Prime Minister Narendra Modi to interact with participants of Smart India Hackathon 2024
December 09th, 07:38 pm
Prime Minister Shri Narendra Modi will interact with young innovators at the Grand Finale of Smart India Hackathon 2024 on 11th December 2024, at around 4:30 PM, via video conferencing. Over 1300 student teams will participate at the Grand Finale. Prime Minister will also address the gathering on the occasion.PM reviews preparedness for heat wave related situation
April 11th, 09:19 pm
Prime Minister Shri Narendra Modi chaired a meeting to review preparedness for the ensuing heat wave season.PM Modi attends India Today Conclave 2024
March 16th, 08:00 pm
Addressing the India Today Conclave, PM Modi said that he works on deadlines than headlines. He added that reforms are being undertaken to enable India become the 3rd largest economy in the world. He said that 'Ease of Living' has been our priority and we are ensuring various initiatives to empower the common man.১৬ ফেব্ৰুৱাৰীত ‘বিকশিত ভাৰত বিকশিত ৰাজস্থান’ কাৰ্যসূচীত ভাষণ আগবঢ়াব প্ৰধানমন্ত্ৰীয়ে
February 15th, 03:07 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ১৬ ফেব্ৰুৱাৰী, ২০২৪ৰ পুৱা ১১ বজাত ভিডিঅ’ কনফাৰেন্সিঙৰ জৰিয়তে ‘বিকশিত ভাৰত বিকশিত ৰাজস্থান’ কাৰ্যসূচীত ভাষণ প্ৰদান কৰিব। এই কাৰ্যসূচীৰ সময়ত প্ৰধানমন্ত্ৰীয়ে ১৭,০০০ কোটি টকাৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰিব। এই প্ৰকল্পসমূহে পথ, ৰে’লৱে, সৌৰশক্তি, শক্তি সংবহন, খোৱাপানী আৰু পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ খণ্ডক সামৰি লৈছে৷মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
February 11th, 07:35 pm
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি মধ্যপ্ৰদেশৰ ঝাবুৱাত প্ৰায় ৭৩০০ কোটি টকাৰ একাধিক উন্নয়নমূলক প্ৰকল্প দেশবাসীৰ নামত উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। আজিৰ এই উন্নয়নমূলক প্ৰকল্পসমূহে অঞ্চলটোৰ জনজাতীয় লোকসকলক উপকৃত কৰিব। প্ৰকল্পসমূহে পানী যোগান আৰু খোৱাপানীৰ যোগান শক্তিশালী কৰাৰ লগতে মধ্যপ্ৰদেশৰ পথ, ৰে’ল, বিদ্যুৎ আৰু শিক্ষা খণ্ডকো এক উত্থান প্ৰদান কৰিব। প্ৰধানমন্ত্ৰীয়ে বিশেষভাৱে পিছপৰা জনজাতিৰ প্ৰায় ২ লাখ মহিলা হিতাধিকাৰীক আহাৰ অনুদানৰ মাহেকীয়া কিস্তি প্ৰদান কৰি স্বামীত্ব আঁচনিৰ হিতাধিকাৰীক ১.৭৫ লাখ অধিকাৰ অভিলেখ (অধিকাৰৰ অভিলেখ) বিতৰণ কৰাৰ লগতে প্ৰধানমন্ত্ৰী আদৰ্শ গ্ৰাম যোজনাৰ অধীনত ৫৫৯খন গাঁৱৰ বাবে ৫৫.৯ কোটি টকা হস্তান্তৰ কৰে।Khodaldham Trust has always pioneered Jan-Seva: PM Modi
January 21st, 12:00 pm
