Entire world is looking towards Vadhvan Port today: PM Modi in Maharashtra
August 30th, 01:41 pm
PM Modi laid foundation stone of Vadhvan Port and other development projects in Palghar, Maharashtra, underscoring the state's pivotal role in achieving a Viksit Bharat. He highlighted the port's potential as India's largest container hub which shall boost the economy.PM Modi lays foundation stone of Vadhvan Port worth around Rs 76,000 crore in Palghar, Maharashtra
August 30th, 01:40 pm
PM Modi laid foundation stone of Vadhvan Port and other development projects in Palghar, Maharashtra, underscoring the state's pivotal role in achieving a Viksit Bharat. He highlighted the port's potential as India's largest container hub which shall boost the economy.বাৰাণসীত বিভিন্ন প্ৰকল্পৰ উদ্বোধন আৰু উৎসৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
December 18th, 02:16 pm
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথজী, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, গুজৰাট বিধানসভাৰ অধ্যক্ষ তথা বনাস ডেইৰীৰ অধ্যক্ষ আৰু আজি বিশেষভাৱে কৃষকসকলক উপহাৰ দিবলৈ অহা শ্ৰীমান শংকৰ ভাই চৌধুৰী, ৰাজ্যিক মন্ত্ৰী পৰিষদৰ সদস্য, বিধায়কসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু বাৰাণসীৰ মোৰ পৰিয়ালৰ সদস্যসকল।উত্তৰ প্ৰদেশৰ বাৰাণসীত ১৯,১৫০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে
December 18th, 02:15 pm
প্ৰকল্পসমূহৰ ভিতৰত আছে প্ৰায় ১০,৯০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা নিউ পণ্ডিত দীনদয়াল উপাধ্যায় নগৰ-নিউ ভৌপুৰ ডেডিকেটেড ফ্ৰেইট কৰিডৰ প্ৰকল্পৰ উদ্বোধন আৰু অন্যান্য ৰে’ল প্ৰকল্প। তেওঁ নতুনকৈ উদ্বোধন কৰা ডেডিকেটেড ফ্ৰেইট কৰিডৰত বাৰাণসী-নতুন দিল্লী বন্দে ভাৰত এক্সপ্ৰেছ ৰে’ল, দোহৰীঘাট-মাউ মেমু ৰে’ল আৰু এযোৰ লং হ’ল গুডছ ৰে’লৰ ফ্লেগ অফ কৰে। বেনাৰস ইঞ্জিন ৱৰ্কছৰ দ্বাৰা নিৰ্মিত ১০,০০০ সংখ্যক ইঞ্জিনকো তেওঁ ফ্লেগ অফ কৰে। তেওঁ ৩৭০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে দুটা আৰ অ’ বিৰ সৈতে সেউজ ক্ষেত্ৰ শিৱপুৰ-ফুলৱাৰিয়া-লাহৰতৰা পথ উদ্বোধন কৰে। প্ৰধানমন্ত্ৰীয়ে উদ্বোধন কৰা আন মূল প্ৰকল্পসমূহৰ ভিতৰত আছে ২০টা পথ শক্তিশালী আৰু বহল কৰা; কাইঠি গাঁৱৰ সংগম ঘাট পথ আৰু পণ্ডিত দীনদয়াল উপাধ্যায় চিকিৎসালয়ত আৱাসিক ভৱন নিৰ্মাণ, পুলিচ লাইন আৰু পি এ চি ভুলনপুৰৰ দুটা ২০০ আৰু ১৫০ বিচনাযুক্ত বহুমহলীয়া বেৰেক বিল্ডিং, ৯টা স্থানত নিৰ্মাণ কৰা স্মাৰ্ট বাছ আশ্ৰয় শিবিৰ আৰু আলাইপুৰত নিৰ্মাণ কৰা ১৩২ কিলোৱাট চাবষ্টেচন নিৰ্মাণৰ কাম। তেওঁ স্মাৰ্ট চিটি মিছনৰ অধীনত ইউনিফাইড টুৰিষ্ট পাছ ছিষ্টেমো আৰম্ভ কৰে।গুজৰাটৰ মহেচাণাত একাধিক উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
October 30th, 09:11 pm
