অতুলনীয় অগ্ৰগতিঃ অৰ্থনীতি, আন্তঃগাঁথনি আৰু বিশ্ব নেতৃত্বৰ কৃতিত্ব
January 17th, 02:14 pm
ভাৰতৰ ভাৰতে বিভিন্ন খণ্ডত উল্লেখযোগ্য কৃতিত্ব অৰ্জন কৰি পুনৰবাৰ নিজৰ গতিশীল বিকাশ, সুস্থিৰতা আৰু বিশ্ব নেতৃত্ব প্ৰদৰ্শন কৰিছে। অৰ্থনৈতিক অগ্ৰগতি আৰু আন্তঃৰাষ্ট্ৰীয় অংশীদাৰিত্বৰ পৰা আৰম্ভ কৰি ডিজিটেল উদ্ভাৱন আৰু আন্তঃগাঁথনিৰ উন্নতিলৈকে দেশখনে বিশ্ব মহাশক্তি হিচাপে নিজৰ স্থান দৃঢ় কৰি তুলিছে।ভিডিঅ’ কনফাৰেন্সিংযোগে দ্বিতীয় পৰ্যায়ৰ ইনফিনিটী ফ’ৰামৰ মঞ্চত প্ৰধানমন্ত্ৰীৰ ভাষণ
December 09th, 11:09 am
ইনফিনিটী ফ'ৰামৰ দ্বিতীয় পৰ্যায়ৰ এই সমাৱেশলৈ আজি সকলোকে আদৰণি জনাইছো। ২০২১ চনৰ ডিচেম্বৰ মাহত উদ্বোধনী ইনফিনিটী ফ’ৰামত আমি লগ হৈছিলো। সেই সময়ত মহামাৰীৰ বাবে সমগ্ৰ বিশ্বতে অনিশ্চয়তাৰ পৰিবেশ বিৰাজ কৰিছিল। পৃথিৱীৰ অৰ্থনৈতিক প্ৰগতিৰ বাবে সকলোৱে চিন্তিত হৈ পৰিছিল। দুৰ্ভাগ্যজনকভাৱে সেই উদ্বিগ্নতা আজিও শেষ হোৱা নাই। ভূ-ৰাজনৈতিক উত্তেজনা, উচ্চ মুদ্ৰাস্ফীতিৰ হাৰ আৰু ঋণৰ বোজাৰ প্ৰত্যাহ্বান আৰু বিষয়সমূহৰ বিষয়ে আপোনালোকে নিশ্চয় জানে।PM addresses Infinity Forum 2.0
December 09th, 10:40 am
PM Modi addressed the second edition of Infinity Forum, a global thought leadership platform on FinTech via video conferencing. PM Modi reiterated that India’s growth story is based on the government’s top priority to policy, good governance and the welfare of the citizens. Speaking about expanding the scope of IFSCA, PM Modi reiterated the government’s efforts to take GIFT IFSCA beyond traditional finance and ventures. “We want to make GIFT City the Global Nerve Center of New Age Global Financial and Technology Services”.বিশ্ব অৰ্থনৈতিক মঞ্চৰ ডাভোচ সন্মিলনত প্ৰধানমন্ত্ৰীৰ 'ষ্টেট অৱ দ্য ৱৰ্ল্ড' শীৰ্ষক সম্বোধনৰ অসমীয়া অনুবাদ
January 17th, 08:31 pm
১৩০ কোটি ভাৰতীয়ৰ হৈ মই বিশ্ব অৰ্থনৈতিক মঞ্চত সমবেত সমগ্ৰ বিশ্বখনৰ বিশিষ্ট ব্যক্তিসকলক শুভেচ্ছা জ্ঞাপন কৰিছো। আজি মই আপোনাসৱৰ সৈতে কথা পাতি থকা সময়তে ভাৰতে সাৱধানতা আৰু সতৰ্কতাৰে আন এটা ক’ৰোনা ঢৌৰে মোকাবিলা কৰি আছে। সমান্তৰালভাৱে, ভাৰতে তদুপৰি বহু আশাব্যঞ্জক ফলাফলেৰে অৰ্থনৈতিক ক্ষেত্ৰখনত আগুৱাই গৈছে। আজি ভাৰত স্বাধীনতাৰ ৭৫ বছৰ উদযাপনৰ উত্তেজনাৰে পৰিপূৰ্ণ আৰু লগতে মাত্ৰ এবছৰতে ১৬০ কোটি ক’ৰোনা ভেকচিনৰ পালি প্ৰদানৰ আত্মবিশ্বাসেৰে ভৰি পৰিছে।PM Modi's remarks at World Economic Forum, Davos 2022
January 17th, 08:30 pm
PM Modi addressed the World Economic Forum's Davos Agenda via video conferencing. PM Modi said, The entrepreneurship spirit that Indians have, the ability to adopt new technology, can give new energy to each of our global partners. That's why this is the best time to invest in India.প্ৰধানমন্ত্ৰীয়ে ১৭ জানুৱাৰীত ডব্লিউইএফৰ ডাভোচ এজেণ্ডাত 'ষ্টেট অৱ দ্য ৱৰ্ল্ড' শীৰ্ষক বিশেষ ভাষণ প্ৰদান কৰিব
January 16th, 07:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সিঙৰ জৰিয়তে ২০২২ ৰ ১৭ জানুৱাৰীত ভাৰতীয় মান সময়মতে নিশা ৮:৩০ বজাত বিশ্ব অৰ্থনৈতিক ফৰামৰ ডাভোচ এজেণ্ডাত 'ষ্টেট অৱ দ্য ৱৰ্ল্ড' শীৰ্ষক বিশেষ ভাষণ প্ৰদান কৰিব।PM to address WEF’s Davos Dialogue on 28th January