PM Modi addressed the foundation stone laying ceremony of Shri Khodaldham Trust-Cancer Hospital. He added how the Khodaldham Trust has always pioneered Jan-Seva. He remarked that cancer has been a critical disease and the over the last 9 years over 30 cancer hospitals have been developed and 10 more hospitals are in the works.ভিডিঅ' বাৰ্তাৰ জৰিয়তে শ্ৰী খোদালধাম ট্ৰাষ্ট-কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণ
January 21st, 11:45 am
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি শ্ৰী খোদালধাম ট্ৰাষ্ট-কৰ্কট চিকিৎসালয়ৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ভিডিঅ' বাৰ্তাৰ জৰিয়তে ভাষণ আগবঢ়ায়৷২৮ আৰু ২৯ ডিচেম্বৰত দিল্লীত মুখ্য সচিবসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলনৰ অধ্যক্ষতা কৰিব প্ৰধানমন্ত্ৰীয়ে
December 26th, 10:58 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ২০২৩ চনৰ ২৮ আৰু ২৯ ডিচেম্বৰত দিল্লীত মুখ্য সচিবসকলৰ তৃতীয় ৰাষ্ট্ৰীয় সন্মিলনৰ সভাপতিত্ব কৰিব। এয়া তৃতীয়খন এনে সন্মিলন, প্ৰথমখন ২০২২ চনৰ জুন মাহত ধৰ্মশালাত আৰু দ্বিতীয়খন ২০২৩ চনৰ জানুৱাৰী মাহত দিল্লীত অনুষ্ঠিত হৈছিল।গুজৰাটৰ মহেচাণাত একাধিক উন্নয়নমূলক পদক্ষেপৰ শুভাৰম্ভ কৰি প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
October 30th, 09:11 pm
পোন প্ৰথমে গুজৰাটৰ মুখ্যমন্ত্ৰী আৰু চৰকাৰক ধন্যবাদ জনাইছো যে মই আপোনালোকৰ মাজলৈ অহাৰ এক সুযোগ লাভ কৰিছোঁ। আপোনালোক সকলোৰে ওচৰলৈ আহি, আপোনালোক সকলোকে লগ পাই পুলকিত হৈছোঁ। আজি ৩০ অক্টোবৰ আৰু কাইলৈ ৩১ অক্টোবৰ, এই দুয়োটা দিন আমাৰ সকলোৰে বাবে অতি প্ৰেৰণাদায়ক দিন। আজি স্বাধীনতা সংগ্ৰামত জনজাতীয় লোকসকলক নেতৃত্ব প্ৰদানেৰে বৃটিছক বিৰক্ত কৰি তোলা গোবিন্দ গুৰুজীৰ মৃত্যু বাৰ্ষিকী। আৰু কাইলৈ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম বাৰ্ষিকী। আমাৰ প্ৰজন্মই সঁচা অৰ্থত বিশ্বৰ সৰ্বোচ্চ প্ৰতিমূৰ্তি স্থাপনেৰে চৰ্দাৰ চাহেবৰ প্ৰতি সৰ্বোচ্চ শ্ৰদ্ধা প্ৰকাশ কৰিছে আৰু আগন্তুক প্ৰজন্মই চৰ্দাৰ চাহেবৰ প্ৰতিমূৰ্তি দেখা মাত্ৰেকে ৰোমাঞ্চিত হৈ উঠিব। গুৰু গোবিন্দজীয়ে সমগ্ৰ জীৱন ভাৰত মাতৃৰ স্বাধীনতাৰ সংগ্ৰামত আৰু জনজাতীয় সমাজৰ সেৱাত অতিবাহিত কৰিছিল, তেওঁৰ সেৱা আৰু দেশপ্ৰেমৰ মনোভাৱ ইমানেই গভীৰ আছিল যে ই ত্যাগৰ পৰম্পৰাৰ সৃষ্টি কৰিছিল। আৰু তেওঁ নিজেই ত্যাগৰ প্ৰতীক হৈ পৰিল।গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্প উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন প্ৰধানমন্ত্ৰীৰ
October 30th, 04:06 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ মহেচাণাত প্ৰায় ৫৮০০ কোটি টকা মূল্যৰ প্ৰকল্পৰাজি উদ্বোধন, ৰাষ্ট্ৰলৈ উৎসৰ্গা আৰু আধাৰশিলা স্থাপন কৰে। এই প্ৰকল্পসমূহ ৰেল, পথ, খোৱাপানী আৰু জলসিঞ্চনৰ দৰে একাধিক খণ্ডৰ অন্তৰ্গত।ভাৰতৰ নাগপত্তনম আৰু শ্ৰীলংকাৰ কংকেচন্থুৰাইৰ মাজত ফেৰী সেৱাৰ শুভাৰম্ভেৰে প্ৰধানমন্ত্ৰীৰ সম্বোধনৰ পূৰ্ণপাঠ
