Kashi is now becoming a big health center & healthcare hub of Purvanchal: PM in Varanasi

October 20th, 02:21 pm

Prime Minister Narendra Modi inaugurated RJ Sankara Eye Hospital in Varanasi, Uttar Pradesh. The hospital offers comprehensive consultations and treatments for various eye conditions. PM Modi also took a walkthrough of the exhibition showcased on the occasion. Addressing the event the Prime Minister remarked that RJ Sankara Eye hospital would wipe out the darkness and lead many people towards light.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ বাৰাণসীত আৰজে শংকৰা নেত্ৰ চিকিৎসালয় উদ্বোধন কৰে

October 20th, 02:15 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ বাৰাণসীত আৰজে শংকৰা নেত্ৰ চিকিৎসালয় উদ্বোধন কৰে। চিকিৎসালয়খনত চকুৰ ভিন্ন অৱস্থাৰ বাবে বিস্তৃত পৰামৰ্শ আৰু চিকিৎসাৰ ব্যৱস্থা আছে। শ্ৰী মোদীয়ে এই উপলক্ষে আয়োজিত প্ৰদৰ্শনীখনো দৰ্শন কৰে।

Fact Sheet: Quad Countries Launch Cancer Moonshot Initiative to Reduce the Burden of Cancer in the Indo-Pacific

September 22nd, 12:03 pm

The Quad countries—US, Australia, India, and Japan—launched the Quad Cancer Moonshot to combat cervical cancer in the Indo-Pacific. This initiative aims to strengthen cancer care by enhancing health infrastructure, promoting HPV vaccination, increasing screenings, and expanding treatment. During the Quad Leaders' Cancer Moonshot event, India commited to providing HPV sampling kits, detection tools and cervical cancer vaccines worth $7.5 million to the Indo-Pacific region.

The Wilmington Declaration Joint Statement from the Leaders of Australia, India, Japan, and the United States

September 22nd, 11:51 am

PM Modi joined leaders from the U.S., Australia, and Japan for the fourth Quad Leaders Summit in Wilmington, Delaware. The Quad reaffirmed its commitment to a free, open, and inclusive Indo-Pacific, opposing destabilizing actions and supporting regional peace, security, and sustainable development. The leaders emphasized respect for international law, democratic values, and regional institutions like ASEAN and the Pacific Islands Forum.

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ' (RE-INVEST) উদ্বোধন কৰে

September 16th, 11:30 am

আজি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটৰ গান্ধীনগৰস্থিত মহাত্মা মন্দিৰত ৪ৰ্থ বিশ্ব নবীকৰণযোগ্য শক্তি বিনিয়োগকাৰী সন্মিলন আৰু এক্সপ’ (RE-INVEST) উদ্বোধন কৰে। ৩-দিনীয়া এই সন্মিলনত ভাৰতৰ ২০০ জিৱাটৰো অধিক সংস্থাপিত অ-জীৱাশ্ম ইন্ধন ক্ষমতাৰ উল্লেখযোগ্য কৃতিত্বৰ গুৰুত্বপূৰ্ণ অৱদানকাৰীসকলক সন্মান জনোৱা হয়। শ্ৰী মোদীয়ে ৰাজহুৱা আৰু ব্যক্তিগত খণ্ডৰ কোম্পানী, ষ্টাৰ্ট-আপ আৰু উদ্যোগৰ প্ৰধান প্লেয়াৰসমূহৰ অত্যাধুনিক উদ্ভাৱনৰাজিক থূপাই প্ৰদৰ্শন কৰা প্ৰদৰ্শনীখনো প্ৰত্যক্ষ কৰে।

PM Modi inaugurates 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat

September 16th, 11:11 am

Prime Minister Narendra Modi inaugurated the 4th Global Renewable Energy Investor’s Meet and Expo (RE-INVEST) in Gandhinagar, Gujarat. The summit celebrates India's achievement of over 200 GW of non-fossil fuel capacity. The PM said that India's persity, scale, capacity, potential and performance are all unique and pave the way for Indian solutions for global applications.

