ভাৰতৰ প্ৰথম আঞ্চলিক ৰেপিড ট্ৰেনজিট চিষ্টেম কৰিডৰ উদ্বোধন আৰু নমো ভাৰত ৰেলৰ ফ্লেগিং অফ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ লিখিত পাঠ
October 20th, 04:35 pm
উত্তৰ প্ৰদেশৰ ৰাজ্যপাল আনন্দী বেন পেটেল, উত্তৰ প্ৰদেশৰ জনপ্ৰিয় আৰু শক্তিশালী মুখ্যমন্ত্ৰী ভাই যোগী আদিত্যনাথ জী, কৰ্ণাটকৰ মুখ্যমন্ত্ৰী সিদ্ধাৰমাইয়া জী, কেন্দ্ৰীয় কেবিনেটত মোৰ সহযোগী হৰদীপ সিং পুৰী জী, ভি কে সিং জী, কৌশল কিশোৰ জী, আন সকলো জ্যেষ্ঠ গণ্যমান্য ব্যক্তি আৰু মোৰ পৰিয়ালৰ সদস্যসকল।উত্তৰ প্ৰদেশৰ গাজিয়াবাদত ভাৰতৰ প্ৰথম আঞ্চলিক দ্ৰুত পৰিবহন ব্যৱস্থা (আৰআৰটিএছ)ৰ শুভাৰম্ভ প্ৰধানমন্ত্ৰীৰ
October 20th, 12:15 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি উত্তৰ প্ৰদেশৰ গাজিয়াবাদৰ চাহিবাবাদ ৰেপিডএক্স ষ্টেচনত দিল্লী-গাজিয়াবাদ-মীৰাট আঞ্চলিক দ্ৰুত পৰিবহন (আৰআৰটিএছ) কৰিডৰৰ মূল শাখাউদ্বোধন কৰে। তেওঁ চাহিবাবাদক দুহাই ডিপোলৈ সংযোগ কৰা নমো ভাৰত ৰেপিডএক্স ৰে'লৰ শুভাৰম্ভ কৰে, যাৰ দ্বাৰা ভাৰতত আৰআৰটিএছ মুকলি কৰা হয়। শ্ৰী মোদীয়ে বেংগালুৰু মেট্ৰ'ৰ পূব-পশ্চিম কৰিডৰৰ দুটা অংশ দেশবাসীক উৎসৰ্গিত কৰে।‘ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস’ত ভাৰতৰ গৌৰৱময় নৌ-ইতিহাস সোঁৱৰণ কৰিলে প্ৰধানমন্ত্ৰীয়ে
April 05th, 10:07 am
‘ৰাষ্ট্ৰীয় সামুদ্ৰিক দিৱস’ত ভাৰতৰ গৌৰৱশালী নৌ-ইতিহাসৰ কথা স্মৰণ কৰিলে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে। ভাৰতৰ অৰ্থনৈতিক উন্নয়ণৰ ক্ষেত্ৰত সামুদ্ৰিক বাণিজ্য খণ্ডৰ গুৰুত্বপূৰ্ণ ভূমিকা থকাৰ কথা উল্লেখ কৰি তেওঁ কয় যে যোৱা ৮টা বছৰত অৰ্থনৈতিক উন্নয়ণ আৰু এখন আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ বাবে অতিকে গুৰুত্বপূৰ্ণ বুলি ভবা বন্দৰ-সঞ্চালিত বিকাশত গুৰুত্ব আৰোপ কৰিছে ভাৰত চৰকাৰে। প্ৰসংগক্ৰমে তেওঁ সামুদ্ৰিক পৰিৱেশ-তন্ত্ৰ আৰু বৈচিত্ৰ্যতা অক্ষুন্ন ৰখাটো নিশ্চিত কৰাৰ বাবে ভাৰত চৰকাৰে যথোচিত পদক্ষেপ গ্ৰহণ কৰিছে বুলিও তথ্য উল্লেখ কৰে।ভাৰতীয় নৌ সেনা বাহিনীয়ে গ্ৰহণ কৰা ক’ভিড সম্পৰ্কীয় প্ৰচেষ্টাৱলীৰ পৰ্যালোচনা কৰিলে প্ৰধানমন্ত্ৰীয়
May 03rd, 07:40 pm
প্ৰধানমন্ত্ৰী মোদীক আজি নৌ সেনাৰ মুৰব্বী এডমাইৰেল কৰমবীৰ সিঙে সাক্ষাৎ কৰে৷Trinamool is not cool, it is a 'shool': PM Modi in West Bengal’s Jaynagar
April 01st, 02:41 pm
PM Modi addressed public meetings in West Bengal’s Jaynagar and Uluberia today. Speaking at Jaynagar, Prime Minister Narendra Modi said, “I can witness the wave of ‘Ashol Poribortan’ being sped up by this region. In the record-breaking turnout in the first phase, people have given massive support to the BJP. PM Modi also paid tribute to late Shova Majumdar.PM Modi campaigns in West Bengal’s Jaynagar and Uluberia
April 01st, 02:40 pm
PM Modi addressed public meetings in West Bengal’s Jaynagar and Uluberia today. Speaking at Jaynagar, Prime Minister Narendra Modi said, “I can witness the wave of ‘Ashol Poribortan’ being sped up by this region. In the record-breaking turnout in the first phase, people have given massive support to the BJP. PM Modi also paid tribute to late Shova Majumdar.Didi talking about 'Duare Sarkar' but she will be shown door on May 2: PM Modi in Kanthi, West Bengal
March 24th, 11:03 am
Ahead of the first phase of polling in West Bengal assembly election, PM Modi addressed public meeting at Kanthi, West Bengal today. PM Modi said, “This is a very crucial time for first time voters and youth aged around 25 in Bengal. They have the responsibility to build the future of Bengal and thus, 'Ashol Poriborton' is the need of the hour.PM Modi addresses public meeting at Kanthi, West Bengal
March 24th, 11:00 am
Ahead of the first phase of polling in West Bengal assembly election, PM Modi addressed public meeting at Kanthi, West Bengal today. PM Modi said, “This is a very crucial time for first time voters and youth aged around 25 in Bengal. They have the responsibility to build the future of Bengal and thus, 'Ashol Poriborton' is the need of the hour.NDA Govt has ensured peace and stability in Assam: PM Modi in Bokakhat
March 21st, 12:11 pm
Continuing his election campaigning spree, PM Modi addressed a public meeting in Bokakhat, Assam. He said, “It is now decided that Assam will get 'double engine ki sarkar', 'doosri baar, BJP sarkar’, ‘doosri baar, NDA sarkar’. “Today I can respectfully say to all our mothers, sisters and daughters sitting here that we have worked hard to fulfill the responsibility and expectations with which you elected the BJP government,” he added.PM Modi addresses public meeting at Bokakhat, Assam
March 21st, 12:10 pm
Continuing his election campaigning spree, PM Modi addressed a public meeting in Bokakhat, Assam. He said, “It is now decided that Assam will get 'double engine ki sarkar', 'doosri baar, BJP sarkar’, ‘doosri baar, NDA sarkar’. “Today I can respectfully say to all our mothers, sisters and daughters sitting here that we have worked hard to fulfill the responsibility and expectations with which you elected the BJP government,” he added.মেৰিটাইম ইণ্ডিয়া সন্মিলন, ২০২১ৰ উদ্বোধনী অনুষ্ঠানত প্রধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবাদ
March 02nd, 11:00 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১’ উদ্বোধন কৰে। এই কাৰ্যসূচীত ডেনমাৰ্কৰ পৰিবহণ মন্ত্ৰী শ্ৰীযুত বেনি এনলেব্রেক্ট, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী মনসুখ মান্দাবিয়া উপস্থিত থাকে।মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১ উদ্বোধন প্ৰধানমন্ত্ৰীৰ
March 02nd, 10:59 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘মেৰিটাইম ইণ্ডিয়া ছামিট, ২০২১’ উদ্বোধন কৰে। এই কাৰ্যসূচীত ডেনমাৰ্কৰ পৰিবহণ মন্ত্ৰী শ্ৰীযুত বেনি এনলেব্রেক্ট, গুজৰাট আৰু অন্ধ্ৰ প্ৰদেশৰ মুখ্যমন্ত্ৰীদ্বয়, কেন্দ্ৰীয় মন্ত্ৰীদ্বয় শ্ৰী ধৰ্মেন্দ্ৰ প্ৰধান আৰু শ্ৰী মনসুখ মান্দাবিয়া উপস্থিত থাকে।অসমত বিভিন্ন উন্নয়নমূলক আঁচনি মুকলি কৰি প্ৰধানমন্ত্ৰীয়ে প্ৰদান কৰা ভাষণৰ অসমীয়া ৰূপান্তৰ
February 18th, 12:31 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত ‘মহাবাহু-ব্ৰহ্মপুত্ৰ’ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে দুখন দলঙৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় স্থলপথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ মন্ত্ৰী নীতীন গাড়কাৰী, কেন্দ্ৰীয় আইন আৰু ন্যায়, যোগাযোগ আৰু ইলেক্ট্ৰনিক্স তথা তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী শ্ৰী ৰবীশংকৰ প্ৰসাদ , বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী, অসম আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰীদ্বয়েও অংশগ্ৰহণ কৰে।অসমত ‘মহাবাহু-ব্ৰহ্মপুত্ৰ’ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা আৰু দুখন দলঙৰ আধাৰশিলা স্থাপন কৰিলে প্ৰধানমন্ত্ৰীয়ে
February 18th, 12:30 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি অসমত ‘মহাবাহু-ব্ৰহ্মপুত্ৰ’ প্ৰকল্পৰ শুভাৰম্ভ ঘোষণা কৰাৰ লগতে দুখন দলঙৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত কেন্দ্ৰীয় স্থলপথ পৰিবহণ আৰু ঘাইপথ বিভাগৰ মন্ত্ৰী নীতীন গাড়কাৰী, কেন্দ্ৰীয় আইন আৰু ন্যায়, যোগাযোগ আৰু ইলেক্ট্ৰনিক্স তথা তথ্য প্ৰযুক্তি বিভাগৰ মন্ত্ৰী শ্ৰী ৰবীশংকৰ প্ৰসাদ , বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ বিভাগৰ স্বতন্ত্ৰ ৰাজ্য মন্ত্ৰী, অসম আৰু মেঘালয়ৰ মুখ্য মন্ত্ৰীদ্বয়েও অংশগ্ৰহণ কৰে।১৮ ফেব্ৰুৱাৰী তাৰিখে প্ৰধানমন্ত্ৰীয়ে অসমত মুকলি কৰিব ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ আৰু দুখন দলঙৰ আধাৰশিলা স্থাপন কৰিব
February 16th, 09:21 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৮ ফেব্ৰুৱাৰী ২০২১ তাৰিখে ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘মহাবাহু ব্ৰহ্মপুত্ৰ’ মুকলি কৰাৰ লগতে ধুবুৰী ফুলবাৰী দলঙৰ আধাৰশিলা স্থাপন কৰিব আৰু মাজুলীৰ দলঙৰ ভূমি পূজন অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷ অনুষ্ঠানটোত কেন্দ্ৰীয় পথ পৰিবহণ আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী; ৰাজ্যিক বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা অসমৰ মুখ্যমন্ত্ৰীও উপস্থিত থাকিব৷দিল্লী হ’ল ১৩০কোটিৰো অধিক লোকৰ অৰ্থনৈতিক আৰু কৌশলগত শক্তিৰ ৰাজধানী, ইয়াৰ মহানতা প্ৰতীয়মান স্পষ্ট হোৱা উচিতঃ প্ৰধানমন্ত্ৰ
December 28th, 11:03 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কয় যে দেশৰ সৰু-বৰ প্ৰত্যেকখন চহৰ ভাৰতৰ অৰ্থনীতিৰ কেন্দ্ৰস্থলত পৰিণত হ’ব। অৱশ্যে ৰাষ্ট্ৰীয় ৰাজধানী হিচাপে দিল্লীয়ে ২১শতিকাৰ ভাৰতৰ মহানতাক প্ৰতিফলিত কৰিব লাগিব। তেওঁ কয় যে এই প্ৰাচীন চহৰখনক আধুনিক কৰিবলৈ বহুতো প্ৰচেষ্টা হাতত লোৱা হৈছে। প্ৰধানমন্ত্ৰীয়ে এক ভিডিঅ’ কনফাৰেন্সৰ মাধ্যমেৰে দেশ সৰ্বপ্ৰথম চালকবিহীন মেট্ৰ’ ৰেলসেৱা আৰু নেচনেল কমন মোবিলিটী কাৰ্ড মুকলি কৰি এই কথা প্ৰকাশ কৰে।PM Elaborates ‘Ek Bharat Shreshtha Bharat’ Through Consolidation of Systems and Processes
December 28th, 11:02 am
The Prime Minister, Shri Narendra Modi, while inaugurating the first-ever driverless Metro operations today also launched the expansion of National Common Mobility Card to the Airport Express Line of Delhi Metro.Urbanization should not be seen as a challenge but used as an opportunity: PM Modi
December 28th, 11:01 am
Prime Minister Narendra Modi inaugurated India’s first-ever driverless train operations on Delhi Metro’s Magenta Line. National Common Mobility Card was expanded to the Airport Express Line of Delhi Metro, which was started in Ahmedabad last year.PM inaugurates India’s first-ever driverless train operations on Delhi Metro’s Magenta Line
December 28th, 11:00 am
Prime Minister Narendra Modi inaugurated India’s first-ever driverless train operations on Delhi Metro’s Magenta Line. National Common Mobility Card was expanded to the Airport Express Line of Delhi Metro, which was started in Ahmedabad last year.হাজিৰাত ৰ’-পেক্স টার্মিনেলৰ উদ্বোধন উপলক্ষে প্ৰধানমন্ত্রীৰ ভাষণৰ অসমীয়া অনুবা
November 08th, 10:51 am
যি কোনো প্ৰকল্পৰ কাম আৰম্ভ হ’লে কিদৰে ‘ইজ অফ ডুয়িং বিজনেছ’ৰ লগতে ‘ইজ অফ লিভিঙো’ বৃদ্ধি পাই ইয়াৰ উৎকৃষ্ট উদাহৰণ হ’ল এই প্ৰকল্পটো৷ ইয়াত আহি যি ৪–৫গৰাকী ভাই–ভনীৰ সৈতে কথা কোৱাৰ সুযোগ পাইছো, তেওঁলোকে যিদৰে নিজৰ অভিজ্ঞতাৰ কথা ক’লে, তীর্থযাত্রাৰ পৰা আৰম্ভ কৰি যান–বাহনৰ ন্যূনতম লোকচান, সময় ৰাহি অথবা কৃষি উৎপাদন বৃদ্ধি, অপচয় হ্রাস, সতেজ ফল আৰু শাক–পাছলি সৰবৰাহ দ্রুতগতিত ছুৰাটৰ দৰে ডাঙৰ বজাৰলৈ নিয়াৰ ইমান ভাল ব্যৱস্থা এই সকলো বন্ধুসকলৰ জীৱনত এক নতুন মাত্রা যোগ হোৱাত তেওঁলোক অতিশয় আনন্দিত হৈছে৷ তেওঁলোকে মোক জনায় যে এই প্ৰকল্পৰ ফলত কিদৰে তেওঁলোকৰ ব্যৱসায়–বাণিজ্যৰ কাম সুগম হ’ব, গতি বৃদ্ধি পাব৷ মই ভাৱো সেইবাবেই আজি আপোনালোক ইমান আনন্দিত হৈছে৷ আজি এই আনন্দময় পৰিৱেশত ব্যৱসায়ী, শ্ৰমিক, কর্মচাৰী, কৃষক, ছাত্ৰ–ছাত্রী প্ৰত্যেকৰ জীৱনত এই অভূতপূর্ব যোগাযোগ ব্যৱস্থাই ইতিবাচক প্ৰভাৱ পেলাব৷ যেতিয়া নিজৰ মাজত দূৰত্ব কমে, তেতিয়া মনটোও আনন্দৰে ভৰি পৰে৷