বিহাৰৰ জামুইত জনজাতীয় গৌৰৱ দিৱসৰ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
November 15th, 11:20 am
বিহাৰৰ ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰ জী, বিহাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী নীতিশ কুমাৰ জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী জুৱেল ওৰাম জী, জিতন ৰাম মাঞ্জি জী, গিৰিৰাজ সিং জী, চিৰাগ পাছৱান জী, দুৰ্গাদাস উইকে জী, মোৰ সৌভাগ্য যে আজি বীৰছা মুণ্ডা জীৰ পৰিয়ালৰ বংশধৰসকল আমাৰ মাজত আছে। আজি ইয়াত এটা ডাঙৰ পূজা অনুষ্ঠিত কৰা হৈছে। পৰিয়ালৰ বাকী সকলো সদস্যই পূজাৰ কামত ব্যস্ত, তথাপিও বুদ্ধৰাম মুণ্ডা জী আমাৰ মাজত উপস্থিত আছে। আমি সৌভাগ্যৱান যে সিদ্ধু কানহু জীৰ বংশধৰ মণ্ডল মুৰ্মু জীও আমাৰ লগত আছে। আৰু মোৰ বাবে সুখৰ কথা যে আজি যদি মই আমাৰ ভাৰতীয় জনতা পাৰ্টি পৰিয়ালৰ জ্যেষ্ঠ নেতা আমাৰ শ্ৰদ্ধাৰ কৰিয়া মুণ্ডা জীও আমাৰ মাজত আছে। এসময়ত তেওঁ লোকসভাৰ উপাধ্যক্ষ আছিল। পদ্ম বিভূষণেৰে সন্মানীত মুণ্ডাজীয়ে এতিয়াও সকৱোকে মাৰ্গদৰ্শন কৰে। আৰু যেনেকৈ আমাৰ জুৱেল ওৰাম জীয়ে কৈছিল যে তেওঁ মোৰ বাবে এজন পিতৃৰ দৰে। এনে জ্যেষ্ঠ কাৰিয়া মুণ্ডা জী আজি ইয়ালৈ আহিছে বিশেষকৈ ঝাৰখণ্ডৰ পৰা। বিহাৰৰ উপ-মুখ্যমন্ত্ৰী, মোৰ বন্ধু ভাই বিজয় কুমাৰ সিনহা জী, ভাই সম্ৰাট চৌধুৰী জী, বিহাৰ চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক, অন্যান্য জনপ্ৰতিনিধি, দেশৰ চুক-কোণৰ পৰা অহা সকলো গণ্যমান্য ব্যক্তি আৰু জামুইৰ মোৰ মৰমৰ ভাই-ভনীসকল।প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপনৰ আৰম্ভণি কৰে
November 15th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিহাৰৰ জমুইত জনজাতীয় গৌৰৱ দিৱস উপলক্ষে ভগৱান বিৰছা মুণ্ডাৰ ১৫০ সংখ্যক জন্ম বাৰ্ষিকী বৰ্ষ উদযাপন কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰি প্ৰায় ৬,৬৪০ কোটি টকা মূল্যৰ ভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে।অষ্টাদশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ বক্তব্যৰ অসমীয়া অনুবাদ
September 07th, 01:28 pm
“ইষ্ট এছিয়া সন্মিলন”ত পুনৰবাৰ অংশগ্ৰহণ কৰাটো মোৰ বাবে আনন্দৰ বিষয়। ৰাষ্ট্ৰপতি উইডোডোৰ অভূতপূৰ্ব আচৰণৰ বাবে মই আন্তৰিক অভিনন্দন জনাইছো। তদুপৰি, এই বৈঠকত পৰ্যবেক্ষক হিচাপে উপস্থিত থকা মই টিমৰ লেষ্টেৰ প্ৰধানমন্ত্ৰী মহামহিম চেনানা গুজমাওক আদৰণি জনাইছো।২৩সংখ্যক আছিয়ান- ভাৰত সন্মিলন আৰু অষ্টাদশ পূব এছিয়া সন্মিলনত প্ৰধানমন্ত্ৰীৰ অংশগ্ৰহণ
September 07th, 11:47 am
আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীয়ে আছিয়ান-ভাৰত সৰ্বাংগীন কৌশলগত অংশীদাৰিত্ব শক্তিশালী কৰাৰ লগতে ইয়াৰ ভৱিষ্যতৰ পথ নিৰ্ধাৰণৰ ক্ষেত্ৰত আছিয়ান নেতাসকলৰ সৈতে আলোচনাত মিলিত হয়। তেওঁ ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত আছিয়ানৰ মূল স্থিতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত ভাৰতৰ পদক্ষেপ আৰু অঞ্চলটোত আছিয়ানৰ দৃষ্টিভংগীৰ অভিসৰণৰ ওপৰত আলোকপাত কৰে। তেওঁ আছিয়ান-ভাৰত মুক্ত বাণিজ্য চুক্তিৰ পৰ্যালোচনা নিৰ্দিষ্ট সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।বিংশতম আছিয়ান-ভাৰত সন্মিলনত প্ৰধানমন্ত্ৰীৰ উদ্বোধনী বক্তব্যৰ অসমীয়া অনুবাদ