‘জন ধন যোজনা’ৰ দশম বৰ্ষপূৰ্তি উপলক্ষে সকলোকে অভিনন্দন জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে

August 28th, 12:51 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘জন ধন যোজনা’ৰ ‘দশম বৰ্ষপূৰ্তি’ত বিত্তীয় অন্তৰ্ভুক্তিৰ ক্ষেত্ৰত ইয়াৰ গুৰুত্বপূৰ্ণ প্ৰভাৱ উদযাপন কৰে। প্ৰধানমন্ত্ৰীয়ে সকলো হিতাধিকাৰীক অভিনন্দন জ্ঞাপন কৰে আৰু যিসকলে এই যোজনা সফল কৰি তুলিছে তেওঁলোকক ধন্যবাদ জ্ঞাপন কৰে। শ্ৰী মোদীয়ে কয় যে কোটি কোটি লোক, বিশেষকৈ মহিলা, যুৱপ্ৰজন্ম আৰু বঞ্চিত সম্প্ৰদায়সমূহক মৰ্যাদা প্ৰদান কৰাৰ ক্ষেত্ৰত জন ধন যোজনা হৈছে সৰ্বোপৰি।

জৰুৰী অৱস্থা প্ৰতিৰোধ কৰা সকললৈ প্ৰধানমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলি

June 25th, 12:31 pm

প্ৰধানমন্ত্ৰীয়ে আজি জৰুৰী অৱস্থাপ্ৰতিৰোধ কৰাসকললৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।

ছামিট ফৰ ডেমক্ৰেচীত প্ৰধানমন্ত্ৰীৰ ভিডিঅ' ভাষণৰ অসমীয়া অনুবাদ

March 20th, 10:55 pm

এই পদক্ষেপ অব্যাহত ৰখাৰ বাবে ৰাষ্ট্ৰপতি ইউন ছুক য়েঅলক ধন্যবাদ জনাইছোঁ। ''ছামিট ফৰ ডেমক্ৰেচী''য়ে এক গুৰুত্বপূৰ্ণ মঞ্চ হিচাপে আত্মপ্ৰকাশ কৰিছে, য'ত গণতন্ত্ৰসমূহে অভিজ্ঞতা ভাগ-বতৰা কৰে আৰু ইজনে সিজনৰ পৰা শিকে।

প্ৰধানমন্ত্ৰীয়ে ছামিট ফৰ ডেমক্ৰেচি সম্বোধন কৰে

March 20th, 10:44 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ছামিট ফৰ ডেমক্ৰেচি সম্বোধন কৰে। সমগ্ৰ বিশ্বৰ গণতন্ত্ৰসমূহৰ অভিজ্ঞতাৰ বিনিময় আৰু পাৰস্পৰিকভাৱে জ্ঞান আহৰণৰ ক্ষেত্ৰত ছামিট ফৰ ডেমক্ৰেচিক এক গুৰুত্বপূৰ্ণ মঞ্চ আখ্যাৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে গণতন্ত্ৰৰ প্ৰতি ভাৰতৰ বদ্ধমূল দায়বদ্ধতাক পুনৰবাৰ উল্লেখেৰে কয়, ভাৰতত গণতন্ত্ৰৰ এক প্ৰাচীন আৰু অখণ্ড সংস্কৃতি আছে। ই ভাৰতীয় সভ্যতাৰ প্ৰাণ। তেখেতে আৰু দৃঢ়তাৰে কয়, ভাৰতৰ ইতিহাসত সহমত গঠন, মুকলি আলোচনা আৰু মুক্ত আলোচনা প্ৰতিধ্বনিত হৈ আহিছে। সেইবাবেই দেশৰ নাগৰিকসকলে ভাৰতক গণতন্ত্ৰৰ মাতৃ বুলি গণ্য কৰে।

Viksit Bharat Ambassador Meets Up At Startup Mahakumbh, Bharat Mandapam

March 19th, 07:28 pm

On 19th March 2024, a Viksit Bharat Ambassador session was held at the Startup Mahakumbh at Bharat Mandapam, New Delhi, to highlight Viksit Bharat's vision. Over 400+ attendees attended the event, including leading unicorn founders, startup founders, women leaders, and students. This marked the 17th meetup under the banner of Viksit Bharat Ambassador or #VB2024.