পোন প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰক ধন্যবাদ জনাইছো যে মই আপোনালোকৰ মাজলৈ অহাৰ এক সুযোগ লাভ কৰিছোঁ। আপোনালোক সকলোৰে ওচৰলৈ আহি, আপোনালোক সকলোকে লগ পাই পুলকিত হৈছোঁ। আজি ৩০ অক্টোবৰ আৰু কাইলৈ ৩১ অক্টোবৰ, এই দুয়োটা দিন আমাৰ সকলোৰে বাবে অতি প্ৰেৰণাদায়ক দিন। আজি স্বাধীনতা সংগ্ৰামত জনজাতীয় লোকসকলক নেতৃত্ব প্ৰদানেৰে বৃটিছক বিৰক্ত কৰি তোলা গোবিন্দ গুৰুজীৰ মৃত্যু বাৰ্ষিকী। আৰু কাইলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী। আমাৰ প্ৰজন্মই সঁচা অৰ্থত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি স্থাপনেৰে চৰ্দাৰ চাহেবৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা প্ৰকাশ কৰিছে আৰু আগন্তুক প্ৰজন্মই চৰ্দাৰ চাহেবৰ প্ৰতিমূৰ্তি দেখা মাত্ৰেকে ৰোমাঞ্চিত হৈ উঠিব। গুৰু গোবিন্দজীয়ে সমগ্ৰ জীৱন ভাৰত মাতৃৰ স্বাধীনতাৰ সংগ্ৰামত আৰু জনজাতীয় সমাজৰ সেৱাত অতিবাহিত কৰিছিল, তেওঁৰ সেৱা আৰু দেশপ্ৰেমৰ মনোভাৱ ইমানেই গভীৰ আছিল যে ই ত্যাগৰ পৰম্পৰাৰ সৃষ্টি কৰিছিল। আৰু তেওঁ নিজেই ত্যাগৰ প্ৰতীক হৈ পৰিল।গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
October 30th, 04:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ ৰেল, পথ, খোৱাপানী আৰু জলসিঞ্চনৰ দৰে একাধিক খণ্ডৰ অন্তৰ্গত।BJP is making Rajasthan one of the strongest states in the country: PM Modi in Dausa
February 12th, 03:31 pm
Addressing a huge gathering in Dausa today, Prime Minister Narendra Modi congratulated the people of Rajasthan for commencement of the first phase of Delhi-Mumbai Expressway. He said, “Today, the Delhi-Dausa-Lalsot stretch of Delhi-Mumbai Expressway, the longest expressway being constructed in the country, has been inaugurated. Due to this, it will be cheaper and easier to deliver milk, fruits and vegetables to a big market like Delhi.”PM Modi addresses a public meeting in Rajasthan’s Dausa
February 12th, 03:30 pm
Addressing a huge gathering in Dausa today, Prime Minister Narendra Modi congratulated the people of Rajasthan for commencement of the first phase of Delhi-Mumbai Expressway. He said, “Today, the Delhi-Dausa-Lalsot stretch of Delhi-Mumbai Expressway, the longest expressway being constructed in the country, has been inaugurated. Due to this, it will be cheaper and easier to deliver milk, fruits and vegetables to a big market like Delhi.”ৰাজস্থানৰ দৌছাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন/উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
February 12th, 03:00 pm
ৰাজস্থানৰ ৰাজ্যপাল শ্ৰী কালৰাজ জী, ৰাজস্থানৰ মুখ্যমন্ত্ৰী শ্ৰী অশোক গেহলট জী, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী শ্ৰী মনোহৰ লাল জী, মোৰ কেবিনেট সতীৰ্থ নীতিন গাডকাৰী জী, গজেন্দ্ৰ সিং শ্বেখাৱত জী, ভি কে সিং জী, অন্যান্য মন্ত্ৰীবৰ্গ, সাংসদ, বিশিষ্ট ব্যক্তি, ভদ্ৰ পুৰুষ-মহিলাসকল!প্ৰধানমন্ত্ৰীয়ে ৰাজস্থানৰ দৌছাত দিল্লী মুম্বাই এক্সপ্ৰেছৱেৰ দিল্লী–দৌছা–লালছট শাখা দেশবাসীক উৎসৰ্গা কৰে
February 12th, 02:46 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দিল্লী মুম্বাই এক্সপ্ৰেছৱেৰ ২৪৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ দিল্লী– দৌছা–লালছট অংশ দেশবাসীলৈ উৎসৰ্গা কৰে। লগতে ৫৯৪০ কোটিতকৈ অধিক ব্যয়ৰে নিৰ্মাণ হ’বলগীয়া ২৪৭ কিলোমিটাৰ ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। নিউ ইণ্ডিয়াত বৃদ্ধি, উন্নয়ন আৰু সংযোগৰ ইঞ্জিন হিচাপে উৎকৃষ্ট পথ আন্তঃগাঁথনি নিৰ্মাণৰ ওপৰত প্ৰধানমন্ত্ৰীয়ে গুৰুত্ব দিয়াটো সমগ্ৰ দেশতে চলি থকা কেইবাটাও বিশ্বমানৰ এক্সপ্ৰেছৱে’ নিৰ্মাণৰ দ্বাৰা বাস্তৱায়িত হৈছে।Modhera will always figure in discussions about solar power anywhere in the world: PM Modi
