PM Modi shares glimpse of Jan Dhan Yojana's success

August 28th, 03:37 pm

The Prime Minister Shri Narendra Modi shared a post on 10 astounding figures behind the Jan Dhan Yojana as the financial inclusion program completed 10 years today.

India’s Top Gamers Meet ‘Cool’ PM Modi

April 13th, 12:33 pm

Prime Minister Narendra Modi engaged in a unique interaction with India's top gamers, immersing himself in the world of PC and VR gaming. During the session, Prime Minister Modi actively participated in gaming sessions, showcasing his enthusiasm for the rapidly evolving gaming industry.

নতুন দিল্লীৰ ভাৰত টেক্স ২০২৪ত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

February 26th, 11:10 am

কেবিনেটত থকা মোৰ সহকৰ্মী পীয়ুষ গোৱেলজী, দৰ্শনা জাৰ্দোশজী, বিভিন্ন দেশৰ ৰাষ্ট্ৰদূত, জ্যেষ্ঠ কূটনীতিবিদ, কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিষয়া, ফেশ্বন আৰু বস্ত্ৰ জগতৰ সৈতে জড়িত সকলো সহকৰ্মী, যুৱ উদ্যোগী, শিক্ষাৰ্থী, আমাৰ শিপিনী আৰু আমাৰ শিল্পী বন্ধু, মহিলা আৰু ভদ্ৰলোকসকল! ভাৰত মণ্ডপমত চলি থকা ভাৰত টেক্সলৈ আপোনালোক সকলোকে অভিনন্দন! আজিৰ এই অনুষ্ঠানটো নিজেই অতি বিশেষ। বিশেষ এইবাবেই যে ই ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ, ভাৰত মণ্ডপম আৰু যশোভুমিত দুয়োটা একেলগে হৈ আছে। আজি, ৩,০০০ ৰো অধিক প্ৰদৰ্শক... ১০০ খন দেশৰ প্ৰায় ৩,০০০ ক্ৰেতা... ৪০,০০০ৰো অধিক বাণিজ্য দৰ্শনাৰ্থী... একেলগে এই অনুষ্ঠানটোৰ সৈতে জড়িত। এই অনুষ্ঠানটোৱে বস্ত্ৰ পৰিৱেশতন্ত্ৰৰ সকলো অংশীদাৰ আৰু সেই লোকসকলক সমগ্ৰ মূল্য শৃংখলাটোৰ বাবে একত্ৰিত হ'বলৈ এখন মঞ্চ প্ৰদান কৰিছে।

নতুন দিল্লীত ভাৰত টেক্স ২০২৪ উদ্বোধন প্ৰধানমন্ত্ৰীৰ

February 26th, 10:30 am

এই উপলক্ষে সভাত আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ভাৰত টেক্স ২০২৪লৈ সকলোকে আদৰণি জনাই কয় যে আজিৰ এই অনুষ্ঠানটো বিশেষ কাৰণ ভাৰতৰ দুটা বৃহৎ প্ৰদৰ্শনী কেন্দ্ৰ ক্ৰমে ভাৰত মণ্ডপম আৰু যশোভূমিত এই অনুষ্ঠান অনুষ্ঠিত হৈছে। তেওঁ প্ৰায় ১০০খন দেশৰ ৩০০০ৰো অধিক প্ৰদৰ্শক আৰু ব্যৱসায়ী আৰু প্ৰায় ৪০,০০০ দৰ্শনাৰ্থীৰ সংগঠনক স্বীকাৰ কৰে, কিয়নো ভাৰত টেক্সে তেওঁলোক সকলোকে এক মঞ্চ প্ৰদান কৰিছে৷

Cabinet approves Proposal for Implementation of Umbrella Scheme on “Safety of Women”

February 21st, 11:41 pm

The Union Cabinet chaired by Prime Minister Shri Narendra Modi approved the proposal of Ministry of Home Affairs of continuation of implementation of Umbrella Scheme on ‘Safety of Women’ at a total cost of Rs.1179.72 crore during the period from 2021-22 to 2025-26.