January 27th, 06:21 pm
Prime Minister Shri Narendra Modi will address the World Economic Forum’s Davos Dialogue on 28th January, 2021 via video conferencing. More than 400 top industry leaders from across the globe will attend the session, wherein the Prime Minister will be speaking on the Fourth Industrial Revolution - using technology for the good of humanity. Prime Minister will also be interacting with the CEOs during the event.For Better Tomorrow, our government is working on to solve the current challenges: PM Modi
December 06th, 10:14 am
Prime Minister Modi addressed The Hindustan Times Leadership Summit. PM Modi said the decision to abrogate Article 370 may seem politically difficult, but it has given a new ray of hope for development in of Jammu, Kashmir and Ladakh. The Prime Minister said for ‘Better Tomorrow’, the government is working to solve the current challenges and the problems.হিন্দুস্তান টাইমছ লীডাৰশ্বিপ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
December 06th, 10:00 am
সন্মিলনত ভাষণ প্ৰদান কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে যিকোনো দেশৰ উন্নতিৰ বাবে পৰিৱৰ্তন আৱশ্যম্ভাৱী৷ পৰিৱৰ্তনতেই উন্নত ভৱিষ্যতৰ ভেঁটি স্থাপন হয়৷ চৰকাৰে পূৰ্বৰ প্ৰত্যাহ্বান আৰু সমস্যাসমূহ ‘সকলোৰে সৈতে, সকলোৰে বিকাশ, সকলোৰে বিশ্বাস’ৰ মন্ত্ৰৰ জৰিয়তে সমাধান কৰাৰ দিশত অগ্ৰসৰ হৈছে বুলি তেওঁ মন্তব্য কৰে৷বাংলাদেশৰ প্ৰধানমন্ত্ৰীৰ ভাৰত ভ্ৰমণ কালত আনুষ্ঠানিক ভাবে প্ৰকাশ কৰা যুটীয়া বিবৃতি
October 05th, 06:40 pm
দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে এই সম্পৰ্কৰ বুনিয়াদ গঢ়া পৰস্পৰৰ উমৈহতীয়া ঐতিহাসিক পটভূমি, সংস্কৃতি, ভাষা, ধৰ্ম-নিৰপেক্ষতাৰ আদৰ্শৰ লগতে অন্যান্য বৈশিষ্ট্যসমূহৰ কথা স্মৰণ কৰে।Himachal Pradesh is the land of spirituality and bravery: PM Modi
December 27th, 01:00 pm
Prime Minister Narendra Modi addressed a huge public meeting in Dharamshala in Himachal Pradesh today. The event, called the ‘Jan Aabhar Rally’ is being organized to mark the completion of first year of the tenure of BJP government in Himachal Pradesh.হিমাচল প্ৰদেশ চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ধৰমশালাত জন আভাৰ ৰেলী সম্বোধন প্ৰধানমন্ত্ৰীৰ
December 27th, 01:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে হিমাচল প্ৰদেশ চৰকাৰৰ এবছৰ সম্পূৰ্ণ হোৱা উপলক্ষে ধৰমশালাত আজি জন আভাৰ ৰেলী সম্বোধন কৰে।India’s contribution towards the fourth industrial revolution would leave the world stunned: PM Narendra Modi
October 11th, 05:15 pm
The Prime Minister, Shri Narendra Modi, today attended, and delivered an address at the event to mark the launch of the Centre for the Fourth Industrial Revolution. He said the components of “Industry 4.0” actually have the ability to transform the present and future of human life. He said the launch of this Centre, the fourth in the world after San Francisco, Tokyo and Beijing, opens the door to immense possibilities in the future.চতুৰ্থ ঔদ্যোগিক নৱজাগৰণৰ কেন্দ্ৰ মুকলি অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ প্ৰদান
October 11th, 05:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি চতুৰ্থ ঔদ্যোগিক নৱজাগৰণৰ কেন্দ্ৰ মুকলি অনুষ্ঠানত উপস্থিত থাকি ভাষণ প্ৰদান কৰে৷Ensuring a corruption-free, citizen-centric and development-friendly ecosystem is our priority: PM Modi
May 30th, 02:25 pm
Addressing a community programme in Indonesia, PM Modi termed India-Indonesia ties to be special. Stating that in the last four years, India had witnessed unparalleled transformation, PM Modi cited several initiatives and steps being undertaken by the Government to India to make India a better place to do business. He said, “Ensuring a corruption-free, citizen-centric and development-friendly ecosystem is our priority.”জাকাৰ্টাত ভাৰতীয় সমূদায়ক সম্বোধন প্ৰধানমন্ত্ৰীৰ
May 30th, 02:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি জাকাৰ্টাত ভাৰতীয় সমূদায়ক সম্বোধন কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ভাৰত আৰু ইণ্ডোনেছিয়াৰ মাজৰ সম্পৰ্কৰ লগতে চলিত বৰ্ষৰ প্ৰথমভাগত ভাৰতত উদযাপিত গণৰাজ্য দিৱসত ইণ্ডোনেছিয়াকে ধৰি আন ১০খন এছিয়ান দেশৰ নেতৃবৰ্গৰ উপস্থিত থকাৰ কথা উল্লেখ কৰে। তেওঁ লগতে কয় যে ১৯৫০ চনৰ পৰা উদযাপিত ভাৰতৰ গণৰাজ্য দিৱসত ইয়াৰ পূৰ্বে ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতিয়ে মুখ্য অতিথি হিচাপে উপস্থিত থকা উদাহৰণ নাছিল।আমাৰ ‘এক্ট ইষ্ট পলিচি’ৰ বাবে উত্তৰ-পূৰ্বাঞ্চল অভিকেন্দৰস্বৰূপ, প্ৰধানমন্ত্ৰী মোদীয়ে এডভান্টেজ আছাম সন্মিলনত কয়
February 03rd, 02:10 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অঞ্চলটোত নিৰ্মাণক্ষেত্ৰত থকা সম্ভাৱনীয়তা তথা ভৌগোলিক অৱস্থিতিৰ সুবিধাসমূহৰ ওপৰত আলোকপাত কৰি দেশৰ লগতে বিদেশী বিনিয়োগকাৰীক আকৰ্ষিত কৰিবৰ বাবে প্ৰথমবাৰৰ বাবে গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলনৰ উদ্বোধন কৰে।এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
February 03rd, 02:00 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুৱাহাটীত অনুষ্ঠিত এডভান্টেজ আছাম – বিশ্ব বিনিয়োগকাৰী সন্মিলন ২০১৮ ৰ উদ্বোধনী অনুষ্ঠানত ভাষণ প্ৰদান কৰে।চ'ছিয়েল মিডিয়া কৰ্ণাৰ 24 জানুৱাৰী 2018
January 24th, 07:35 pm
চ'ছিয়েল মিডিয়াৰ জড়িয়তে আপোনাৰ বাবে শাসনকার্য সম্পৰ্কীয় দৈনিক সংযোজন। শাসন সম্পর্কীয় আপোনাৰ টুইট ইয়াত দৈনিক প্ৰকাশিত হ'ব। পঢ়ি থাকক আৰু শ্বেয়াৰ কৰক!PM Modi interacts with leading CEOs at the International Business Council at Davos
January 23rd, 09:38 pm
In Davos, PM Narendra Modi met leading CEOs at the International Business Council event. He spoke about India's reform trajectory and how India is an ideal destination for investment. The PM also held talks with several Indian CEOs and complimented the country's entrepreneurial zeal.