October 09th, 04:47 pm
The Prime Minister, Shri Narendra Modi laid the foundation stone and dedicated various projects worth over Rs 3900 crore to the nation in Modhera, Mehsana, today. The Prime Minister also declared the village of Modhera as India’s first 24x7 solar-powered village.PM lays foundation stone and dedicates to the nation various projects worth over Rs 3900 crore in Modhera, Mehsana, Gujarat
October 09th, 04:46 pm
PM Modi laid the foundation stone and dedicated various projects worth over Rs 3900 crore to the nation in Modhera. The Prime Minister said earlier Modhera was known for Surya Mandir but now Surya Mandir has inspired Saur Gram and that has made a place on the environment and energy map of the world.লক্ষ্ণৌত অনুষ্ঠিত উত্তৰ প্ৰদেশ বিনিয়োগকাৰী সন্মিলনৰ যুগান্তকাৰী অনুষ্ঠান @ ৩.০ ত প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ অসমীয়া অনুবাদ
June 03rd, 10:35 am
উত্তৰ প্ৰদেশৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী শ্ৰী যোগী আদিত্যনাথ জী, লক্ষ্ণৌৰ সাংসদ আৰু ভাৰত চৰকাৰৰ আমাৰ জ্যেষ্ঠ সতীৰ্থ শ্ৰী ৰাজনাথ সিং জী, কেন্দ্ৰীয় কেবিনেটত মোৰ আন-আন সতীৰ্থসকল, উত্তৰ প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী, ৰাজ্য চৰকাৰখনৰ মন্ত্ৰীসকল, বিধানসভা আৰু বিধান পৰিষদৰ অধ্যক্ষসকল, উদ্যোগৰ সকলো সতীৰ্থ, আন-আন বিশিষ্ট ব্যক্তি, ভদ্ৰমহিলা আৰু ভদ্ৰ লোকসকল!PM attends the Ground Breaking Ceremony @3.0 of the UP Investors Summit at Lucknow
June 03rd, 10:33 am
PM Modi attended Ground Breaking Ceremony @3.0 of UP Investors Summit at Lucknow. “Only our democratic India has the power to meet the parameters of a trustworthy partner that the world is looking for today. Today the world is looking at India's potential as well as appreciating India's performance”, he said.থানে আৰু দিৱাৰ মাজত আৰম্ভ কৰিব খোজা ৰে’লপথছোৱাৰ উদ্বোধন কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ পাঠ
February 18th, 04:32 pm
Prime Minister Narendra Modi dedicated to the Nation two additional railway lines connecting Thane and Diva. He listed measures which are giving new face to Indian Railways. He said modern stations like Gandhinagar and Bhopal are fast becoming the identity of Indian railways and more than 6000 railway stations have been connected with wifi facility.প্ৰধানমন্ত্ৰীয়ে থানে আৰু ডিৱাক সংযোগ কৰা ৰেলৱে লাইন মুকলি কৰে
February 18th, 04:30 pm
ধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে থানে আৰু ডিৱাক সংযোগ কৰা দুটা অতিৰিক্ত ৰেলৱে লাইন দেশবাসীৰ বাবে মুকলি কৰে। তেওঁ লগতে মুম্বাই ছাবআৰবান ৰেলৱেৰ দুখন ছাবআৰবান ৰেলৰ ফ্লেগ অফো কৰে। মহাৰাষ্ট্ৰৰ ৰাজ্যপাল, মুখ্যমন্ত্ৰী, কেন্দ্ৰীয় ৰেলৱে মন্ত্ৰী আদি অনুষ্ঠানত উপস্থিত থাকে।ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ ৰেৱাৰী-মাডাৰ ছেকশ্যন জাতিৰ উদ্দেশ্যে উৎসৰ্গ কৰি প্ৰধানমন্ত্ৰীৰ ভাষণ