ডুংগৰপুৰৰ মহিলা উদ্যমীয়ে মহিলাসকলৰ মাজত সজাগতা বিয়পোৱাৰ নিজৰ উৎসাহেৰে প্ৰধানমন্ত্ৰীক প্ৰভাৱিত কৰে

January 18th, 04:04 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হিতাধিকাৰীসকলৰ সৈতে মত বিনিময় কৰে। এই কাৰ্যসূচীত দেশৰ বিভিন্ন প্ৰান্তৰ পৰা বিকশিত ভাৰত সংকল্প যাত্ৰাৰ হাজাৰ হাজাৰ হিতাধিকাৰীয়ে অংশগ্ৰহণ কৰে। কেন্দ্ৰীয় মন্ত্ৰী, সাংসদ, বিধায়ক আৰু স্থানীয় পৰ্যায়ৰ প্ৰতিনিধিয়েও এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।

The egoistic Congress-led Alliance intends to destroy the composite culture of Santana Dharma in both Rajasthan & India: PM Modi

September 25th, 04:03 pm

PM Modi addressed the Parivartan Sankalp Mahasabha in Jaipur, Rajasthan. While addressing the event PM Modi recalled Pt. Deendayal Upadhyaya on his birth anniversary. He said, “It is his thoughts and principles that have served as an inspiration to put an end to the Congress-led misrule in Rajasthan.

PM Modi addresses the Parivartan Sankalp Mahasabha in Jaipur, Rajasthan

September 25th, 04:02 pm

PM Modi addressed the Parivartan Sankalp Mahasabha in Jaipur, Rajasthan. While addressing the event PM Modi recalled Pt. Deendayal Upadhyaya on his birth anniversary. He said, “It is his thoughts and principles that have served as an inspiration to put an end to the Congress-led misrule in Rajasthan.

২৪.০৯.২০২৩ত ‘মন কী বাত’ৰ ১০৫সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

September 24th, 11:30 am

'মন কী বাত'ৰ আন এটা খণ্ডত দেশৰ সফলতা, দেশবাসীৰ সফলতা, তেওঁলোকৰ প্ৰেৰণাদায়ক জীৱনশৈলী আপোনালোকৰ লগত শ্বেয়াৰ কৰাৰ সুযোগ পালোঁ। শেহতীয়াকৈ মই পোৱা চিঠি আৰু বাৰ্তা বেছিভাগেই দুটা কথাৰ ওপৰত কেন্দ্ৰীভূত। প্ৰথমটো হৈছে চন্দ্ৰযান-৩ৰ সফল অৱতৰণ আৰু দ্বিতীয়টো হ’ল দিল্লীত জি-২০ৰ সফল আয়োজন। দেশৰ প্ৰতিটো প্ৰান্তৰ পৰা, সমাজৰ প্ৰতিটো শ্ৰেণীৰ পৰা সকলো বয়সৰ মানুহৰ পৰা অগণন চিঠি পাইছিলোঁ। চন্দ্ৰযান-৩ৰ লেণ্ডাৰখন যেতিয়া চন্দ্ৰত অৱতৰণ কৰিবলৈ ওলাইছিল তেতিয়া লাখ লাখ লোকে বিভিন্ন মাধ্যমৰ জৰিয়তে এই অনুষ্ঠানৰ প্ৰতিটো মুহূৰ্তৰ সাক্ষী হৈছিল। ইছৰোৰ ইউটিউব লাইভ চেনেলত আশী লক্ষাধিক লোকে এই অনুষ্ঠানটো চাইছিল– যিটো এক অভিলেখ। ইয়াৰ পৰাই বুজা যায় যে চন্দ্ৰযান-৩ৰ সৈতে লাখ লাখ ভাৰতীয়ৰ কিমান গভীৰ সম্পৰ্ক আছে। চন্দ্ৰযানৰ এই সফলতাক লৈ বৰ্তমান দেশত এক কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হৈছে আৰু ইয়াৰ নাম– ‘চন্দ্ৰযান-৩ মহাকুইজ’। মাইগভ পৰ্টেলত চলি থকা এই প্ৰতিযোগিতাত এতিয়ালৈকে পোন্ধৰ লাখতকৈ অধিক লোকে অংশগ্ৰহণ কৰিছে। মাইগভ আৰম্ভ হোৱাৰ পিছত যিকোনো কুইজৰ বাবে এইটোৱেই সৰ্বাধিক অংশগ্ৰহণ। মই এইটোও ক'ম যে যদি আপুনি এতিয়াও অংশগ্ৰহণ কৰা নাই তেন্তে পলম নকৰিব আৰু ছদিন বাকী আছে। এই কুইজত নিশ্চিতভাৱে অংশগ্ৰহণ কৰক।

নাৰী শক্তিক অভিবাদন প্ৰধানমন্ত্ৰীৰ

September 23rd, 11:15 pm

প্ৰধানমন্ত্ৰী শ্ৰীযুত নৰেন্দ্ৰ মোদীয়ে নাৰী শক্তিক প্ৰণাম জনাই কয় যে বাবা বিশ্বনাথৰ নগৰ কাশীত তেওঁ য’লৈকে গৈছিল, তাতেই মাতৃ, ভগ্নী আৰু কন্যাসকলে দেখুওৱা উদ্যমে তেওঁক আপ্লুত কৰিছিল। শ্ৰী মোদীয়ে আৰু কয় যে নাৰী শক্তি বন্দন অধিনিয়মে তেওঁলোকৰ মাজত যি শক্তি ৰোপন কৰিছে সিয়েই অনাগত সময়ত অমৃতকালৰ সংকল্পসমূহক আৰু অধিক শক্তিশালী কৰিব।

৩০.০৪.২০২৩ তাৰিখে ‘মন কী বাত’ৰ ১০০তম খণ্ডত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ

April 30th, 11:31 am

মোৰ মৰমৰ দেশবাসীসকল, নমস্কাৰ। আজি হ’ল 'মন কী বাত'ৰ শততম খণ্ড। মই আপোনালোক সকলোৰে পৰা হাজাৰ হাজাৰ চিঠি পাইছো, লাখ লাখ বাৰ্তা... আৰু মই যিমান সম্ভৱ সিমানবোৰ চিঠি পঢ়িবলৈ চেষ্টা কৰিছো, সেইবোৰ চাইছো আৰু বাৰ্তাবোৰ অলপ বুজিবলৈ চেষ্টা কৰিছো। বহুবাৰ আপোনালোকৰ চিঠিবোৰ পঢ়ি থাকোঁতে, মই আৱেগিক হৈ পৰিছিলো,মন আৱেগেৰে ভৰি পৰিছিল আৰু তাৰ পিছত নিজকে চম্ভালি লৈছিলো। আপোনালোকে মোক 'মন কী বাত'ৰ ১০০তম খণ্ডৰ বাবে অভিনন্দন জনাইছে, কিন্তু মই মোৰ হৃদয়ৰ পৰা কওঁ,... দৰাচলতে, আপোনালোক সকলোৱে, 'মন কী বাত'ৰ শ্ৰোতাসকল, আমাৰ দেশবাসীসকল অভিনন্দনৰ যোগ্য। 'মন কী বাত' হৈছে কোটি কোটি ভাৰতীয়ৰ 'মন কী বাত', এয়া তেওঁলোকৰ অনুভূতিৰ অভিব্যক্তি।

Congress has only appeased in the name of governance: PM Modi

April 29th, 11:30 am

Prime Minister Narendra Modi today addressed mega public meetings in Karnataka’s Humnabad and Vijayapura. In the beginning of his address, the Prime Minister expressed gratitude, stating, I consider myself fortunate to commence this election rally from the district of Bidar, where I have been blessed before as well. He emphasized that the upcoming election was not solely about winning, but about elevating Karnataka to become the top state in the nation.

PM Modi campaigns in Karnataka’s Humnabad, Vijayapura and Kudachi

April 29th, 11:19 am

Prime Minister Narendra Modi today addressed mega public meetings in Karnataka’s Humnabad and Vijayapura. In the beginning of his address, the Prime Minister expressed gratitude, stating, I consider myself fortunate to commence this election rally from the district of Bidar, where I have been blessed before as well. He emphasized that the upcoming election was not solely about winning, but about elevating Karnataka to become the top state in the nation.