ভাৰ্চুৱেল জি-২০ শীৰ্ষ সন্মিলনত প্ৰধানমন্ত্ৰীৰ সামৰণি বক্তব্য (২২ নৱেম্বৰ, ২০২৩)

November 22nd, 09:39 pm

মই আকৌ এবাৰ আপোনালোক সকলৰে বহুমূলীয়া বিচাৰৰ শলাগ লৈছোঁ। আপোনালোক সকলোৱে, যি মুক্ত মনেৰে নিজৰ কথা উপস্থাপন কৰিলে, তাৰ বাবে মই হৃদয়ৰ পৰা কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ।

ভাৰ্চুৱেল জি-২০ সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী ভাষণ

November 22nd, 06:37 pm

মোৰ আমন্ত্ৰণ গ্ৰহণ কৰি আজি এই সন্মিলনত যোগদান কৰাৰ বাবে আপোনালোক সকলোকে কৃতজ্ঞতা জ্ঞাপন কৰিছো। ১৪০ কোটি ভাৰতীয়ৰ হৈ আপোনালোক সকলোকে আন্তৰিকতাৰে আদৰণি জনোৱা হ'ল।

মধ্যপ্ৰদেশৰ জবলপুৰত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

October 05th, 03:31 pm

মা নৰ্মদাৰ এই পুন্যভূমিক প্ৰণাম জনাই, শ্ৰদ্ধাপূৰ্বক প্ৰণিপাত জনাই, মই আজি জবলপুৰৰ এক নতুন ৰূপ দেখিবলৈ পাইছো। মই দেখিছো জবলপুৰত উৎসাহ আছে, মহাকৌশলত মংগল আছে, উদ্দীপনা আছে।

প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰদেশৰ জবলপুৰত ১২,৬০০ কোটি টকাৰ অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পসমূহৰ আধাৰশিলা স্থাপন কৰে আৰু ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কৰে

October 05th, 03:30 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ জবলপুৰত ১২,৬০০ কোটি টকাৰ অধিক মূল্যৰ পথ, ৰে'ল, গেছ পাইপলাইন, গৃহ আৰু বিশুদ্ধ খোৱা পানীৰ দৰে উন্নয়ন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে আৰু দেশবাসীৰ প্ৰতি উৎসৰ্গা কৰে। শ্ৰী মোদীয়ে ৰাণী দুৰ্গাৱতীৰ ৫০০ তম জন্ম শতবাৰ্ষিকী উদযাপনৰ সৈতে সংগতি ৰাখি জবলপুৰত 'বীৰাংগনা ৰাণী দুৰ্গাৱতী স্মাৰক আৰু উদ্যান'ৰ 'ভূমি পূজা' সম্পন্ন কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ইন্দোৰত লাইট হাউচ প্ৰকল্পৰ অধীনত নিৰ্মাণ কৰা ১০০০ তকৈও অধিক গৃহ উদ্বোধন, মাণ্ডলা, জবলপুৰ আৰু দিনদোৰী জিলাত একাধিক জল জীৱন মিছন প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু চিঅ’নি জিলাত জল জীৱন মিছন প্ৰকল্পৰ উৎসৰ্গা, মধ্য প্ৰদেশত পথ আন্তঃগাঁথনি উন্নত কৰাৰ বাবে ৪৮০০ কোটি টকাৰ অধিক মূল্যৰ একাধিক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উৎসৰ্গা কৰা। ১৮৫০ কোটি টকাৰ অধিক মূল্যৰ ৰে'ল প্ৰকল্প, বিজয়পুৰ-ঔৰেয়া-ফুলপুৰ পাইপলাইন প্ৰকল্প আৰু জবলপুৰত এটা নতুন বটলিং প্ৰকল্প উৎসৰ্গা কৰা, আৰু মুম্বাই নাগপুৰ ঝাৰচুগুড়া পাইপলাইন প্ৰকল্পৰ নাগপুৰ জবলপুৰ শাখাৰ (৩১৭ কিলোমিটাৰ) আধাৰশিলা স্থাপন কৰা।