September 07th, 10:39 am
ইয়াক প্ৰেক্ষাপটত ভাৰত-আছিয়ান সন্মিলনৰ যুটীয়া অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰাটো মোৰ বাবে এক বৃহৎ আনন্দৰ কথা।‘পঞ্চদশ ব্ৰিকছ সন্মিলন’ত প্ৰধানমন্ত্ৰীৰ মন্তব্য
August 23rd, 03:30 pm
‘পঞ্চদশ ব্ৰিকছ সন্মিলন’ৰ বিশাল আয়োজন আৰু আতিথ্যৰ বাবে মই মোৰ প্ৰিয় বন্ধু ৰাষ্ট্ৰপতি ৰামাফোচাক আকৌ এবাৰ আন্তৰিক অভিনন্দন আৰু ধন্যবাদ জনাইছোঁ।জি-২০ স্বাস্থ্যমন্ত্ৰীৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভিডিঅ’ বাৰ্তাৰ পাঠ
August 18th, 02:15 pm
ভাৰতৰ ১৪০ কোটি জনসাধাৰণৰ হৈ মই দেশৰ লগতে মোৰ গৃহ ৰাজ্য গুজৰাটত থকা আপোনালোক সকলোকে উষ্ম আদৰণি জনাইছো। ভাৰতৰ ২৪ লাখ চিকিৎসক, ৩৫ লাখ নাৰ্ছ, ১৩ লাখ পেৰামেডিকেল, ১৬ লাখ ফাৰ্মাচিষ্ট আৰু আন লাখ লাখ স্বাস্থ্যসেৱা পেছাদাৰীৰ সৈতে আপোনালোকক আদৰণি জনাইছো।জি-২০ স্বাস্থ্যমন্ত্ৰীসকলৰ বৈঠকত প্ৰধানমন্ত্ৰীৰ ভাষণ
August 18th, 01:52 pm
এই উপলক্ষে আগবঢ়োৱা ভাষণত প্ৰধানমন্ত্ৰীয়ে ২১ লাখ চিকিৎসক, ৩৫ লাখ নাৰ্ছ, ১৩ লাখ পেৰামেডিকেল, ১৬ লাখ ফাৰ্মাচিষ্ট আৰু ভাৰতৰ স্বাস্থ্যসেৱাৰ সৈতে জড়িত কেইবালাখ লোকৰ হৈ উপস্থিত বিশিষ্ট ব্যক্তিসকলক আদৰণি জনায়।প্ৰধানমন্ত্ৰীয়ে ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ ‘সঞ্চালক প্ৰধান’ ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েছাছক ভাৰতলৈ স্বাগত জনায়
August 16th, 02:39 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ‘বিশ্ব স্বাস্থ্য সংস্থা’ৰ ‘সঞ্চালক প্ৰধান’ ড০ টেড্ৰোছ অধানম ঘেব্ৰেয়েছাছক ভাৰতলৈ স্বাগত জনাইছে। শ্ৰী মোদীয়ে ড০ টেড্ৰোছক 'তুলসী ভাই' নামৰে সম্বোধন কৰিছিল। প্ৰধানমন্ত্ৰীয়ে সঞ্চালক প্ৰধানগৰাকীক তেওঁৰ অন্তিম ভ্ৰমণৰ সময়ত এই নামটো দিছিল।গোৱাত নৱম বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সামৰণি অধিৱেশনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 11th, 04:15 pm
গোৱাৰ সুন্দৰ ভূমিত বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ বাবে ভাৰত আৰু বিদেশৰ পৰা সমবেত হোৱা সকলো বন্ধুক মই স্বাগতম জনাইছো। বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছৰ সফলতাৰ বাবে মই আপোনালোক সকলোকে হৃদয়েৰে অভিনন্দন জনাইছো। এই অনুষ্ঠানটো এনে এক সময়ত অনুষ্ঠিত হৈছে যেতিয়া ভাৰতৰ স্বাধীনতাৰ 'অমৃত কাল' (সোণালী যুগ) যাত্ৰা আৰম্ভ হৈছে। আমাৰ জ্ঞান, বিজ্ঞান আৰু সাংস্কৃতিক অভিজ্ঞতাৰ জৰিয়তে বিশ্বৰ কল্যাণৰ সংকল্প হৈছে 'অমৃত কাল'ৰ এক ডাঙৰ লক্ষ্য আৰু আয়ুৰ্বেদ ইয়াৰ বাবে এক শক্তিশালী আৰু কাৰ্যকৰী মাধ্যম। ভাৰতেও এই বছৰ জি-২০ গোটৰ আয়োজন আৰু অধ্যক্ষতা কৰিছে। জি-২০ সন্মিলনৰ বিষয়বস্তু হৈছে – এক পৃথিৱী, এক পৰিয়াল, এক ভৱিষ্যত! বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছত সমগ্ৰ বিশ্বৰ স্বাস্থ্যৰ সৈতে আপোনালোক সকলোৱে এনে বিষয়ৰ ওপৰত আলোচনা কৰিব। মই সুখী যে বিশ্বৰ ৩০ খনতকৈও অধিক দেশে আয়ুৰ্বেদক পৰম্পৰাগত ঔষধৰ ব্যৱস্থা হিচাপে স্বীকৃতি দিছে। আমি একেলগে আয়ুৰ্বেদৰ স্বীকৃতিৰ বাবে ইয়াক অধিক সংখ্যক দেশলৈ লৈ যাব লাগিব।PM addresses valedictory function of 9th World Ayurveda Congress
