কেৰালাৰ ‘বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ’ত বিভিন্ন প্ৰকল্পৰ উদ্বোধন অনুষ্ঠানত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 27th, 12:24 pm
কেৰালাৰ ৰাজ্যপাল শ্ৰী আৰিফ মহম্মদ খান, মুখ্যমন্ত্ৰী শ্ৰী পিনাৰাই বিজয়নজী, ৰাজ্যিক মন্ত্ৰী মোৰ সহকৰ্মী শ্ৰী ভি মুৰলীধৰণ জী, ইছৰো পৰিয়ালৰ সদস্যসকল, নমস্কাৰ!কেৰালাৰ তিৰুৱন্তপুৰমত ‘বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ’ (ভিএছএছচি) পৰিদৰ্শন কৰে প্ৰধানমন্ত্ৰীয়ে
February 27th, 12:02 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কেৰালাৰ তিৰুৱন্তপুৰমত ‘বিক্ৰম চাৰাভাই মহাকাশ কেন্দ্ৰ’ (ভিএছএছচি) পৰিদৰ্শন কৰে আৰু প্ৰায় ১৮০০ কোটি টকা বিনিয়োগসাপেক্ষ তিনিটা গুৰুত্বপূৰ্ণ মহাকাশ আন্তঃগাঁথনি প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে শ্ৰীহৰিকোটাৰ ‘সতীশ ধাৱান মহাকাশ কেন্দ্ৰ’ত ‘এছএলভি ইণ্টিগ্ৰেশ্যন ফেচিলিটী’ (পিআইএফ); মহেন্দ্ৰগিৰিৰ ‘ইছৰো প্ৰপালশ্যন কমপ্লেক্স’ত নতুন 'অৰ্ধ-ক্ৰায়'জেনিক্স ইণ্টিগ্ৰেটেড ইঞ্জিন আৰু ষ্টেজ টেষ্ট ফেচিলিটী'; আৰু তিৰুৱন্তপুৰমৰ ‘ভিএছএছচি’-ত 'ট্ৰাইছনিক উইণ্ড টানেল'। শ্ৰী মোদীয়ে ‘গগনযান মিছন’ৰ অগ্ৰগতি পৰ্যালোচনা কৰাৰ লগতে চাৰিগৰাকী মনোনীত মহাকাশচাৰীসকলক 'এষ্ট্ৰনাট উইং' প্ৰদান কৰে। মনোনীত মহাকাশচাৰীকেইগৰাকী হৈছে ‘গ্ৰুপ কেপ্টেইন’ প্ৰশান্ত বালাকৃষ্ণন নায়াৰ, ‘গ্ৰুপ কেপ্টেইন’ অজিত কৃষ্ণন, ‘গ্ৰুপ কেপ্টেইন’ অঙ্গদ প্ৰতাপ আৰু ‘উইং কামাণ্ডাৰ’ শুভাংশু শুক্লা।২৭.০৮.২০২৩ত ‘মন কী বাত’ৰ ১০৪সংখ্যক খণ্ডত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
August 27th, 11:30 am
মন কী বাতৰ আগষ্ট মাহৰ খণ্ডলৈ আপোনালোকক পুনৰবাৰ আদৰণী জনাইছো৷ কেতিয়াবা এনেকুৱা হৈছিল যদিও মোৰ মনত নাই যে শাওন মাহত দুবাৰকৈ ‘মন কী বাত’ অনুষ্ঠান অনুষ্ঠিত হৈছে, কিন্তু এইবাৰ এনেকুৱাই হৈছে৷ শাওন অৰ্থাৎ মহাশিৱৰ মাহ, উৎসৱ আৰু উল্লাসৰ মাহ৷ চন্দ্ৰযানৰ সফলতাই উৎসৱৰ এই আনন্দ কেইবাগুণ বৃদ্ধি কৰিলে৷ চন্দ্ৰযান চন্দ্ৰমাত উপস্থিত হোৱা তিনিদিনতকৈ বেছি হ’ল৷ এই সফলতা ইমানেই বেছি যে ইয়াৰ যিমানেই আলোচনা নকৰক কিয় সিমানেই কম হ’ব৷ আপোনালোকৰ সৈতে কথা পাতি থকাৰ সময়তে মোৰ এটা পুৰণি কবিতা মনত পৰিছে...Government announces 11 chairs in name of eminent women in various fields of Science & Technology
February 29th, 06:10 pm
On the occasion of National Science Day today, Government has announced 11 chairs in the name of eminent Indian women scientists in various fields to inspire, encourage, empower women and give due recognition to young women researchers excelling in various fields.