PM Modi addresses the Nari Shakti Vandan Abhinandan Karyakram in Ahmedabad

September 26th, 07:53 pm

Addressing the Nari Shakti Vandan Abhinandan Karyakram in Ahmedabad, Prime Minister Narendra Modi hailed the passage of the Nari Shakti Vandan Adhiniyam, seeking to reserve 33% of seats in Lok Sabha and state Assemblies for women. Speaking to the women in the event, PM Modi said, “Your brother has done one more thing in Delhi to increase the trust with which you had sent me to Delhi. Nari Shakti Vandan Adhiniyam, i.e. guarantee of increasing representation of women from Assembly to Lok Sabha.”

২ কোটি লাখপতি দিদিক প্ৰতিষ্ঠাৰ লক্ষ্য গ্ৰহণ কৰা হৈছে; ড্ৰোন কী উড়ানক শক্তি প্ৰদান কৰিব মহিলাৰ আত্মসহায়ক গোটেঃ প্ৰধানমন্ত্ৰী

August 15th, 01:33 pm

আজি ৭৭ সংখ্যক স্বাধীনতা দিৱস উপলক্ষে লালকিল্লাৰ প্ৰাচীৰৰপৰা দেশবাসীক সম্বোধন কৰি প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে চৰকাৰে মহিলাৰ আত্মসহায়ক গোট (SHG)সমূহৰ সৈতে গাঁৱে-ভূঞে ২ কোটি ‘লাখপতি দিদি’ক প্ৰতিষ্ঠাৰ লক্ষ্যৰে কাম কৰি আছে। প্ৰধানমন্ত্ৰীগৰাকীয়ে কয় যে আজি ১০ কোটি মহিলা মহিলাৰ আত্মসহায়ক গোটসমূহৰ সৈতে জড়িত হৈ আছে। “আজি গাঁৱে-ভূঞে বেংকত, অংগনৱাড়ীত আৰু ঔষধ যোগান ধৰাৰ ক্ষেত্ৰত দিদি জড়িত হৈছে।”

ভিডিঅ’ বাৰ্তাযোগে গান্ধীনগৰত মহিলা সবলীকৰণৰ সন্দৰ্ভত জি-২০ মন্ত্ৰী পৰ্যায়ৰ সন্মিলনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

August 02nd, 10:41 am

মহাত্মা গান্ধীৰ নামেৰে নামাকৰণ কৰা নগৰ গান্ধীনগৰলৈ প্ৰতিষ্ঠাৰ দিনটোত আপোনালোক সকলোকে স্বাগতম জনাইছো। আপোনালোকে আহমেদাবাদৰ গান্ধী আশ্ৰম ভ্ৰমণৰ সুযোগ পোনাৰ বাবে মই আনন্দিত হৈছো। আজি সমগ্ৰ বিশ্বই জলবায়ু পৰিৱৰ্তন, গোলকীয় উষ্ণতা বৃদ্ধি আৰু বহনক্ষম সমাধান বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ কথা কৈছে। গান্ধী আশ্ৰমত আপোনালোকে গান্ধীজীৰ জীৱনশৈলীৰ সৰলতা আৰু তেওঁৰ বহনক্ষমতা, আত্মনিৰ্ভৰশীলতা আৰু সমতাৰ দূৰদৰ্শী ধাৰণাসমূহৰ প্ৰত্যক্ষভাৱে দেখিছে৷ মই নিশ্চিত যে আপোনালোকে ইয়াক প্ৰেৰণাদায়ক বুলি বিবেচনা কৰিব। দাণ্ডি কুটিৰ সংগ্ৰহালয়তো ইয়াৰ অভিজ্ঞতা লাভ কৰিব, যিটো সুযোগ আপোনালোকে নেহেৰুৱাব৷ এইটো অত্যুক্তি কৰা নহ’ব যে গান্ধীজীৰ বিখ্যাত য’তৰ অৰ্থাৎ ঘূৰণীয়া চকাটো ওচৰৰ গাঁৱত গংগাবেন নামৰ এগৰাকী মহিলাই লাভ কৰিছিল। আপোনালোকে জানে যে তেতিয়াৰ পৰা গান্ধীজীয়ে সদায় খাদী পিন্ধিছিল, যিটো স্বাৱলম্বীতা আৰু বহনক্ষমতাৰ প্ৰতীক হৈ পৰিছিল।