October 14th, 08:15 am
এই গুৰুত্বপূৰ্ণ অনুষ্ঠানত আপোনালোকৰ সৈতে মিলিত হোৱাটো সৌভাগ্যৰ কথা। ভাৰত আৰু শ্ৰীলংকাৰ কূটনৈতিক আৰু অৰ্থনৈতিক সম্পৰ্কত আমি এক নতুন অধ্যায় আৰম্ভ কৰিছোঁ। নাগপত্তনম আৰু কংকেচন্থুৰাইৰ মাজত ফেৰী সেৱাৰ শুভাৰম্ভণি, আমাৰ সম্পৰ্ক সুদৃঢ়কৰণৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হিচাপে বিবেচিত হৈছে।PM addresses launch of ferry services between Nagapattinam, India and Kankesanthurai, Sri Lanka
October 14th, 08:05 am
Addressing the launch of ferry services between Nagapattinam, India and Kankesanthurai, Sri Lanka PM Modi said that India and Sri Lanka share a deep history of culture, commerce and civilization. Nagapattinam and towns near-by have long been known for sea trade with many countries, including Sri Lanka.১২ অক্টোবৰত উত্তৰাখণ্ড ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰীয়ে
October 10th, 08:12 pm
পুৱা প্ৰায় ৮:৩০ বজাত প্ৰধানমন্ত্ৰীয়ে পিথোৰাগড় জিলাৰ জলিংকঙত উপস্থিত হ’ব, য’ত তেওঁ পাৰ্বতী কুণ্ডত পূজা অৰ্চনা আৰু দৰ্শন কৰিব। প্ৰধানমন্ত্ৰীয়ে এই স্থানত পবিত্ৰ আদি-কৈলাশৰ পৰা আশীৰ্বাদো বিচাৰিব। আধ্যাত্মিক গুৰুত্ব আৰু প্ৰাকৃতিক সৌন্দৰ্য্যৰ বাবে এই অঞ্চলটো সুপৰিচিত।উত্তৰ প্ৰদেশৰ ঝান্সীত জল সংৰক্ষণ আৰু ভূগৰ্ভস্থ জলস্তৰ বৃদ্ধিৰ প্ৰচেষ্টাক প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
September 05th, 10:09 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে উত্তৰ প্ৰদেশৰ ঝান্সীত জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে জল সংৰক্ষণ আৰু ভূগৰ্ভস্থ জলস্তৰ বৃদ্ধিৰ বাবে গ্ৰহণ কৰা প্ৰচেষ্টাৰ প্ৰশংসা কৰে। শ্ৰী মোদীয়ে এই মহৎ উদ্দেশ্যৰ সৈতে জড়িত সকলোকে অভিনন্দন জ্ঞাপন কৰে।যোৱা ৪ বছৰত টেপৰ পানীৰ সংযোগৰ সংখ্যা ৩ কোটিৰ তুলনাত ১৩ কোটিলৈ বৃদ্ধি হোৱাত প্ৰধানমন্ত্ৰীয়ে শলাগ লৈছে
September 05th, 09:58 pm
মাত্ৰ ৪ বছৰত টেপৰ পানীৰ সংযোগৰ সংখ্যা ৩ কোটিৰ পৰা ১৩ কোটিৰ সীমা স্পৰ্শ কৰাৰ বাবে প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাইজক অভিনন্দন জনাইছে। প্ৰধানমন্ত্ৰীয়ে কয় যে জল জীৱন মিছনে মানুহৰ বাবে বিশুদ্ধ পানী উপলব্ধ কৰাৰ লগতে জীৱনৰ সহজতা আৰু জনস্বাস্থ্য বৃদ্ধিৰ ক্ষেত্ৰত এক মাইলৰ খুঁটি হিচাপে প্ৰমাণিত হৈছে।In B-20's theme - RAISE, ‘I’ represents Innovation. But along with innovation, I also see another ‘I’ in it - Inclusiveness: PM Modi
August 27th, 03:56 pm
PM Modi addressed the B20 Summit India 2023 in New Delhi. Speaking about the B20 theme ‘R.A.I.S.E.’, the Prime Minister said that even though the ‘I’ represents innovation but he pictures another ‘I’ of inclusiveness. Talking about the lessons learnt from the once in a century calamity, the Covid-19 pandemic, PM Modi said that that the pandemic taught us that the thing that needs most of our investment is ‘mutual trust’.PM Modi attends B20 Summit India 2023
