৰ সন্মিলনত মূল ভাষণ দিয়ে য’ত ভাৰতক মূখ্য অতিথি দেশ হিচাপে আমন্ত্ৰণ কৰা হৈছিল।