December 11th, 04:00 pm
PM Modi addressed the valedictory function of the 9th World Ayurveda Congress. He also inaugurated three National Ayush Institutes. Dwelling upon the philosophical underpinnings of Ayurveda the PM said, Ayurveda goes beyond treatment and promotes wellness, as he pointed out that the world is shifting towards this ancient way of life after going through various changes in trends.Our youth should be skilled, confident and practical, NEP is preparing the ground for this: PM Modi
July 07th, 02:46 pm
PM Modi inaugurated Akhil Bhartiya Shiksha Samagam on implementation of the National Education Policy in Varanasi. The Prime Minister said that the basic premise of the National Education Policy was to take education out of narrow thinking and connect it with the modern ideas of the 21st century.PM inaugurates Akhil Bhartiya Shiksha Samagam on implementation of NEP
July 07th, 02:45 pm
PM Modi inaugurated Akhil Bhartiya Shiksha Samagam on implementation of the National Education Policy in Varanasi. The Prime Minister said that the basic premise of the National Education Policy was to take education out of narrow thinking and connect it with the modern ideas of the 21st century.জাৰ্মানীত অনুষ্ঠিত ‘জি-৭ শীৰ্ষ সন্মিলন’ত ‘একত্ৰে শক্তিশালী : খাদ্য-সুৰক্ষা সম্ভৱ কৰা আৰু লৈংগিক সমতা আগুৱাই নিয়া’ সম্পৰ্কীয় অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা মন্তব্য
June 27th, 11:59 pm
আমি গোলকীয় উত্তেজনাপূৰ্ণ বাতাবৰণৰ মাজত সন্মিলিত হৈছো। ভাৰতে সদায়ে শা্ন্তিৰ পক্ষত অৱস্থান কৰি আহিছে। সাম্প্ৰতিক পৰিস্থিতিতো আমি নিৰন্তৰ আলোচনা তথা কুটনৈতিক সম্পৰ্কৰ পথ অৱলম্বন কৰাৰ প্ৰয়াস কৰি আহিছো। এই ভূ-ৰাজনৈতিক উত্তেজনাৰ প্ৰভাৱ কেৱল ইউৰোপতে সীমাবদ্ধ হৈ থকা নাই। ইন্ধন আৰু খাদ্য-সামগ্ৰীৰ বৰ্দ্ধিত দামৰ কু-প্ৰভাৱ সকলো দেশৰ ওপৰতে পৰিবলৈ ধৰিছে। উন্নয়ণশীল দেশৰ ইন্ধন আৰু খাদ্য সুৰক্ষা বিশেষ ভাবে বিপদাপন্ন হৈছে। এই প্ৰত্যাহ্বানপূৰ্ণ সময়ত ভাৰতে বহুকেইখন অভাৱগ্ৰস্থ দেশক খাদ্য-সামগ্ৰী যোগান ধৰি আছে। আমি আফাগানিস্তানক যোৱা কেইটামান মাহত প্ৰায় ৩৫ হাজাৰ টন ঘেহু মানৱীয় সহযোগিতাৰ ৰূপত দিয়াৰ ব্যৱস্থা কৰিছো। আৰু অলপতে দেশখনত হোৱা ভয়ংকৰ ভূমিকম্পৰ পিচতো সাহায্য সামগ্ৰী প্ৰেৰণৰ ক্ষেত্ৰতো প্ৰথম খন দেশ আছিল ভাৰতেই। আমি আমৰ চুবুৰীয়া দেশ শ্ৰীলংকাৰ খাদ্য সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে সহায় আগবঢ়াই আছো।জাৰ্মানীত অনুষ্ঠিত ‘জি-৭ শীৰ্ষ সন্মিলন’ত ‘এক উন্নত ভৱিষ্যতত বিনিয়োগ : জলবায়ু, শক্তি, স্বাস্থ্য’ সম্পৰ্কীয় অধিৱেশনত প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা অভিমত