মহিলা সবলীকৰণৰ ওপৰত জি-২০ মন্ত্ৰীসন্মিলনত ভাষণ প্ৰদান প্ৰধানমন্ত্ৰীৰ

August 02nd, 10:40 am

সমবেত লোকসকলক সম্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে মহাত্মা গান্ধীৰ নামেৰে নামাকৰণ কৰা গান্ধীনগৰ চহৰৰ প্ৰতিষ্ঠা দিৱসত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায় আৰু আহমেদাবাদৰ গান্ধী আশ্ৰম পৰিদৰ্শন কৰাৰ সুযোগ লাভ কৰি আনন্দ প্ৰকাশ কৰে। জলবায়ু পৰিৱৰ্তন আৰু গোলকীয় উষ্ণতা বৃদ্ধিৰ দৰে বিষয়ৰ তাৎক্ষণিক আৰু দীৰ্ঘম্যাদী সমাধান বিচাৰি উলিওৱাৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে গান্ধীজীৰ জীৱনশৈলীৰ সৰলতা আৰু স্থিৰতা, আত্মনিৰ্ভৰশীলতা আৰু সমতাৰ তেওঁৰ দূৰদৰ্শী ধাৰণাসমূহ গান্ধী আশ্ৰমত প্ৰত্যক্ষভাৱে দেখা যায়। শ্ৰী মোদীয়ে বিশ্বাস ব্যক্ত কৰে যে ই বিশিষ্ট ব্যক্তিসকলক অনুপ্ৰাণিত কৰিব। তেওঁ দাণ্ডি কুটিৰ সংগ্ৰহালয়লৈ তেওঁৰ ভ্ৰমণৰ কথাও উল্লেখ কৰিছিল আৰু কৈছিল যে গান্ধীজীৰ বিখ্যাত চৰ্খা ওচৰৰ এখন গাঁৱত গংগাবেন নামৰ এগৰাকী মহিলাই বিচাৰি পাইছিল। প্ৰধানমন্ত্ৰীয়ে কয় যে তেতিয়াৰ পৰা গান্ধীজীয়ে খাদী পিন্ধিবলৈ আৰম্ভ কৰে, যি আত্মনিৰ্ভৰশীলতা আৰু স্থিৰতাৰ প্ৰতীক হৈ পৰে।

ৰাজ্যসভাত নাগালেণ্ডৰ প্ৰথম গৰাকী মহিলা সাংসদ শ্ৰীযুতা এছ ফাংনন কন্যাকে সদনত সভাপতিত্ব কৰাত আনন্দ প্ৰকাশ প্ৰধানমন্ত্ৰীৰ

July 25th, 08:16 pm

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত সপ্তাহত ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধনখৰৰ দ্বাৰা উপাধ্যক্ষৰ পেনেললৈ মনোনীত হোৱাৰ পিছত ৰাজ্যসভাত নাগালেণ্ডৰ প্ৰথমগৰাকী মহিলা সাংসদ শ্ৰীযুতা এছ ফাংনন কন্যাকক লৈ আনন্দ প্ৰকাশ কৰিছে।