সংসদৰ শীতকালীন অধিৱেশনৰ আৰম্ভণিতে প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 25th, 10:31 am
এয়া শীতকালীন অধিৱেশন আৰু পৰিবেশটোও ঠাণ্ডা হৈ থাকিব। আমি ২০২৪ৰ অন্তিম ক্ষণত উপনীত হৈছোঁহি আৰু দেশে পৰম আগ্ৰহ আৰু উৎসাহেৰে ২০২৫ক আদৰিবলৈ প্ৰস্তুতি চলাইছে।ৰাজ্যসভাত উপ ৰাষ্ট্ৰপতি শ্ৰী জগদীপ ধনখৰক আদৰণি জনাই প্ৰদান কৰা প্ৰধানমন্ত্ৰীৰ ভাষণৰ ইংৰাজীলৈ কৰা তৰ্জমাৰ অনুবাদ
December 07th, 03:32 pm
আৰম্ভণিতে মই সন্মানীয় সভাপতি মহোদয়ক সদনৰ লগতে সমগ্ৰ দেশৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰিছো। এটা সাধাৰণ পৰিয়ালৰ পৰা আহি আজি আপুনি যিটো স্থানত উপস্থিত হৈছেহি, আৰু সংগ্ৰামৰ মাজেৰে জীৱন অতিবাহিত কৰি যিদৰে আগুৱাই যোৱাৰ প্ৰয়াস অব্যাহত ৰাখিছে সেয়া দেশৰ বহুজন ব্যক্তিৰ বাবেই অনুপ্ৰেৰণাৰ উত্সস্বৰূপ। উচ্চ সদনৰ এইখন মৰ্যদাসম্পন্ন আসনক আপুনি সুশোভিত কৰিছে আৰু ‘কিঠানাৰ সন্তান’ৰ এই সাফল্য দেখি দেশৰ আনন্দৰ ঠিকনা নোহোৱা হৈছে।PM addresses Rajya Sabha at the start of Winter Session of Parliament
December 07th, 03:12 pm
PM Modi addressed the Rajya Sabha at the start of the Winter Session of the Parliament. He highlighted that the esteemed upper house of the Parliament is welcoming the Vice President at a time when India has witnessed two monumental events. He pointed out that India has entered into the Azadi Ka Amrit Kaal and also got the prestigious opportunity to host and preside over the G-20 Summit.Parliament session should be judged on work done and discussions held, not disruptions: PM
November 29th, 10:15 am
Addressing the media ahead of the start of Winter Session of Parliament, PM Modi hoped that in the spirit of Azadi Ka Amrit Mahotsav, lawmakers will find ways for the progress of the country. He said the measure of the work done in Parliament should be the hours spent on discussion and debate and not disruptions.Whenever it has been about national good, the Rajya Sabha has risen to the occasion: PM
November 18th, 01:48 pm
While addressing the Rajya Sabha, PM Modi said, “Two things about the Rajya Sabha stand out –its permanent nature. I can say that it is eternal. It is also representative of India’s persity. This House gives importance to India’s federal structure.” He added that the Rajya Sabha gave an opportunity to those away from electoral politics to contribute to the nation and its development.PM addresses special discussion to mark 250th Session of Rajya Sabha
November 18th, 01:47 pm
While addressing the Rajya Sabha, PM Modi said, “Two things about the Rajya Sabha stand out –its permanent nature. I can say that it is eternal. It is also representative of India’s persity. This House gives importance to India’s federal structure.” He added that the Rajya Sabha gave an opportunity to those away from electoral politics to contribute to the nation and its development.সংসদৰ শীতকালীন অধিৱেশনৰ পূৰ্বে সংবাদ মাধ্যমৰ সন্মুখত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া অনুবাদ
November 18th, 10:09 am
২০১৯ বৰ্ষৰ এয়া অন্তিমটো অধিৱেশন আৰু এই অধিৱেশন গুৰুত্বপূৰ্ণও৷ কিয়নো এয়া ৰাজ্যসভাৰ ২৫০তম অধিৱেশন৷ ৰাজ্যসভাৰ ২৫০তম অধিৱেশনৰ যাত্ৰা অতিশয় প্ৰেৰণাদায়ী স্মৃতিৰ সৈতে আৰম্ভ হৈছে৷ ঠিক সেইদৰে এই অধিৱেশনৰ মাজতে ২৬ তাৰিখে আমাৰ সংবিধান দিৱসো উদযাপিত হ’ব৷ আমাৰ সংবিধানৰ ৭০তম বৰ্ষ সম্পূৰ্ণ হোৱাৰ পৰিপ্ৰেক্ষিতত এই সংবিধানে দেশৰ ঐক্যতা, অখণ্ডতা, ভাৰতৰ বৈচিত্ৰতা, ভাৰতৰ সৌন্দৰ্যতা নিজৰ মাজতে সমাহিত কৰি দেশৰ চালিকা শক্তিলৈ ৰূপান্তৰিত হৈছে৷প্ৰধানমন্ত্ৰীয়ে কয় যে সংসদত সকলো ধৰণৰ বিষয় আলোচনা কৰিবলৈ চৰকাৰ প্ৰস্তুত
November 18th, 10:08 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে সংসদৰ চলিত অধিৱেশনক গুৰুত্বপূৰ্ণ বুলি অভিহিত কৰি কয় যে এই অধিৱেশনখন ৰাজ্যসভাৰ ২৫০তম অধিৱেশন হোৱাৰ লগতে ভাৰতীয় সংবিধানেও ৭০তম বৰ্ষত উপনীত হৈছে৷PM's statement to media at the start of the Winter Session of Parliament
December 11th, 11:05 am
At the beginning of the Winter Session of Parliament, PM Narendra Modi hoped that the proceedings would be smooth and there would be frank as well as extensive debates among members. Let us strive to work hard and complete the legislative agenda pending, the PM said.PM's statement to media ahead of Winter Session of Parliament
December 15th, 10:33 am
In his statement ahead of the Winter Session of the Parliament, PM Modi hoped that here would be constructive debates and innovative solutions would be found to address the nation's problems.Government is ready for open debate on every issue: PM
November 16th, 10:59 am
PM Narendra Modi, in his statement ahead of winter session of Parliament said that Government is ready for open debate on every issue and hopes that it will create a conducive atmosphere for significant and fruitful decisions.PM's statement to media ahead of the start of winter session
November 26th, 11:08 am