June 27th, 07:47 pm
দুৰ্ভাগ্যবশতঃ, এনেকৈ ভবা হয় যে, বিশ্বৰ বিকাশ আৰু পৰিৱেশ সুৰক্ষাৰ বাবে নিৰ্দ্ধাৰণ কৰা লক্ষ্যসমূহৰ মাজত এক ধৰণৰ মূলভূত সংঘাত আছে। আনহাতে, দুখীয়া দেশ আৰু দুখীয়া মানুহে পৰিৱেশৰ অধিক ক্ষতি সাধন কৰে বুলিও আন এক ভুল ধাৰণা পোষণ কৰি অহা হৈছে। কিন্তু, ভাৰতৰ বহু হেজাৰ বছৰ জোৰা ইতিহাসে এই ধাৰণাক সম্পূৰ্ণ ৰূপেই খণ্ডন কৰে।Democracy is in DNA of every Indian: PM Modi
June 26th, 06:31 pm
PM Modi addressed and interacted with the Indian community in Munich. The PM highlighted India’s growth story and mentioned various initiatives undertaken by the government to achieve the country’s development agenda. He also lauded the contribution of diaspora in promoting India’s success story and acting as brand ambassadors of India’s success.প্রধানমন্ত্রীয়ে জাৰ্মানীৰ মিউনিখত ভাৰতীয় সমুদায়ৰ সৈতে বাৰ্তালাপ কৰে
June 26th, 06:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মিউনিখত থকা অডি ড'মত জাৰ্মানীত বাস কৰা ভাৰতীয় সমুদায়ক সম্বোধন কৰে আৰু তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰে। জাৰ্মানীৰ অত্যন্ত সক্ৰিয় তথা তৎপৰ ভাৰতীয় সমুদায়ৰ কেইবাহাজাৰ সদস্যই এই কাৰ্যক্ৰমত ভাগ লয়।Transformative changes are taking place in every sector in the emerging 'New India': PM
June 22nd, 06:15 pm
PM Modi addressed the BRICS Business Forum. In his remarks, PM Modi said, Today when the whole world is focusing on post-COVID recovery, then the role of BRICS countries will continue to remain very important again.Prime Minister’s participation in the 14th BRICS Summit
June 21st, 03:00 pm
At the invitation of President Xi Jinping, Prime Minister Shri Narendra Modi will be attending the 14th BRICS Summit hosted by China in virtual format on 23-24 June 2022. This includes a High Level Dialogue on Global Development with guest countries on June 24.আহমেদাবাদৰ ভূপালত আইএন-স্পেচৰ মুখ্য কাৰ্যালয় উদ্বোধনত প্ৰধানমন্ত্ৰীৰ ভাষণৰ পাঠৰ অসমীয়া অনুবাদ
June 10th, 08:51 pm
নমস্কাৰ! কেন্দ্ৰত মোৰ কেবিনেট সহকৰ্মী আৰু এই অঞ্চলৰ সাংসদ শ্ৰী অমিত শ্বাহ, কেন্দ্ৰৰ গৃহমন্ত্ৰী, গুজৰাটৰ জনপ্ৰিয় নম্ৰ আৰু যোগ্য মুখ্যমন্ত্ৰী শ্ৰী ভূপেন্দ্ৰ পেটেলজী, ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা শ্ৰী অজিত ডোভালজী, সংসদত মোৰ সহকৰ্মী শ্ৰী চি আৰ পাটিল, সংসদত মোৰ সহকৰ্মী পৱন গোৱেংকাজী, মহাকাশ বিভাগৰ অধ্যক্ষ শ্ৰী এচ সোমনাথজী। ভাৰতৰ মহাকাশ উদ্যোগৰ সকলো প্ৰতিনিধি, অন্যান্য গণ্যমান্য ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰলোকসকল।