২২ আৰু ২৩ ফেব্ৰুৱাৰীত গুজৰাট আৰু উত্তৰ প্ৰদেশ ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে

February 21st, 11:41 am

২২ ফেব্ৰুৱাৰীৰ পুৱা প্ৰায় ১০:৪৫ বজাত আহমেদাবাদত প্ৰধানমন্ত্ৰীয়ে গুজৰাট সমবায় গাখীৰ বিপণন ফেডাৰেচন (জিচিএমএমএফ)ৰ সোণালী জয়ন্তী উদযাপন অনুষ্ঠানত অংশগ্ৰহণ কৰিব। প্ৰায় ১২:৪৫ বজাত প্ৰধানমন্ত্ৰীয়ে মহেছানাত উপস্থিত হৈ বলিনাথ মহাদেৱ মন্দিৰত পূজা অৰ্চনা আৰু দৰ্শন কৰিব। দিনৰ প্ৰায় ১ বজাত প্ৰধানমন্ত্ৰীয়ে মহেছানাৰ তাৰভত ৰাজহুৱা অনুষ্ঠানত অংশগ্ৰহণ কৰিব য’ত তেওঁ ৮,৩৫০ কোটিতকৈ অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। প্ৰায় ৪:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে নৱছাৰীত উপস্থিত হ’ব, য’ত তেওঁ প্ৰায় ১৭,৫০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প ৰাষ্ট্ৰৰ নামত উৎসৰ্গা, আধাৰশিলা স্থাপন আৰু নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব। সন্ধিয়া প্ৰায় ৬:১৫ বজাত প্ৰধানমন্ত্ৰীয়ে কাকৰাপাৰ পাৰমাণৱিক শক্তি কেন্দ্ৰ পৰিদৰ্শন কৰি দুটা নতুন চাপযুক্ত গধুৰ পানী ৰিয়েক্টৰ (পিএইচডব্লিউআৰ) ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰিব।

ছিলভাছাত বিভিন্ন প্ৰকল্পৰ আধাৰশিলা স্থাপন, উদ্বোধন আৰু ৰাষ্ট্ৰৰ নামত উচৰ্গা অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ

April 25th, 04:50 pm

মঞ্চত উপস্থিত শ্ৰীমান প্ৰফুল্ল পেটেল, সাংসদ শ্ৰী বিনোদ সোণকাৰ, সাংসদ ভগ্নী কালাবেন, জিলা পৰিষদৰ সভানেত্ৰী নিশা ভৱৰ জী, ভাই ৰাকেশ সিং চৌহান জী, চিকিৎসা জগতৰ বন্ধুসকল, অন্যান্য গণ্যমান্য ব্যক্তি আৰু মোৰ মৰমৰ ভাই-ভনীসকল৷ কেম চো মাজা, সুখ মা, সন্তোষ মা, আনন্দ মা, প্ৰগতি মা, বিকাশ মা...ৱাহ। যেতিয়াই ইয়ালৈ আহোঁ তেতিয়াই মোৰ হৃদয় আনন্দৰে ভৰি পৰে। দমন, দিউ, দাদৰা আৰু নগৰ হাভেলীৰ উন্নয়ন যাত্ৰা দেখি মোৰ বহুত আনন্দ লাগিছে। আৰু এতিয়া ভিডিঅ’টো চোৱা কোনোৱেই কল্পনা কৰিব নোৱাৰে যে ইমান সৰু এলেকাত চাৰিফালে কিমান আধুনিক আৰু দ্ৰুত বিকাশ হৈছে, সেইটো আমি ভিডিঅ’টোত বহুত ভালকৈ দেখিছো।

ছিলভাছা, দাদৰা আৰু নগৰ হাভেলীত ৪৮৫০ কোটিৰো অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু দেশলৈ উৎসৰ্গা কৰে প্ৰধানমন্ত্ৰীয়ে

April 25th, 04:49 pm

আজি ছিলভাছা, দাদৰা আৰু নগৰ হাভেলীত প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৪৮৫০ কোটিতকৈ অধিক মূল্যৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰি দেশলৈ উৎসৰ্গা কৰে। প্ৰকল্পসমূহৰ ভিতৰত আছে ছিলভাছাৰ NAMO মেডিকেল এডুকেচন এণ্ড ৰিচাৰ্চ ইনষ্টিটিউট মুকলি, আৰু চৰকাৰী বিদ্যালয়, দমনৰ চৰকাৰী অভিযান্ত্ৰিক মহাবিদ্যালয়, বিভিন্ন পথ সৌন্দৰ্য্যবৰ্ধন, শক্তিশালী আৰু বহল কৰা, মাছৰ বজাৰ, বজাৰ-সমাৰ আদি ৯৬টা প্ৰকল্পৰ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন আদি। প্ৰধানমন্ত্ৰীয়ে ডিউ আৰু ছিলভাছাৰ পৰা পিএমএৱাই আৰ্বানৰ হিতাধিকাৰীসকলক ঘৰৰ চাবিও প্ৰদান কৰে।

Prime Minister Narendra Modi to Visit Gujarat

October 18th, 11:25 am

Prime Minister Narendra Modi will visit Gujarat on 19-20 October and dedicate and lay the foundation stone of projects worth around Rs 15,670 crore. He will inaugurate the DefExpo22 in Gandhinagar, launch the Mission Schools of Excellence at Adalaj, inaugurate India Urban Housing Conclave 2022 at Rajkot. The PM will also launch Mission LiFE from Kevadia and later take part in an event at Vyara.

PM to lay Foundation Stone for Manipur Water Supply Project on 23rd July 2020

July 22nd, 11:43 am

PM Modi will lay the foundation stone for Manipur Water Supply Project on 23rd July via video conferencing. Manipur Water Supply Project is an important component of efforts of the State government to achieve the goal of 'Har Ghar Jal' by 2024. The project outlay is about ₹3054.58 crores with a loan component funded by New Development Bank.