January 07th, 11:01 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ৰ ৩০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ৰেৱাৰী-মদাৰ ছেকশ্যন’টো ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। একেটা অনুষ্ঠানতে তেওঁ এইটো পথেৰে চলিব লগা ‘ডাবল ষ্টেক লং হাউল কণ্টেইনাৰ ৰেলগাড়ী’খনৰ যাত্ৰাৰো পাতাকা জোকাৰি শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত ৰাজস্থান আৰু হাৰিয়াণাৰ ৰাজ্যপালদ্বয়, ৰাজস্থান আৰু হাৰিয়াণাৰ মুখ্য মন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্ৰী অৰ্জুন ৰাম মেঘাৱাল, শ্ৰী কৈলাস চৌধুৰী, শ্ৰী ৰাও ইন্দ্ৰজিত্ সিং, শ্ৰী ৰতন লাল কাটাৰীয়া, শ্ৰী কৃষণ পাল গুজৰকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।‘ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ৰ ‘ৰেৱাৰী-মদাৰ ছেকশ্যন’ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰিলে প্ৰধানমন্ত্ৰীয়ে
January 07th, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ‘ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট ক’ৰিডৰ’ৰ ৩০৬ কিলোমিটাৰ দৈৰ্ঘ্যৰ ‘ৰেৱাৰী-মদাৰ ছেকশ্যন’টো ‘ভিডিঅ’ কনফাৰেন্সিং’ ব্যৱস্থাৰে ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰে। একেটা অনুষ্ঠানতে তেওঁ এইটো পথেৰে চলিব লগা ‘ডাবল ষ্টেক লং হাউল কণ্টেইনাৰ ৰেলগাড়ী’খনৰ যাত্ৰাৰো পাতাকা জোকাৰি শুভাৰম্ভ ঘোষণা কৰে। অনুষ্ঠানত ৰাজস্থান আৰু হাৰিয়াণাৰ ৰাজ্যপালদ্বয়, ৰাজস্থান আৰু হাৰিয়াণাৰ মুখ্য মন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী পীয়ুষ গোৱেল, শ্ৰী গজেন্দ্ৰ সিং শ্বেখাৱট, শ্ৰী অৰ্জুন ৰাম মেঘাৱাল, শ্ৰী কৈলাস চৌধুৰী, শ্ৰী ৰাও ইন্দ্ৰজিত্ সিং, শ্ৰী ৰতন লাল কাটাৰীয়া, শ্ৰী কৃষণ পাল গুজৰকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে।৭ জানুৱাৰীত ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্ৰেইট কৰিডৰৰ নিউ ৰেৱাৰী-নিউ মাদাৰ শাখাক ৰাষ্ট্ৰৰ বাবে উৎসৰ্গা কৰিব প্ৰধানমন্ত্ৰীয়ে
January 05th, 04:18 pm
প্রধানমন্ত্রী শ্রী নৰেন্দ্র মোদীয়ে ৭ জানুৱাৰীৰ পুৱা ১১বজাত ভিডিঅ’ কনফাৰেন্সেৰ জৰিয়তে ৰাষ্ট্ৰৰ উদ্দেশ্যে ৱেষ্টাৰ্ণ ডেডিকেটেড ফ্রেইট কৰিডৰ(ডব্লিউডিএফচি)ৰ ৩০৬ কিলোমিটাৰ দৈর্ঘৰ নিউ ৰেৱাৰী-নিউ মাদাৰ শাখা উৎসর্গা কৰিব। প্রধানমন্ত্রীয়ে উক্ত অনুষ্ঠানত নিউ আটেলি-নিউ কিষাণগড়ৰ মাজত ১.৫ কিলোমিটাৰ দৈর্ঘৰ বৈদ্যুতিক ইঞ্জিন চালিত দুমহলীয়া মালগাড়ীখনৰ যাত্রাৰ শুভাৰম্ভ কৰিব। এই অনুষ্ঠানত ৰাজস্থান আৰু হাৰিয়ানাৰ ৰাজ্যপাল আৰু মুখ্যমন্ত্রী তথা কেন্দ্রীয় মন্ত্রী শ্রী পীয়ুষ গোৱেল উপস্থিত থাকিব।Freight corridors will strengthen Aatmanirbhar Bharat Abhiyan: PM Modi
December 29th, 11:01 am
Prime Minister Narendra Modi inaugurated the New Bhaupur-New Khurja section of the Eastern Dedicated Freight Corridor in Uttar Pradesh. PM Modi said that the Dedicated Freight Corridor will enhance ease of doing business, cut down logistics cost as well as be immensely beneficial for transportation of perishable goods at a faster pace.