চিঅ’পি-২৮ত লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচনৰ দ্বিতীয় পৰ্যায় সহযোগিতাৰে আয়োজন কৰে ভাৰত আৰু ছুইডেনে
December 01st, 08:29 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ছুইডেনৰ প্ৰধানমন্ত্ৰী উলফ ক্ৰীষ্টাৰছনে ডুবাইৰ চিঅ’পি-২৮ত ২০২৪-২৬ চনৰ বাবে লিডাৰশ্বিপ গ্ৰুপ ফৰ ইণ্ডাষ্ট্ৰী ট্ৰানজিচন (লিডআইটি ২.০)ৰ দ্বিতীয় পৰ্যায়ৰ সহযোগিতাৰে আৰম্ভ কৰে।বিশ্ব জলবায়ু কাৰ্য সন্মিলনত অংশগ্ৰহণৰ বাবে ইউএইলৈ ৰাওনা হোৱাৰ পূৰ্বে সংবাদ মাধ্যমত বিবৃতি প্ৰধানমন্ত্ৰীৰ
November 30th, 05:44 pm
সংযুক্ত আৰৱ এমিৰেটছ(ইউএই)ৰ ৰাষ্ট্ৰপতি তথা আবুধাবিৰ শাসক মোৰ ভাতৃস্বৰূপ শ্বেখ মহম্মদ বিন জায়েদ আল নাহিয়ানৰ আমন্ত্ৰণত ২০২৩ চনৰ ১ ডিচেম্বৰত অনুষ্ঠিত হ’বলগীয়া চিঅ’পি-২৮ৰ বিশ্ব জলবায়ু কাৰ্য্য সন্মিলনত অংশগ্ৰহণ কৰিবলৈ ডুবাই অভিমুখে যাত্ৰা কৰিছো৷ মই দেখি আনন্দিত হৈছো এই গুৰুত্বপূৰ্ণ অনুষ্ঠানটো সংযুক্ত আৰৱ এমিৰেটছৰ ৰাষ্ট্ৰপতিৰ নেতৃত্বত অনুষ্ঠিত হৈছে, যি জলবায়ু কাৰ্য্যৰ ক্ষেত্ৰত ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ অংশীদাৰ হৈ আহিছে।