মধ্য প্ৰদেশৰ শ্যোপুৰত মহিলা আত্ম সহায়ক গোটৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পাঠ

September 17th, 01:03 pm

মধ্য প্ৰদেশৰ ৰাজ্যপাল শ্ৰীমান মংগুভাই পেটেল, মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শ্ৰীমান শিৱৰাজ সিংহ জী চৌহান, কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ মোৰ সতীৰ্থসকল, মধ্য প্ৰদেশ চৰকাৰৰ মন্ত্ৰীগণ, সাংসদ আৰু বিধায়ক বন্ধু, বিশাল সংখ্যাত উপস্থিত হোৱা আন সকলো সহায়ক গোটৰ সৈতে জড়িত মাতৃ-ভগ্নীসকলক প্ৰণাম!

PM addresses Women Self Help Groups Conference in Karahal, Madhya Pradesh

September 17th, 01:00 pm

PM Modi participated in Self Help Group Sammelan organised at Sheopur, Madhya Pradesh. The PM highlighted that in the last 8 years, the government has taken numerous steps to empower the Self Help Groups. “Today more than 8 crore sisters across the country are associated with this campaign. Our goal is that at least one sister from every rural family should join this campaign”, PM Modi remarked.

গুজৰাটৰ দিওদাৰৰ বানাস ডেইৰীত উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 19th, 11:02 am

আপোনালোক সকলো আনন্দত আছে। এতিয়া আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছো কিয়নো আৰম্ভণিতে মই অলপ হিন্দীত ক'ব লাগিব। কিয়নো এইটো সংবাদ মাধ্যমৰ বন্ধুবৰ্গৰ পৰা অনুৰোধ আহিছে যে আপুনি হিন্দীত কথা ক'লে ভাল হ'ব, সেয়েহে মই ভাবিলো যে সকলোবোৰ নহ’লেও তেওঁলোকৰ কথাটো মানি লোৱা উচিত।

বনাচকান্থাৰ দিয়োদাৰস্থিত বনাচ ডেইৰী সংকুলত একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ

April 19th, 11:01 am

PM Modi dedicated to the nation a new dairy complex and potato processing plant at Diyodar, Banaskantha district. These plants will empower the local farmers and give a boost to the rural economy in the region. He also noted how along with Banas Dairy complex, cheese and whey plant, Banas Dairy has proved that other resources like potato can also be used to increase the income of local farmers.

Every BJP Karyakarta is a representative of the dreams and resolve of the country: PM Modi

April 06th, 04:44 pm

On the occasion of the BJP's foundation day, Prime Minister Narendra Modi said, “Today is the fifth day of Navratri. Today we worship Maa Skandamata. We have seen that she sits on a Lotus throne and holds Lotus flowers in both her hands. I pray that her blessings continue to be bestowed upon every citizen and karyakartas of the BJP.”

PM Modi addresses BJP Karyakartas on the Party’s Sthapna Diwas

April 06th, 10:16 am

On the occasion of the BJP's foundation day, Prime Minister Narendra Modi said, “Today is the fifth day of Navratri. Today we worship Maa Skandamata. We have seen that she sits on a Lotus throne and holds Lotus flowers in both her hands. I pray that her blessings continue to be bestowed upon every citizen and karyakartas of the BJP.”

প্ৰধানমন্ত্ৰীয়ে কচ্ছত আয়োজিত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ আলোচনাচক্ৰত ভাষণ প্ৰদান কৰিব

March 07th, 03:36 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে সন্ধিয়া ৬ বজাত কচ্ছৰ ধোৰ্ডোত মহিলা সন্ত শিবিৰত আন্তঃৰাষ্ট্ৰীয় মহিলা দিৱসৰ এক আলোচনাচক্ৰত ভাষণ প্ৰদান কৰিব। সমাজত মহিলা সাধুসকলৰ ভূমিকা আৰু মহিলা সশক্তিকৰণৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদানক স্বীকৃতি দিবলৈ এই আলোচনাচক্ৰৰ আয়োজন কৰা হৈছে। ধোৰ্ডোৰ চেমিনাৰত ৫০০ ৰো অধিক মহিলা সাধু উপস্থিত থাকিব।