August 27th, 12:01 pm
PM Modi addressed the B20 Summit India 2023 in New Delhi. Speaking about the B20 theme ‘R.A.I.S.E.’, the Prime Minister said that even though the ‘I’ represents innovation but he pictures another ‘I’ of inclusiveness. Talking about the lessons learnt from the once in a century calamity, the Covid-19 pandemic, PM Modi said that that the pandemic taught us that the thing that needs most of our investment is ‘mutual trust’.গুজৰাটৰ ৰাজকোটত একাধিক উন্নয়নমূলক কামৰ উদ্বোধনী অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ ভাষণৰ অসমীয়া অনুবাদ
July 27th, 04:00 pm
এতিয়া বিজয়েও মোৰ কাণে কাণে কৈছিল যে মইও নিৰীক্ষণ কৰি আছো যে ৰাজকোটত কাৰ্যসূচী অনুষ্ঠিত হৈছে, ছুটীৰ দিনো নহয়, দুপৰীয়াৰ সময়, ৰাজকোটত কোনোবাই এই সময়ত সভা অনুষ্ঠিত কৰাৰ কথা নাভাৱে, তাতে ইমান বিশাল জনসভাত ইমান সংখ্যক লোক উপস্থিত আছে, আজি ৰাজকোটে ৰাজকোটৰ সকলো অভিলেখ ভংগ কৰিলে৷ নহ’লে আমি বছৰ বছৰ ধৰি দেখি আহিছো যে সন্ধিয়া ৮ বজাৰ পাছতহে সকলো ঠিক থাকে আৰু ৰাজকোটক দুপৰীয়া শুবৰ বাবে সময়ৰ প্ৰয়োজন৷গুজৰাটৰ ৰাজকোটত ‘ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ’ দেশবাসীক উৎসৰ্গা প্ৰধানমন্ত্ৰীৰ
July 27th, 03:43 pm
প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ ৰাজকোটত ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ আৰু ৮৬০ কোটি টকাৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰে। প্ৰকল্পবোৰৰ ভিতৰত আছে ছাউনী যোজনা লিংক ৩ পেকেজ ৮ আৰু ৯, দ্বাৰকা গ্ৰাম্য পানী যোগান আৰু অনাময় (আৰডব্লিউএছএছ)ৰ উন্নীতকৰণ; উপাৰকোট ফ’ৰ্টৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ সংৰক্ষণ, পুনৰুদ্ধাৰৰ কাম আৰু বিকাশ; পানী শোধন প্ৰকল্প, নৰ্দমা শোধন প্ৰকল্প আৰু ফ্লাইঅভাৰ ব্ৰীজ আদি নিৰ্মাণ। প্ৰধানমন্ত্ৰীয়ে নতুনকৈ উদ্বোধন কৰা ৰাজকোট আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ টাৰ্মিনেল ভৱনো পৰিদৰ্শন কৰে।Prime Minister Narendra Modi to dedicate to nation International Exhibition Convention Centre at Pragati Maidan
July 24th, 07:45 pm
PM Modi will dedicate to the nation the International Exhibition-cum-Convention Centre (IECC) complex at Pragati Maidan. The Convention Centre is developed as the centerpiece of Pragati Maidan complex. It is a grand architectural marvel, designed to host large-scale international exhibitions, trade fairs, conventions, conferences, and other prestigious events